• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰ্মান্তিক, ৬ মহলীয়া অট্টালিকা ভাঙি প্ৰাণ হেৰুৱালে ৭ জনে, বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা

মৰ্মান্তিক, ৬ মহলীয়া অট্টালিকা ভাঙি প্ৰাণ হেৰুৱালে ৭ জনে, বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা

2 years ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

36 minutes ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

1 hour ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

3 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

3 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

4 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

4 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

5 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

6 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

8 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

8 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মৰ্মান্তিক, ৬ মহলীয়া অট্টালিকা ভাঙি প্ৰাণ হেৰুৱালে ৭ জনে, বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা

editor by editor
July 7, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
মৰ্মান্তিক, ৬ মহলীয়া অট্টালিকা ভাঙি প্ৰাণ হেৰুৱালে ৭ জনে, বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৰ্মান্তিক, ৬ মহলীয়া অট্টালিকা ভাঙি প্ৰাণ হেৰুৱালে ৭ জনে, বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা

গুজৰাটৰ চুৰাটত সংঘটিত হৈছে এক অতিকে মৰ্মান্তিক দুৰ্ঘটনা। চুৰাটৰ শচীন অঞ্চলত ৬ মহলীয়া অট্টালিকা ভাঙি পৰিল বহু লোকৰ মৃত্যু। এই ৬ মহলীয়া অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত অন্য বহু লোক আৱদ্ধ।

এই দুৰ্ঘটনাটোত বৰ্তমানলৈ ৭ জন লোক উদ্ধাৰ হৈছে, কিন্তু ৭টো জনেই মৃত অৱস্থাত উদ্ধাৰ হৈছে। ভাঙি পৰা ধ্বংসাৱশেষৰ তলত আৰু অধিক লোকক সমাধিস্থ হ’ব পাৰে বুলিও আশংকা কৰা হৈছে। উদ্ধাৰ কামত নিয়োজিত দলসমূহে ধ্বংসাৱশেষ আঁতৰাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

সদৰি হোৱা তথ্য অনুসৰি, ভাঙি পৰা অট্টালিকাটো একেবাৰে নতুন আছিল। নিৰ্মাণ সম্পূৰ্ণ হোৱা মাত্ৰ ৮ বছৰ হৈছিল হে। এই ভৱনটো ২০১৬ চনত নিৰ্মাণ কৰা হৈছিল। এনে পৰিস্থিতিত বহুমহলীয়া অট্টালিকাটো নিৰ্মাণৰ ক্ষেত্ৰত সঠিক নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰা হোৱা নাছিল নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।

এই অট্টালিকাটোত মুঠ ছটা পৰিয়াল বসবাস কৰাৰ তথ্য পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হোৱা চুৰাটৰ অঞ্চলটো চুৰাট পৌৰ নিগমৰ অধীনত আহিছে। এই অট্টালিকাৰ উচ্চতা ছয় মহলীয়া।

ঘটনাটোত আহত হোৱা লোকসকলক বৰ্তমানে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অট্টালিকাটো ভাঙি পৰাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ধ্বংসাৱশেষৰ তলত পুত যোৱা লোকসকলক উলিয়াই আনিবলৈ উদ্ধাৰ অভিযান চলোৱা হৈছে। অট্টালিকাটো ভাঙি পৰাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। প্ৰৱল বৰষুণৰ ফলত জৰাজীৰ্ণ অট্টালিকাটো ভাঙি পৰা বুলি কোৱা হৈছে।

চুৰাটৰ আৰক্ষী আয়ুক্ত অনুপম সিং গেহলটে কয় যে অট্টালিকাটো ভাঙি পৰাৰ তথ্য লাভ কৰাৰ পিছত সাহায্যৰ কাম আৰম্ভ কৰা হৈছে। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে সাহায্য আৰু উদ্ধাৰৰ কাম কৰা হৈছে।

এন ডি আৰ এফৰ দলে কঠোৰ পৰিশ্ৰম কৰি আছে। ২০১৭–১৮ চনত নিৰ্মাণ কৰা হৈছিল এই ভৱনটো। জৰাজীৰ্ণ হোৱাৰ বাবে চুৰাট পৌৰ নিগমেও খালী কৰিবলৈ নিৰ্দেশ দিছিল। অট্টালিকাটোত বাস কৰা বেছিভাগ মানুহেই খালী কৰি পেলাইছিল যদিও ৫ৰ পৰা ৬টা পৰিয়াল এতিয়াও তাত বাস কৰি আছিল। নিহত লোক কেইজন সেই পৰিয়ালৰে বুলি সন্দেহ প্ৰকাশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: building collapsesCollapsesgujratindiaMany Diedsurat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

July 21, 2026
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই
বিনোদন

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

July 20, 2026
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী
জীৱনশৈলী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

July 20, 2026
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ
বিবিধ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

July 20, 2026
Next Post
৮ বছৰৰ প্ৰেম, ৫ মহীয়া বিবাহ, এতিয়া ওৰেটো জীৱন বগা সাজ, কন্দুৱাই তুলিব স্মৃতিৰ কাহিনীয়ে

৮ বছৰৰ প্ৰেম, ৫ মহীয়া বিবাহ, এতিয়া ওৰেটো জীৱন বগা সাজ, কন্দুৱাই তুলিব স্মৃতিৰ কাহিনীয়ে

আৰক্ষী বিষয়াৰ পৰা স্বয়ম্ভু ভগৱান, মাজতে বেয়া কাম কৰি কাৰাগাৰো, সম্পত্তি জানিলে আচৰিত হৈ পৰিব আপুনি

আৰক্ষী বিষয়াৰ পৰা স্বয়ম্ভু ভগৱান, মাজতে বেয়া কাম কৰি কাৰাগাৰো, সম্পত্তি জানিলে আচৰিত হৈ পৰিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.