• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিষেক মেচত ৰিয়ানে দেখুৱাব নোৱাৰিলে বেটিং বিক্ৰম, জিম্বাৱোয়েৰ হাতত ভাৰতৰ লজ্জাজনক হাৰ

অভিষেক মেচত ৰিয়ানে দেখুৱাব নোৱাৰিলে বেটিং বিক্ৰম, জিম্বাৱোয়েৰ হাতত ভাৰতৰ লজ্জাজনক হাৰ

2 years ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

10 minutes ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

40 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

2 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

11 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

11 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

12 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

12 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

13 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

15 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

16 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অভিষেক মেচত ৰিয়ানে দেখুৱাব নোৱাৰিলে বেটিং বিক্ৰম, জিম্বাৱোয়েৰ হাতত ভাৰতৰ লজ্জাজনক হাৰ

অভিষেক মেচত ৰিয়ানে দেখুৱাব নোৱাৰিলে বেটিং বিক্ৰম, জিম্বাৱোয়েৰ হাতত ভাৰতৰ লজ্জাজনক হাৰ

editor by editor
July 6, 2024
in ক্ৰীড়া, জীৱনশৈলী
0
অভিষেক মেচত ৰিয়ানে দেখুৱাব নোৱাৰিলে বেটিং বিক্ৰম, জিম্বাৱোয়েৰ হাতত ভাৰতৰ লজ্জাজনক হাৰ
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টি-২০ বিশ্বকাপ জয়ৰ এসপ্তাহ পাছতেই মেচত নামি বিপৰ্জয় ভাৰতীয় ক্ৰিকেট দলৰ৷ বিশ্বজয়ী দলৰ কোনো সদস্যই অৱশ্যে জিম্বায়েৰ বিৰুদ্ধে মেচত নমা নাছিল৷ কিন্তু চিৰিজৰ প্ৰথম মেচত প্ৰত্যাশা কৰাধৰণে খেলিব নোৱাৰিলে শুভমন গীলৰ দলে৷ জিম্বাবোৱেৰ হাতত ১৩ ৰানত পৰাস্ত হৈছে ভাৰতীয় দলটো৷ প্ৰথমে বেট কৰি আয়োজক দেশে ৯ উইকেটত ১১৫ ৰান কৰে৷ উত্তৰত ভাৰতীয় দলটোৱে ইনিংছত ১৯.৫ অভাৰত ১০২ ৰান কৰিয়েই সামৰে খেল৷

জয়ৰ বাবে ১১৬ ৰান কৰিবলৈ নামি ভাৰতীয় দলৰ বেটিং বিপৰ্যয়৷ এসপ্তাহ পূৰ্বে ২০ অভাৰৰ ক্ৰিকেটত বিশ্বচেম্পিয়নৰ ছাপ্লাই লাইনৰ দুৰ্দশা প্ৰকট হৈ উঠিল এই মেচত৷ বিশ্বকাপৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰা জিম্বাৱোয়েৰ ওচৰত বেটিং বিক্ৰম দেখুৱাব নোৱাৰিলে বিশ্বজয়ী ভাৰতীয় দলে৷ বেট হাতত লৈয়েই দেশবাসীক হতাশ কৰিলে দুই অভিষেককাৰীয়েও৷ ৰিয়ান পৰাগে অভিষেক মেচত দেখুৱাব নোৱাৰিলে যোগ্যতা৷ মাত্ৰ ২ ৰান কৰিয়েই পেভিলিয়নমুখী হ’ল ৰিয়ান৷ ইফালে আন এজন অভিষেককাৰী অভিষেক শৰ্মাই শূন্য ৰানেৰে পেভিলিয়ানলৈ ওভতে৷

অসমৰ প্ৰথম পুৰুষ ক্ৰিকেটাৰ হিচাপে ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে ৰিয়ান পৰাগে৷ কেৱল অসমেই নহয় উত্তৰ-পূৱ ভাৰতৰ প্ৰথম পুৰুষ ক্ৰিকেটাৰ হিচাপে জাতীয় দলত খেলাৰ সুযোগ লাভ কৰিছে ৰিয়ানে৷ এই মেচত ব্যৰ্থ হৈছে ৰুতুৰাজ গায়কোৱাডো৷ ৰিংকু সিঙেও শূন্য ৰানেৰে পেভিলিয়নমূখী হয়৷ বিপৰীত পক্ষক দুৰ্বল ভাৱিয়েই ভুল কৰিলে ভাৰতীয় দলে৷ তাৰেই ফল এই খেলত পালে ভাৰতীয় ক্ৰিকেটাৰে৷

২২ ৰানত ৪ উইকেট হেৰুৱাই চাপত পৰে দলটো৷ ইনিংছ ধৰি ৰখাৰ চেষ্টা চলাই শুভমন আৰু ধ্ৰুৱ জুৱেলে৷ পৰিস্থিতিৰ চাপত উইকেট বচাই খেলত মনোনিৱেশ কৰে দুই ক্ৰিকেটাৰে৷ কিন্তু তাতো বিশেষ লাভ নহ’ল৷ দলক জয়ৰ সোৱাদ দিব নোৱাৰিলে ধ্ৰুৱ জুৱেলেও৷ ১০ অভাৰৰ শেষত শুভমনহঁতৰ ৰান হয়গৈ ৫ উইকেটত ৪৩ ৰান৷ জুৱেলৰ লগে লগেই পেভিলিয়নলৈ উভতে শুভমনো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 22, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
Next Post
দৈনিক ৰাশিফল, কেনে যাব আজি ৭ জুলাই দিনটো, লটাৰী লাগিব, ভাল ধন লাভৰ সংযোগ এই ৰাশিৰ

দৈনিক ৰাশিফল, কেনে যাব আজি ৭ জুলাই দিনটো, লটাৰী লাগিব, ভাল ধন লাভৰ সংযোগ এই ৰাশিৰ

শিৱসাগৰত দিন-দুপৰতে চাঞ্চল্যকৰ ঘটনা, ছাত্ৰৰ হাতত প্ৰাণ গ’ল শিক্ষকৰ, উপৰ্যুপৰি ছুৰিকাঘাত শিক্ষাগুৰুক

শিৱসাগৰত দিন-দুপৰতে চাঞ্চল্যকৰ ঘটনা, ছাত্ৰৰ হাতত প্ৰাণ গ'ল শিক্ষকৰ, উপৰ্যুপৰি ছুৰিকাঘাত শিক্ষাগুৰুক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.