• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত সন্ধান ওলাল অবিনাশৰ, ২দিন-৩ৰাতিৰ উদ্ধাৰকাৰ্যৰ অন্তত নলাত উদ্ধাৰ মৃতদেহ

অৱশেষত সন্ধান ওলাল অবিনাশৰ, ২দিন-৩ৰাতিৰ উদ্ধাৰকাৰ্যৰ অন্তত নলাত উদ্ধাৰ মৃতদেহ

2 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

23 minutes ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

41 minutes ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

2 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

2 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

3 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

5 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

5 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

6 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

6 hours ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

15 hours ago
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অৱশেষত সন্ধান ওলাল অবিনাশৰ, ২দিন-৩ৰাতিৰ উদ্ধাৰকাৰ্যৰ অন্তত নলাত উদ্ধাৰ মৃতদেহ

editor by editor
July 7, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
অৱশেষত সন্ধান ওলাল অবিনাশৰ, ২দিন-৩ৰাতিৰ উদ্ধাৰকাৰ্যৰ অন্তত নলাত উদ্ধাৰ মৃতদেহ
0
SHARES
953
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত সন্ধান ওলাল অবিনাশৰ, ২দিন-৩ৰাতিৰ উদ্ধাৰকাৰ্যৰ অন্তত নলাত উদ্ধাৰ মৃতদেহ

অৱশেষত সন্ধান ওলাল জ্যোতিনগৰৰ ৮ বছৰীয়া অবিনাশৰ মৃতদেহ। ৪জুলাই বৃহস্পতিবাৰৰ নিশা মহানগৰাৰীৰ জ্যোতিনগৰত সংঘটিত হৈছিল সেই শোকাৱহ ঘটনা। সেই দিনাৰে পৰা দিন-ৰাত একাকাৰ কৰি প্ৰশাসন, আৰক্ষী, এছ ডি আৰ এফ, পৰিয়ালৰ লোকে সন্ধান পোৱা নাই অবিনাশৰ।

আজি ৭ জুলাই তাৰিখ দেওবাৰে অৱশেষত সন্ধান ওলাল কনমানি অবিনাশৰ। ৰাজগড়ৰ নলাত উদ্ধাৰ অবিনাশৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পাছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে মৃতদেহ।

অবিনাশৰ পৰিয়ালৰ লোকে হাস্পতালত অবিনাশৰ মৃতদেহ চিনাক্ত কৰে।

বৃহস্পতিবাৰৰে পৰা উদ্ধাৰ অভিযান পূৰ্ণগতিত চলি আছিল। জ্যোতিনগৰ, অনুৰাধা, বামুণিমৈদাম, চানমাৰি, ৰাজগড় আদিৰ বহু নলাত উদ্ধাৰ অভিযান চলাইছিল উদ্ধাৰকাৰী দলে। ভাত-পানী এৰি ঘটনা সংঘটিত হোৱা স্থানত, উদ্ধাৰ অভিযান চলোৱা ঠাইত পিতৃ-মাতৃয়ে কান্দি কান্দি সময় অতিবাহিত কৰিছিল। পিতৃয়ে চলাই অহা স্কুটিখন হাউলি পৰাত পানীৰ সোঁতত নলাত উটি গৈছিল অবিনাশ।

দিন-ৰাত একাকাৰ কৰি পিতৃয়েও চলাই আছিল পুত্ৰৰ সন্ধান। সেই সময়তে উদ্ধাৰ হৈছিল পুত্ৰৰ ভৰিৰ দুপাত চেন্দেল। দুদিনত উদ্ধাৰ হৈছিল দুপাত। তাৰ পাছতে আজি দেওবাৰে উদ্ধাৰ হয় মৃতদেহ।

শনিবাৰে উদ্ধাৰ অভিযানৰ বুজ ল’বলৈ উপস্থিত হৈছিল মুখ্যমন্ত্ৰীয়ো। উদ্ধাৰকাৰী দলক অভিযান ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে পিতৃ-মাতৃক বুজনি দিছিল মুখ্যমন্ত্ৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam floodAssam. GuwahatifloodguwahatiGuwahati FloodJyotinagar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি
অসম

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

July 20, 2026
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
Next Post
মৰ্মান্তিক, ৬ মহলীয়া অট্টালিকা ভাঙি প্ৰাণ হেৰুৱালে ৭ জনে, বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা

মৰ্মান্তিক, ৬ মহলীয়া অট্টালিকা ভাঙি প্ৰাণ হেৰুৱালে ৭ জনে, বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা

৮ বছৰৰ প্ৰেম, ৫ মহীয়া বিবাহ, এতিয়া ওৰেটো জীৱন বগা সাজ, কন্দুৱাই তুলিব স্মৃতিৰ কাহিনীয়ে

৮ বছৰৰ প্ৰেম, ৫ মহীয়া বিবাহ, এতিয়া ওৰেটো জীৱন বগা সাজ, কন্দুৱাই তুলিব স্মৃতিৰ কাহিনীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.