• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনি শক্তিশালী হৈছে, ৪ ৰাশিৰ পদোন্নতিৰ লগতে ধন লাভ কৰিব এই ৪ ৰাশিয়ে

শনি শক্তিশালী হৈছে, ৪ ৰাশিৰ পদোন্নতিৰ লগতে ধন লাভ কৰিব এই ৪ ৰাশিয়ে

3 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

8 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

9 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

10 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

11 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

11 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

11 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

12 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

12 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

13 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

14 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

15 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনি শক্তিশালী হৈছে, ৪ ৰাশিৰ পদোন্নতিৰ লগতে ধন লাভ কৰিব এই ৪ ৰাশিয়ে

editor by editor
August 22, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শনি শক্তিশালী হৈছে, ৪ ৰাশিৰ পদোন্নতিৰ লগতে ধন লাভ কৰিব এই ৪ ৰাশিয়ে
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক জ্যোতিষ অনুসৰি কোনো গ্ৰহে যেতিয়া বিচৰণ কৰে তেতিয়া বক্ৰী, মাৰ্গী, যৌৱন ইত্যাদি বিভিন্ন দশাত প্ৰভাৱ পৰে। ইয়াৰোপৰি জ্যোতিষ শাস্ত্ৰত উল্লেখ থকা অনুসৰি কোনো গ্ৰহ জাগ্ৰত অৱস্থাত পৰিভ্ৰমণ কৰিলে ইয়াৰ সমস্ত প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে। শাস্ত্ৰত নিষ্ঠুৰ পাপী গ্ৰহ হিচাপে পৰিচিত গ্ৰহই হৈছে শনি। শনি ১৫ আগষ্টৰ পৰা জাগ্ৰত অৱস্থাত আছে। জ্যোতিষ শাস্ত্ৰই কোৱা অনুসৰি কোনো গ্ৰহ ১ ৰ পৰা ১০ ডিগ্ৰীত থাকিলে বা কোনো বিষম ৰাশিত উপস্থিত হ’লে সেই অৱস্থাত শনিয়ে কেইবাটাও ৰাশিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। শনিৰ প্ৰভাৱতেই ৪ ৰাশিৰ জাতকে আকস্মিক ধন লাভ কৰিব। ভাগ্যোদয় হ’ব ৪ৰাশিৰ। কোন কোন ৰাশিৰ বাবে শুভ যোগ তৈয়াৰ হ’ব?

মেষ ৰাশি

শনি জাগ্ৰত অৱস্থাত থকাটোৱে মেষ ৰাশিৰ জাতকৰ ওপৰত শুভ প্ৰভাৱ বিস্তাৰ কৰিব। শনিয়ে মেষ ৰাশিত বিৰাজ কৰাৰ সময়তে এই ৰাশিৰ জাতকৰ সমস্ত মনোকামনা পূৰ্ণ হ’ব। পদোন্নতিৰ সম্ভাৱনা। ইয়াৰোপৰি পছন্দৰ স্থানলৈ ট্ৰেন্সফাৰ হ’ব পাৰে। কাৰ্যসিদ্ধিৰ সম্ভাৱনা আছে। পুৰণা লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব। বেকাৰ যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিব পাৰে।

বৃষ ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি শনিৰ ভ্ৰমণ বৃষ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। এই ৰাশিৰ অধিপতিৰ শুক্ৰৰ ওপৰিও শনিৰ সৈতেও বন্ধুত্ব আছে। ইয়াৰোপৰি শনিয়ে এই ৰাশিৰ জাতকৰ বাবে ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিছে। এই সময়ত এই ৰাশিৰ জাতকৰ সকলো কাৰ্যসিদ্ধি হ’ব। শনিৰ কৃপাতেই আকস্মিক ধন লাভ কৰিব এই ৰাশিৰ জাতকে। ৰৈ যোৱা কোনো কামো সম্পন্ন হ’ব। চাকৰিয়ালসকলৰ বাবেও এই সময় শুভ। এই সময়তেই কোনো সুখবৰ লাভ কৰিব এই ৰাশিৰ জাতকে।

মিথুন ৰাশি
শনি জাগ্ৰত অৱস্থাত থকাটোৱে এই ৰাশিৰ জাতকক উপকৃত কৰিব। আপোনাৰ ভাগ্যৰ স্থানতেই শনিয়ে বিচৰণ কৰিব। মিথুন ৰাশিৰ জাতকৰ ভাগ্য এই সময়ত উজলি উঠিব। ইচ্ছাপুৰণৰ সম্ভাৱনা আছে। কোনো যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰে। মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে বিদেশত গৈ পঢ়াশুনা কৰাৰ সুযোগো লাভ কৰিব পাৰে।

তুলা ৰাশি
তুলা ৰাশিৰ বাবেও এই সময় অতি শুভ। কাৰণ এই ৰাশিতো শনিয়ে ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিছে। শনিৰ কৃপাতেই সা সম্পত্তি আৰু গাড়ী ক্ৰয়ৰো যোগ। আকস্মিক ধন লাভৰ যোগ। চিকিৎসা বিজ্ঞান, গৱেষণা বা অন্য বৈজ্ঞানিক ক্ষেত্ৰত জড়িত থকাসকলেও ভাল খবৰ লাভ কৰিব। এই ৰাশিৰ জাতকৰ মান-সন্মান বৃদ্ধি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscope for todayhoroscope in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
Next Post
আৰম্ভ হ’ল ভাদ মাহ, ভাদ মাহত এই তেল খালেই কমিব আয়ুস, এইকেইটা নিয়ম মানি নচলিলেই ঘৰত অথন্তৰ হ’ব!

আৰম্ভ হ'ল ভাদ মাহ, ভাদ মাহত এই তেল খালেই কমিব আয়ুস, এইকেইটা নিয়ম মানি নচলিলেই ঘৰত অথন্তৰ হ'ব!

‘পিটাৰক বিয়া কৰাই জীৱনত ডাঙৰ ভুল হ’ল!’ কাৰাগাৰৰ পৰা ওলাই কেনে আছে ইন্দ্ৰানী মুখাৰ্জী?

'পিটাৰক বিয়া কৰাই জীৱনত ডাঙৰ ভুল হ’ল!' কাৰাগাৰৰ পৰা ওলাই কেনে আছে ইন্দ্ৰানী মুখাৰ্জী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.