• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়াৰে পৰা আৰম্ভ হ’ব শাওন মাহ? এইবাৰ শাওন মাহত কেইটা সোমবাৰ? জানক সবিশেষ

কেতিয়াৰে পৰা আৰম্ভ হ’ব শাওন মাহ? এইবাৰ শাওন মাহত কেইটা সোমবাৰ? জানক সবিশেষ

2 years ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

33 seconds ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

41 minutes ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 hour ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

24 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেতিয়াৰে পৰা আৰম্ভ হ’ব শাওন মাহ? এইবাৰ শাওন মাহত কেইটা সোমবাৰ? জানক সবিশেষ

কেতিয়াৰে পৰা আৰম্ভ হ’ব শাওন মাহ? এইবাৰ শাওন মাহত কেইটা সোমবাৰ? জানক সবিশেষ

editor by editor
July 6, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কেতিয়াৰে পৰা আৰম্ভ হ’ব শাওন মাহ? এইবাৰ শাওন মাহত কেইটা সোমবাৰ? জানক সবিশেষ
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত শাওন মাহৰ বিশেষ মাহাত্ম্য আছে৷ সনাতন ধৰ্মত এই মাহ শিৱৰ নামৰ সমৰ্পিত৷ এই মাহত নিয়ম মানি শিৱৰ আৰাধনা কৰিলে মহাদেৱৰ কৃপাত সমস্ত মনোকামনা পূৰণ হয়৷ এই বছৰ শাওন মাহত তৈয়াৰ হ’ব কেইবাটাও দুৰ্লভ যোগ৷ অৱশ্যে দুটা পদ্ধতি মানি শাওন মাহৰ গণনা কৰা হয়৷ সংক্ৰান্তি অনুসৰি আৰু পূৰ্ণিমা অনুসৰি৷ পূৰ্ণিমা তিথি অনুসৰি ২২ জুলাইৰ পৰা শাওন মাহ আৰম্ভ হৈছে আৰু শেষ হ’ব ১৯ আগষ্টত৷ অন্যহাতে সংক্ৰান্তি অনুসৰি ১৬ জুলাইত সূৰ্যই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ এই পৰিস্থিতিত সংক্ৰান্তিৰ পাছত অৰ্থাৎ ১৭ জুলাইৰ পৰা শাওণ মাহৰ আৰম্ভ হৈ ১৭ আগষ্ট লৈকে থাকিব৷ পূৰ্ণিমা তিথি অনুসৰি চালে এইবছৰ শাওন মাহত ৫টা সোমবাৰ পৰিছে৷ আকৌ সংক্ৰান্তি অনুসৰি গণনা কৰিলে ৪ টা সোমবাৰ আছে৷

শাওন সোমবাৰৰ তাৰিখ

শাওন মাহৰ সোমবাৰৰ বিশেষ মাহাত্ম্য আছে৷ শাওন মাহত ৪ৰ পৰা ৫টা সোমবাৰ পৰে৷ এই বছৰ শাওনত চাৰিটা সোমবাৰে শিৱ পুজা কৰিলে সৌভাগ্য অৰ্জন কৰিব ভক্তই৷ শাওনৰ সোমবাৰৰ তাৰিখসমূহ জানি থওক৷

শাওন মাহৰ প্ৰথম সোমবাৰ- ২২ জুলাই ২০২৪

শাওনৰ দ্বিতীয় সোমবাৰ- ২৯ জুলাই ২০২৪

শাওনৰ তৃতীয় সোমবাৰ- ৫ আগষ্ট ২০২৪

শাওন মাহৰ চতুৰ্থ আৰু শেষ সোমবাৰ-১২ আগষ্ট ২০২৪

শাওন মাহৰ মাহাত্ম্য

হিন্দু ধৰ্ম অনুসৰি শাওন মাহত সিৱৰ ৰুদ্ৰ ৰূপে সৃষ্টিক সঞ্চালন কৰে৷ প্ৰচলিত বিশ্বাস অনুসৰি শিৱক অৰ্জন কৰিবৰ বাবে পাৰ্বতীয়ে কঠোৰ তপস্যা কৰিছিল৷ শাওন মাহত শিৱই পাৰ্বতীক নিজৰ স্ত্ৰীৰূপে স্বীকাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ সেয়ে এই মাহটো শিৱৰ প্ৰিয় আৰু এই মাহত পূজাৰ্চনা কৰিলে ব্যক্তিয়ে ভাল ফল লাভ কৰে৷ ইয়াৰোপৰি যি ব্যক্তিয়ে শাওন মাহৰ সোমবাৰ সমূহত উপবাস কৰে তেওঁলোকে সমস্ত সুখ লাভ কৰে৷

শাওন মাহত শিৱ পুজাৰ নিয়ম

শাওন মাহৰ সোমবাৰে পুৱাই গা ধুই পৰিস্কাৰ পোছাক পৰিধান কৰক৷

ঘৰত পুজা সম্পন্ন কৰি দেৱদেৱীৰ সন্মুখত প্ৰদীপ জ্বলাওক৷

শিৱ মন্দিৰত গৈ গংগাজল আৰু গাখীৰ দি শিৱৰ অভিষেক কৰক৷

শিৱক ফুল, বেলপাত নিবেদন কৰক৷

ইয়াৰোপৰি প্ৰদীপ, কৰ্পূৰ, ধূপকাঠি জ্বলাই আৰতি কৰক৷

শিৱৰ ধ্যান বা কোনো মন্ত্ৰ জপ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
Next Post
১২৫ কোটিয়েই সমাপ্ত নহয়, বাঢ়িয়েই আছে টিম ইণ্ডিয়াৰ পুৰস্কাৰ মূল্য, বৰ্তমানলৈকে কিমান কোটি পালে টিম ইণ্ডিয়াই?

১২৫ কোটিয়েই সমাপ্ত নহয়, বাঢ়িয়েই আছে টিম ইণ্ডিয়াৰ পুৰস্কাৰ মূল্য, বৰ্তমানলৈকে কিমান কোটি পালে টিম ইণ্ডিয়াই?

অভিষেক মেচত ৰিয়ানে দেখুৱাব নোৱাৰিলে বেটিং বিক্ৰম, জিম্বাৱোয়েৰ হাতত ভাৰতৰ লজ্জাজনক হাৰ

অভিষেক মেচত ৰিয়ানে দেখুৱাব নোৱাৰিলে বেটিং বিক্ৰম, জিম্বাৱোয়েৰ হাতত ভাৰতৰ লজ্জাজনক হাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.