• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰিটেইন, আমেৰিকা কোনো দেশতেই আশ্ৰয় বিচৰা নাই শ্বেখ হাছিনাই, পুত্ৰই স্পষ্ট কৰিলে ক’ত থাকিব হাছিনা

ব্ৰিটেইন, আমেৰিকা কোনো দেশতেই আশ্ৰয় বিচৰা নাই শ্বেখ হাছিনাই, পুত্ৰই স্পষ্ট কৰিলে ক’ত থাকিব হাছিনা

2 years ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

22 minutes ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

60 minutes ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

1 hour ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

3 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

3 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

4 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

4 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

4 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

5 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

5 hours ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

7 hours ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰিটেইন, আমেৰিকা কোনো দেশতেই আশ্ৰয় বিচৰা নাই শ্বেখ হাছিনাই, পুত্ৰই স্পষ্ট কৰিলে ক’ত থাকিব হাছিনা

ব্ৰিটেইন, আমেৰিকা কোনো দেশতেই আশ্ৰয় বিচৰা নাই শ্বেখ হাছিনাই, পুত্ৰই স্পষ্ট কৰিলে ক’ত থাকিব হাছিনা

editor by editor
August 7, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ব্ৰিটেইন, আমেৰিকা কোনো দেশতেই আশ্ৰয় বিচৰা নাই শ্বেখ হাছিনাই, পুত্ৰই স্পষ্ট কৰিলে ক’ত থাকিব হাছিনা
0
SHARES
856
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান তেওঁ ভাৰতৰেই কোনো গোপন স্থানত আশ্ৰয় গ্ৰহণ কৰি আছে৷ তেওঁৰ পৰবৰ্তী গন্তব্য কি হ’ব সেই বিষয়টো লৈ অব্যাহত আছে জল্পনা-কল্পনা৷ বিশ্ব কূটনৈতিক মহলতো হাছিনাৰ আশ্ৰয়ক লৈয়েই চলিছে চৰ্চা৷ কেইবাটাও অসমৰ্থিত সূত্ৰৰ দাবী, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ব্ৰিটেইনৰ ওচৰত ৰাজনৈতিক আশ্ৰয় বিচাৰিছে৷ কিন্তু এতিয়াও সেই দেশে তেওঁক কোনো সেউজ সংকেত দিয়া নাই৷ ইফালে হাছিনাৰ পুত্ৰ ছাজিব ৱাজিদ জয়ৰ দাবী, তেওঁৰ মাতৃয়ে কোনো দেশতেই আশ্ৰয় বিচৰা নাই৷

হাছিনাৰ আশ্ৰয় বিচৰাক লৈ একাধিক জল্পনা তৈয়াৰ হৈছে৷ কিছু সূত্ৰৰ দাবী যে, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ব্ৰিটেইন যাব পাৰে৷ আকৌ এক সূত্ৰৰ দাবী, হাছিনাৰ আমেৰিকা যোৱাৰো পথ বন্ধ হৈছে৷ আমেৰিকাই তেওঁৰ ভিছা প্ৰত্যাহাৰ কৰিছে৷ আনকি ফিনলেণ্ডসহ বহু কেইখন দেশৰ নামো এই আলোচনাৰ আওঁতাত আহিছে৷ সকলোবোৰ ভাইৰেল খবৰক মিছা প্ৰমাণিত কৰি এন ডিটিভিৰ সন্মুখত দিয়া এক সাক্ষাৎকাৰত হাছিনা পুত্ৰ জয়ে কয়, ‘মাৰ আশ্ৰয়ৰ অনুৰোধ সম্পৰ্কিত যিসমূহ প্ৰতিবেদন প্ৰকাশিত হৈছে সেয়া সম্পূৰ্ণ ভুল৷ তেওঁ কতো আশ্ৰয়ৰ বাবে অনুৰোধ কৰা নাই৷ ব্ৰিটেইন আমেৰিকাই তেওঁৰ আশ্ৰয়ৰ অনুৰোধ প্ৰত্যাখ্যান কৰা বিষয়টো মিছা৷’ জয়ে লগতে দাবী কৰে যে, তেওঁৰ মাতৃৰ আশ্ৰয়ক লৈ আমেৰিকাৰ সৈতে কোনোধৰণৰ আলোচনা হোৱা নাই৷

হাছিনা আৰু ৰাজনীতিত থাকিব নে নাথাকে সেই বিষয়ে প্ৰথমেই জনাইছিল পুত্ৰ জয়ে৷ লেথাৰিকৈ হৈ থকা আন্দোলনৰ চাপত প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তাফা আৰু দেশ এৰাৰ পাছতেই হাছিনাৰ ৰাজনৈতিক ভৱিষ্যতক লৈ জল্পনা আৰম্ভ হৈছিল৷ সেই প্ৰসংগত এক সাক্ষাৎকাৰত জয়ে দাবী কৰে যে, তেওঁৰ মাতৃ আৰু ৰাজনীতিত উভতি নাহে৷ ইমান পৰিশ্ৰম কৰাৰ পাছতো যেনেকৈ তেওঁৰ বিৰুদ্ধে আন্দোলন হ’ল তাতেই হাছিনা অত্যন্ত হতাশ হৈছে৷

জয়ে লগতে কয়, হাছিনাই এতিয়া আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰহে পৰিকল্পনা কৰিছে৷ কিন্ত ক’ত কেনেকৈ তেওঁ থাকিব সেই কথা এতিয়াও স্থিৰ হোৱা নাই৷ হাছিনা পুত্ৰই লগতে কয়, ‘মই এতিয়া ৱাছিংটনত আছো৷ মোৰ ভণ্টী আছে লণ্ডনত৷ পেহীও লণ্ডনত থাকে৷ সেয়ে মই এতিয়াও ক’ব নোৱাৰো মা কোন দেশত থাকিব৷’

সোমবাৰে দুপৰীয়া ভনীয়েক ৰেহানাক লৈ ঢাকাৰ বাসভৱন তথা ‘গণভৱন’ এৰিছিল হাছিনাই৷ সন্ধিয়া তেওঁ ভাৰতত উপস্থিত হৈছিল৷ দিল্লীৰ কাষৰ উত্তৰপ্ৰদেশৰ গাজিয়াবাদ হিণ্ডন বিমানঘাঁটীত নামিছিল হাছিনাৰ বিমান৷ তাৰপাছতেই তেওঁ নিশাই ভাৰতৰ জাতীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক দেখা কৰে৷ বাংলাদেশৰ সদ্য প্ৰাক্তন প্রধানমন্ত্ৰীয়ে ভাৰতৰ ওচৰত আশ্ৰয় বিচাৰিব বুলি পূৰ্বেই জ্ঞাত আছিল ভাৰত৷ ভাৰতৰ পৰাহে তেওঁ পৰবৰ্তী গন্তব্য স্থানৰ কথা চিন্তা কৰিব৷ ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে এই সন্দৰ্ভত কয়, ‘খুব কম সময়ৰ নটিছত ভাৰত আহিবলৈ আৰ্জি জনাইছিল হাছিনাই৷ ভাৰতে সেই অনুমতি দিয়াৰ পাছত ভনীয়েক শ্বেখ ৰেহানাক লগত লৈ ভাৰতৰ মাটিত ভৰি থৈছে হাছিনাই৷ কিন্তু হাছিনা বা বাংলাদেশৰ পৰিস্থিতিক লৈ ভাৰতৰ ভৱিষ্যৎ পৰিকল্পনা কি? সেই কথা এতিয়াও জনোৱা নাই জয়শংকৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!
অপৰাধ

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

September 16, 2026
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা
প্ৰযুক্তি

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

September 16, 2026
Next Post
অমৰত্বৰ প্ৰত্যাশা আছে? মাত্ৰ ১.৮ কোটি খৰচ কৰি অমৰ হ’ব পাৰিব আপুনি, দাবী জাৰ্মান সংস্থাৰ

অমৰত্বৰ প্ৰত্যাশা আছে? মাত্ৰ ১.৮ কোটি খৰচ কৰি অমৰ হ’ব পাৰিব আপুনি, দাবী জাৰ্মান সংস্থাৰ

হতাশ ভাৰতীয় ক্ৰীড়াপ্ৰেমী! পেৰিছ অলিম্পিকত সোণ যুদ্ধত Disqualified বিনেশ ফোগেট

হতাশ ভাৰতীয় ক্ৰীড়াপ্ৰেমী! পেৰিছ অলিম্পিকত সোণ যুদ্ধত Disqualified বিনেশ ফোগেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.