• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱসাগৰত দিন-দুপৰতে চাঞ্চল্যকৰ ঘটনা, ছাত্ৰৰ হাতত প্ৰাণ গ’ল শিক্ষকৰ, উপৰ্যুপৰি ছুৰিকাঘাত শিক্ষাগুৰুক

শিৱসাগৰত দিন-দুপৰতে চাঞ্চল্যকৰ ঘটনা, ছাত্ৰৰ হাতত প্ৰাণ গ’ল শিক্ষকৰ, উপৰ্যুপৰি ছুৰিকাঘাত শিক্ষাগুৰুক

2 years ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

8 minutes ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

27 minutes ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

37 minutes ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

54 minutes ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

3 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

4 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

5 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

5 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

6 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

8 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিৱসাগৰত দিন-দুপৰতে চাঞ্চল্যকৰ ঘটনা, ছাত্ৰৰ হাতত প্ৰাণ গ’ল শিক্ষকৰ, উপৰ্যুপৰি ছুৰিকাঘাত শিক্ষাগুৰুক

editor by editor
July 7, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
শিৱসাগৰত দিন-দুপৰতে চাঞ্চল্যকৰ ঘটনা, ছাত্ৰৰ হাতত প্ৰাণ গ’ল শিক্ষকৰ, উপৰ্যুপৰি ছুৰিকাঘাত শিক্ষাগুৰুক
0
SHARES
511
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিৱসাগৰত দিন-দুপৰতে

শিৱসাগৰত কালি ৬ জুলাই তাৰিখে দিন-দুপৰতে সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। ছাত্ৰৰ উপৰ্যুপৰি ছুৰিৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী শিক্ষাগুৰুৱে। সহপাঠীৰ সন্মুখতে উপৰ্যুপৰি আক্ৰমণ ছাত্ৰৰ।

শিৱসাগৰৰ ছাই বিকাশ একাডেমী শিক্ষানুষ্ঠানৰ শিক্ষক ৰাজেশ বাবুৰ ছুৰিকাঘাতত কৰুণ মৃত্যু ঘটে। বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ এজন ছাত্ৰই সংঘটিত কৰিলে এই জঘন্য কাণ্ড।

গুৰুতৰভাৱে আহত ৰাজেশ বাবুক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু চিকিৎসালয়লৈ প্ৰেৰণ কৰা অৱস্থাতে মৃত্যু ঘটে শিক্ষকজনৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, পঢ়া শুনাত নিয়মীয়া নাছিল ছাত্ৰজন। শ্ৰেণীকোঠাতো উপস্থিতি আছিল অনিয়মীয়া। শনিবাৰৰ দিনা ৰাজেশ বাবুৱে পঢ়াই থকা শ্ৰেণীত সেইজন ছাত্ৰই বেমেজালি লগাইছিল।যাৰ বাবে ৰসায়ন বিজ্ঞানৰ শিক্ষক ৰাজেশ বাবুই দাবী ধমকি দি শ্ৰেণীৰ পৰা উলিয়াই দিয়ে ছাত্ৰজনক।

শ্ৰেণীৰ পৰা ওলাই দিয়াত আত্মসন্মানত আঘাত লাগি শ্ৰেণীৰ পৰা ওলাই পোনেই ছাই বিকাশ একাডেমীৰ কাষতে থকা এখন দোকানৰ পৰা এখন ছুৰী কিনি আনে ছাত্ৰজনে। ছুৰী লৈ ছাত্ৰজনে পুনৰ প্ৰৱেশ কৰে শ্ৰেণীকোঠাত।

কিন্তু বিনা অনুমতিত ছাত্ৰ জনে পুনৰ শ্ৰেণী কোঠাত মোসাই যোৱাত পঢ়াই থকাৰ মাজতে আকৌ খং উঠে শিক্ষক ৰাজেশ বাবুৰ। পাছে এইবাৰ গালি খাই ৰসায়ন বিজ্ঞানৰ শিক্ষক ৰাজেশ বাবুক উভতি ধৰে ছাত্ৰজনে। দস্তুৰমত পইচা দি পঢ়িবলৈ অহা বুলি দম্ভালি মাৰে ছাত্ৰজনে। প্ৰত্যুত্তৰত শিক্ষকে কিবা এষাৰ কওতেই শ্ৰেণীকোঠাতে সকলোৰে সমুখতে ছুৰী উলিয়াই ৰাজেশ বাবুক কেইবাবাৰো আক্ৰমণ ছাত্ৰৰ।

ততাতৈয়াকৈ অন্য শিক্ষকে ৰাজেশ বাবুক হাস্পতাললৈ লৈ যায় যদিও ইত্যমধ্যে মৃত্যু হয় ,চিকিৎসকেও মৃত ঘোষণা কৰে। আনহাতে হত্যাকাৰী ছাত্ৰজনকো আটক কৰি আৰক্ষীৰ গতাই দিয়ে শিক্ষানুষ্ঠানখনৰ শিক্ষক মহলে ।

উল্লেখ্য যে, মুখ্যতঃ তামিলনাডুৰ আছিল ৰাজেশ বাবু, শিক্ষাদানৰ বাবে পৰিয়ালৰ সৈতে বাস কৰিছিল শিৱসাগৰত। আৰু শিক্ষদান কৰি থাকোতেই প্ৰাণ হেৰুৱাই কৃতি শিক্ষকগৰাকীয়ে। প্ৰাণিধানযোগ্য যে, শিক্ষানুষ্ঠানখনত JEE আৰু NEETৰ কোচিং দিয়া হয় ।

চাঞ্চল্যকৰ ঘটনা, ছাত্ৰৰ হাতত প্ৰাণ গ’ল শিক্ষকৰ, উপৰ্যুপৰি ছুৰিকাঘাত শিক্ষাগুৰুক

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam Sivasagarmurder casesivasagarStudent kill teacherTeacher Died
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?
অসম

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

September 21, 2026
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ
অসম

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

September 21, 2026
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ
অসম

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

September 20, 2026
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

September 20, 2026
Next Post
অৱশেষত সন্ধান ওলাল অবিনাশৰ, ২দিন-৩ৰাতিৰ উদ্ধাৰকাৰ্যৰ অন্তত নলাত উদ্ধাৰ মৃতদেহ

অৱশেষত সন্ধান ওলাল অবিনাশৰ, ২দিন-৩ৰাতিৰ উদ্ধাৰকাৰ্যৰ অন্তত নলাত উদ্ধাৰ মৃতদেহ

মৰ্মান্তিক, ৬ মহলীয়া অট্টালিকা ভাঙি প্ৰাণ হেৰুৱালে ৭ জনে, বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা

মৰ্মান্তিক, ৬ মহলীয়া অট্টালিকা ভাঙি প্ৰাণ হেৰুৱালে ৭ জনে, বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.