• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?

মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?

2 years ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

56 minutes ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

1 hour ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

2 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

3 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

4 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

4 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

4 hours ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

5 hours ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

6 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

8 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?

মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?

editor by editor
August 7, 2024
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?
0
SHARES
5.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজে মাজে আপোনাৰ বুকুত বিষ অনুভৱ হৈ থাকে নেকি? বহুতেই আমি তেনে বিষক উপেক্ষা কৰিয়েই চলি থাকো৷ বহুতৰে মতে আকৌ এই বিষ গেছৰ বাবেই হয়৷ হঠাৎ যদি মাজনিশা এই বিষ অনুভৱ কৰে তেন্তে লগে লগেই আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী৷ কাৰণ এয়া হাৰ্ট এটেকৰো এক লক্ষণ৷

আপোনাৰ বুকুৰ বিষৰ ধৰণ কেনেকুৱা তাৰ প্ৰাথমিক ধাৰণা থকাটোও খুবেই প্ৰয়োজন৷ কেনেধৰণৰ বিষয় দুশ্চিন্তাৰ কাৰণ নাই সেই কথাও জানি থোৱাটো খুবেই প্ৰয়োজন৷ কোনটো বিষ হৃদৰোগজনিত কাৰণত হয় জানি থওক সবিশেষ৷ হৃদৰোগৰ ফলত বুকুৰ ঠিক মাজঅংশত বিষ হয়৷ আৰু বহুতৰে বুকুৰ বাওঁ দিশত কামোৰি ধৰা ধৰণৰ বিষ হ’ব পাৰে৷

এসময়ত হঠাৎ মাৰাত্মক বিষ আৰম্ভ হৈ শ্বাস প্ৰশ্বাসত বাধা পোৱা যেন ভাৱ আহে৷ বুকুত ভীষণ চাপ অনুভূত হ’লে দেৰী নকৰি চিকিৎসকৰ পৰামৰ্শ লওক৷

বহুতৰে আকৌ বুকুৰ বাওঁফালে অলপ অলপকৈ বিষ উঠি ধীৰে ধীৰে বিষটো কমিও যায়৷ গৰম নাথাকিলেও ঘাম ওলায়৷ বমি বমি ভাৱ আহে অথচ বমি নহয়? বহু সময়ত মূৰ ঘূৰোৱা যেনো লাগে৷

পিঠিত হঠাৎ তীব্ৰ যন্ত্ৰণা হ’ব পাৰে৷ পাকস্থলিৰ ঠিক ওপৰৰ ফালে বিষ আৰম্ভ হ’ব পাৰে৷ অধিকাংশ সময়ত এইয়া গেছ বুলি আমি ভুল কৰি ৰৈ থাকো৷

মহিলাসকলৰ বিশেষকৈ ডায়বেটিছ ৰোগী হ’লে অক্সিজেনৰ অভাৱ অনুভৱ হ’ব পাৰে৷ মূৰ ঘূৰোৱা, বুকুত ধৰফৰণি অনুভৱ হোৱা আদিও হাৰ্টৰ ৰোগৰেই লক্ষণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?
বিনোদন

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

June 24, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?
প্ৰযুক্তি

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

June 24, 2026
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 24, 2026
Next Post
ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

আজি হিৰোছিমা দিৱস, পাৰমাণৱিক বো/মা উপহাৰ দিলে, অথচ সেই অপেনহাইমাৰকেই কিয় দেশদ্ৰোহী আখ্যা দিলে আমেৰিকাই?

আজি হিৰোছিমা দিৱস, পাৰমাণৱিক বো/মা উপহাৰ দিলে, অথচ সেই অপেনহাইমাৰকেই কিয় দেশদ্ৰোহী আখ্যা দিলে আমেৰিকাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.