• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

2 years ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

3 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

3 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

3 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

4 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

5 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

5 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

7 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

8 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

8 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

editor by editor
August 7, 2024
in বিবিধ, ভাৰত
0
ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ
0
SHARES
11.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেপ্টেম্বৰ মাহত ব্যৱসায় আৰু বুদ্ধিৰ কাৰক গ্ৰহ বুধে দুবাৰকৈ ৰাশি পৰিবৰ্তন কৰিব৷ চন্দ্ৰৰ পাছতেই বুধে সকলোতকৈ দ্ৰুতগতিত ভ্ৰমণ কৰে৷ ছেপ্টেম্বৰ মাহৰ ৪তাৰিখে বুধে সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ তাৰপাছতেই ২৩ ছেপ্টেম্বৰত স্বৰাশি কন্যালৈ আহিব এই গ্ৰহ৷ অৰ্থাৎ আগন্তুক মাহত বুধে দুবাৰ ৰাশি পৰিবৰ্তন কৰিব৷ একে মাহত দুবাৰ ৰাশি সলনি কৰি বুধে কেইবাটাও ৰাশিৰ ভাগ্যোন্নতি ঘটাব৷ এই সময়ত তিনি ৰাশিৰ কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতি হ’ব৷ ছেপ্টেম্বৰত বুধে দুবাৰ ৰাশি পৰিবৰ্তন কৰাৰ পাছত কোন কোন ৰাশিৰ জাতকৰ সৌভাগ্য উদয় হ’ব?

মিথুন ৰাশি

ছেপ্টেম্বৰ মাহত বুধৰ দুবাৰ ৰাশি পৰিবৰ্তন মিথুন ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব৷ আপোনাৰ ৰাশিৰ তৃতীয় আৰু চতুৰ্থ স্থানত এই গোচৰ হ’ব৷ আপোনাৰ সাহস আৰু পৰাক্ৰম বাঢ়িব৷ ভৌতিক সুখ লাভ কৰিব৷ আয়ৰ নতুন উৎস বাঢ়িব৷ আপোনাৰ মাজত পৃথক আত্মবিশ্বাস পৰিলক্ষিত হ’ব৷ স্বাস্থ্য ভালে থাকিব এই ৰাশিৰ জাতকৰ৷ বাহন আৰু সম্পত্তি ক্ৰয় কৰিব পাৰে এই ৰাশিৰ জাতকে৷ সামাজিক ভাৱমূৰ্তি প্ৰৱল হ’ব৷

সিংহ ৰাশি

বুধৰ দুবাৰ ৰাশি পৰিবৰ্তন সিংহ ৰাশিৰ জাতকৰ বাবে লাভজনক৷ এই ৰাশিৰ লগ্ন আৰু ধন স্থানত বিচৰণ কৰিব বুধে৷ এই সময়ত সিংহ ৰাশিৰ জাতকৰ আত্মবিশ্বাস বাঢ়িব৷ ইয়াৰোপৰি কৰ্মশৈলী উন্নত হ’ব৷ এই সময়ত বৌদ্ধিক ক্ষমতা উন্নত হ’ব৷ ব্যৱসায়ীসকলে ব্যৱসায় বিস্তাৰত সক্ষম হ’ব৷ আকস্মিক ধনলাভ কৰিব পাৰে৷ দাম্পত্য জীৱনত অসাধাৰণ ফল লাভ কৰিব এই ৰাশিৰ জাতকে৷ বাণীৰ প্ৰভাৱ বাঢ়িব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে বুধৰ গোচৰ অনুকূল৷ ছেপ্টেম্বৰ মাহত বুধে এই ৰাশিৰ নৱম আৰু দশম স্থান ভ্ৰমণ কৰিব৷ এই সময়ত ভাগ্যৰ সংগ লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ ইয়াৰোপৰি ছাত্ৰছাত্ৰীসকলে পৰীক্ষাত বৃহৎ সাফল্য লাভ কৰিব পাৰে৷ চাকৰিয়াল জাতকৰ পদোন্নতি আৰু দৰমহাবৃদ্ধিৰ সম্ভাৱনা৷ দেশ বিদেশ যাত্ৰা কৰিব পাৰে৷ ধৰ্মীয় আৰু শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে৷ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ৷ লাভৰ একাধিক সুযোগ পাব এই ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Next Post
আজি হিৰোছিমা দিৱস, পাৰমাণৱিক বো/মা উপহাৰ দিলে, অথচ সেই অপেনহাইমাৰকেই কিয় দেশদ্ৰোহী আখ্যা দিলে আমেৰিকাই?

আজি হিৰোছিমা দিৱস, পাৰমাণৱিক বো/মা উপহাৰ দিলে, অথচ সেই অপেনহাইমাৰকেই কিয় দেশদ্ৰোহী আখ্যা দিলে আমেৰিকাই?

ব্ৰিটেইন, আমেৰিকা কোনো দেশতেই আশ্ৰয় বিচৰা নাই শ্বেখ হাছিনাই, পুত্ৰই স্পষ্ট কৰিলে ক’ত থাকিব হাছিনা

ব্ৰিটেইন, আমেৰিকা কোনো দেশতেই আশ্ৰয় বিচৰা নাই শ্বেখ হাছিনাই, পুত্ৰই স্পষ্ট কৰিলে ক’ত থাকিব হাছিনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.