• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ চৰকাৰৰ স্বৰূপ উদঙালে ন্যায়ালয়ে! কোভিড ভেকচিন বাধ্যতামূলক নহয়

পুনৰ চৰকাৰৰ স্বৰূপ উদঙালে ন্যায়ালয়ে! কোভিড ভেকচিন বাধ্যতামূলক নহয়

4 years ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

43 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

1 hour ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

2 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

2 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

4 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

4 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

5 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

6 hours ago
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

8 hours ago
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

9 hours ago
শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

9 hours ago
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুনৰ চৰকাৰৰ স্বৰূপ উদঙালে ন্যায়ালয়ে! কোভিড ভেকচিন বাধ্যতামূলক নহয়

editor by editor
May 2, 2022
in ভাৰত, স্বাস্থ্য
0
পুনৰ চৰকাৰৰ স্বৰূপ উদঙালে ন্যায়ালয়ে! কোভিড ভেকচিন বাধ্যতামূলক নহয়
0
SHARES
93
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ উচ্চতম ন্যায়ালয়ে কোভিড প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে চৰকাৰে কোনো লোককে টিকাকৰণ কৰিবলৈ বাধ্য কৰিব নোৱাৰিব। অৱশ্যে, চৰকাৰে এই ক্ষেত্ৰত নীতি প্ৰস্তুত কৰিব পাৰে আৰু বৃহত্তৰ জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে কিছুমান চৰ্ত আৰোপ কৰিব পাৰে।

উচ্চতম ন্যায়ালয়ে বৰ্তমানৰ টিকাকৰণ নীতিক অনুচিত বুলি ক’ব নোৱাৰি বুলি উল্লেখ কৰি কয় যে এই ন্যায়ালয় সন্তুষ্ট যে বৰ্তমানৰ ভেকছিন নীতিক স্পষ্টভাৱে স্বেচ্ছাচাৰী বুলি ক’ব নোৱাৰি।

উচ্চতম ন্যায়ালয়ে লগতে কয় আমি আবেদনকাৰীৰ সৈতে একমত নহয় যে বৰ্তমানৰ ভেকচিনৰ প্ৰাসংগিক তথ্য চৰকাৰে উপলব্ধ কৰা নাই। আৰু এতিয়া স্বাস্থ্য পৰীক্ষণৰ সকলো প্ৰাসঙ্গিক তথ্য ৰাজহুৱা ক্ষেত্ৰত উপলব্ধ কৰাটো উচিত। শিশুৰ বাবে অনুমোদিত ভেকচিনৰ তথ্যও ৰাজহুৱা ক্ষেত্ৰত উপলব্ধ হ’ব লাগে।

লগতে পঢ়ক অকুতোভয়! প্ৰকাণ্ড দুই অজগৰ কান্ধত লৈ নাচি-বাগি ভাইৰেল হ’ল কোন যুৱক?

উল্লেখ্য যে টিকাকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰিকৰী পৰামৰ্শদাতা গোটৰ (এনটিএজিআই) প্ৰাক্তন সদস্য ড০ জেকব পুলিয়ালে ভেকচিনটো বাধ্যতামূলক কৰাৰ বিৰুদ্ধে চৰকাৰে তথ্য ৰাজহুৱা কৰিবলৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। একে সময়তে দিল্লী, মধ্য প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰটো বাধ্যতামূলক কোভিড ভেকচিনৰ বিৰুদ্ধে ন্যায়ালয়ত একোখনকৈ আবেদন দাখিল কৰা হৈছে।

আবেদনত কোৱা হৈছিল যে কেন্দ্ৰই  টিকাকৰণ স্বেচ্ছামূলক কৰিছিল যদিও ৰাজ্যসমূহে কিছুমান উদ্দেশ্যৰ বাবে ইয়াক বাধ্যতামূলক কৰিছিল। ভেকচিনৰ আদেশ অসাংবিধানিক ঘোষণা কৰিবলৈ নিৰ্দেশনা জাৰী কৰিবলৈও আবেদনত উল্লেখ কৰা হৈছে৷ এই আবেদনৰ শুনানি গ্ৰহণ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই মন্তব্য প্ৰদান কৰিছে৷

উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ আবেদনক প্ৰত্যাহ্বান জনাই আবেদনকাৰী জেকব পুলিয়ালে কয় যদিও কেন্দ্ৰীয় চৰকাৰে কৈছে যে টিকাকৰণ স্বেচ্ছামূলক আৰু বাধ্যতামূলক নহয়, তথাপিও দিল্লী, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্যত ইয়াক বাধ্যতামূলক কৰা হৈছে।

লগতে পঢ়ক স্পাইজেটৰ উৰন্ত বিমানত তীব্ৰ জোকাৰণি, ১৫ গৰাকী যাত্ৰী আহত : চাওক ভিডিঅ’

জেকবৰ আবেদনৰ যুক্তি দৰ্শাই তেওঁৰ অধিবক্তা প্ৰশান্ত ভূষণে কয় যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত বিবৃতি আৰু আৰটিআইৰ উত্তৰত কৈছিল যে টিকাকৰণ বাধ্যতামূলক নহয়৷ কিন্তু  ইয়াৰ পিছতো ৰাজ্যত দোকান খোলা, দোকান বা প্ৰতিষ্ঠানত প্ৰৱেশ কৰা, কৰ্মচাৰী আৰু তাত কাম কৰা লোকৰ প্ৰৱেশ, ৰাস্তাত খোজ কঢ়া, শিক্ষানুষ্ঠানত ভৰ্তি হোৱাৰ দৰে অনুষ্ঠানত, টিকাকৰণৰ প্ৰমাণপত্ৰ কিয় বিচৰা হয় বুলিও প্ৰশ্ন কৰে আইনজীৱী ভূষণে৷

আবেদনখনত উল্লেখ কৰা হৈছে যে যোৱা বছৰ ৮ অক্টোবৰত মধ্য প্ৰদেশত, ৮ নৱেম্বৰত মহাৰাষ্ট্ৰত, ২৭ নৱেম্বৰ তামিলনাডুত আৰু ১৮ নৱেম্বৰত দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল চৰকাৰে জাৰি কৰা বিজ্ঞপ্তি আৰু ইয়াত স্পষ্টভাৱে নিৰ্ধাৰিত নিৰ্দেশনাসমূহৰ কথাও উল্লেখ কৰিছে, যিয়ে টিকাকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে।

ইফালে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনোৱা অনুসৰি ২০২১ চনৰ ২৪ নৱেম্বৰলৈকে ১৯ কোটি ৩৮ লাখ ৪৪ হাজাৰ ৭৪১ টা কৰোনা ভেকচিনৰ পালি দিয়া হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcovid 19Covid 19 vaccineSC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?
বিশ্ব

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

July 4, 2026
আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?
জীৱনশৈলী

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

July 4, 2026
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই
বিনোদন

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

July 3, 2026
Next Post
মাজুলী-যোৰহাট সংযোগী দলঙৰ খুঁটা নিৰ্মাণতে বিসংগতি : কাম বন্ধ কৰোৱালে স্থানীয় লোকে!

মাজুলী-যোৰহাট সংযোগী দলঙৰ খুঁটা নিৰ্মাণতে বিসংগতি : কাম বন্ধ কৰোৱালে স্থানীয় লোকে!

কেনেকৈ পৰ্ণ ছবিত নাম সাঙোৰ খাইছিল মাৰ্ভেল গাৰ্ল স্কাৰলেটৰ?

কেনেকৈ পৰ্ণ ছবিত নাম সাঙোৰ খাইছিল মাৰ্ভেল গাৰ্ল স্কাৰলেটৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.