• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ পৰ্ণ ছবিত নাম সাঙোৰ খাইছিল মাৰ্ভেল গাৰ্ল স্কাৰলেটৰ?

কেনেকৈ পৰ্ণ ছবিত নাম সাঙোৰ খাইছিল মাৰ্ভেল গাৰ্ল স্কাৰলেটৰ?

4 years ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

16 minutes ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

39 minutes ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

1 hour ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

2 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

3 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

3 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

4 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

5 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

6 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

6 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

7 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কেনেকৈ পৰ্ণ ছবিত নাম সাঙোৰ খাইছিল মাৰ্ভেল গাৰ্ল স্কাৰলেটৰ?

editor by editor
May 2, 2022
in চিনেমা, বিনোদন, বিশ্ব
0
কেনেকৈ পৰ্ণ ছবিত নাম সাঙোৰ খাইছিল মাৰ্ভেল গাৰ্ল স্কাৰলেটৰ?
0
SHARES
266
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছত নাতাশা ৰোমানোফ ওৰফে ব্লেক উইডোৰ চৰিত্ৰত অভিনয় কৰি বিশ্বজুৰি খ্যাতি লাভ কৰা স্কাৰলেট জোহানছন এসময়ত পৰ্ণ চাইটত উপলব্ধ আছিল! সেই কথা বিশ্ব বিখ্যাত চেলিব্ৰেটিগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে৷

অভিনেত্ৰীগৰাকীয়ে মাৰ্কিন সংবাদ পত্ৰ দ্য ৱাশ্বিংটন পোষ্টত দিয়া এক সাক্ষাৎকাৰত কৈছিল যে বহু বছৰ পূৰ্বে প’ৰ্ণ চাইটত তেওঁৰ ভিডিঅ’ উপলব্ধ হৈছিল৷ এটা পুৰণি সাক্ষাৎকাৰত কৈছিল যে উক্ত ভিডিঅ’সমূহত তেওঁৰ ফ’টো মৰ্ফ কৰি লগোৱা হৈছিল৷ যিবোৰ ভিডিঅ’ পৰ্ণ চাইটত তেওঁৰ বুলি প্ৰচাৰ কৰা হৈছিল৷

লগতে পঢ়ক পুনৰ চৰকাৰৰ স্বৰূপ উদঙালে ন্যায়ালয়ে! কোভিড ভেকচিন বাধ্যতামূলক নহয়

অভিনেত্ৰীগৰাকীয়ে আৰু কৈছিল যে ভিডিঅ’সমূহ সম্পূৰ্ণ ভুৱা আছিল আৰু উক্ত ভিডিঅ’ত অতি দক্ষতাৰে তেওঁৰ মুখাৱয় কাটি নি লগোৱা হৈছিল৷ উল্লেখ্য যে বিভিন্ন পৰ্ণ চাইটত চেলিব্ৰেটিসকলে এনে অশুভ চক্ৰৰ বলি হৈ আহিছে৷ ভিডিঅ’ত তেওঁলোকৰ মুখায়ৱক দক্ষতাৰে মৰ্ফ কৰি ভুৱা ভিডিঅ’সমূহক লিক্ড কৰা হয়৷

এভেঞ্জাৰ তাৰকাগৰাকীয়ে সাক্ষাৎকাৰটোত লগতে কৈছিল, ‘‘মোৰ প্ৰতিচ্ছবি বা আন কাৰোবাৰ ছবি কাটি নি পেষ্ট কৰি এই কামবোৰ কৰা হৈছিল৷’’

লগতে পঢ়ক কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’

একেটা কথোপকথনতে স্কাৰলেট জোহানছনে আৰু কয়, ‘‘সত্যটো হ’ল যে ইণ্টাৰনেট আৰু ইয়াৰ অন্ধকাৰ জগতৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ চেষ্টা কৰাটো মূলতঃ এক হেৰুৱা কাৰণ… ইণ্টাৰনেট হৈছে অন্ধকাৰৰ এক বিশাল কীট গহ্বৰ যিয়ে সকলোকে ভক্ষণ কৰে।’’

উল্লেখ্য যে স্কাৰলেটক মুখ কাটি নি মৰ্ফ কৰা এটা পৰ্ণগ্ৰাফিক ভিডিঅ’ মাত্ৰ এটা ছাইটতে প্ৰায় ১,৫ নিযুত লোকে দৰ্শন কৰিছিল৷ আৰু এই ভিডিঅ’টোৰ বাবে স্কাৰলেটে সেই সময়ত অন্য ধৰণেৰে চৰ্চা লাভ কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMarvel Cinematic UniverseScarlett Johansson
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য
ভাৰত

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

September 14, 2026
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’
অসম

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

September 14, 2026
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Next Post
একাধিক যৌনসংগী থকাটো কিমান স্বাস্থ্যকৰ?

একাধিক যৌনসংগী থকাটো কিমান স্বাস্থ্যকৰ?

আপোনাৰ শিশুৰ হাতৰ আখৰ বেয়া নেকি? ৫টা পৰামৰ্শৰে ভাল হ’ব শিশুৰ হাতৰ আখৰ

আপোনাৰ শিশুৰ হাতৰ আখৰ বেয়া নেকি? ৫টা পৰামৰ্শৰে ভাল হ’ব শিশুৰ হাতৰ আখৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.