• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’

কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’

4 years ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

15 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

15 hours ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

16 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

16 hours ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

17 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

18 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

18 hours ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

18 hours ago
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

19 hours ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

20 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

20 hours ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’

editor by editor
May 2, 2022
in বিনোদন, বিবিধ
0
কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’
0
SHARES
97
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত এতিয়া বিয়াৰ বতৰ৷ প্ৰতিদিনেই সামাজিক মাধ্যমত বিভিন্ন বিয়াৰ বিভিন্ন ভিডিঅ’ ভাইৰেল হোৱা দেখা যায়৷

তাৰে কিছুমান ভিডিঅ’ৱে তড়িৎ গতিত ভাইৰেল হোৱা পৰিলক্ষিত হয়৷ ইয়াৰ মাজৰে একাংশ ভিডিঅ’ৱে নেটিজেনসকলৰ মাজত বিশেষ প্ৰভাৱ বিস্তাৰ কৰাও দেখা যায়৷ আন একাংশ ভিডিঅ’ দেখি নেটিজেনসকলে আচৰিত হোৱা পৰিলক্ষিত হয়৷

ইয়াৰ মাজতে সামাজিক মাধ্যমত বিবাহ অনুষ্ঠানৰ অন্য এক ভিডিঅ’ ভাইৰেল হৈছে, যিটো ভিডিঅ’ৱে সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হোৱাৰ লগতে বিভিন্ন লোকক হচকিত কৰি তুলিছে৷

লগতে পঢ়ক স্পাইজেটৰ উৰন্ত বিমানত তীব্ৰ জোকাৰণি, ১৫ গৰাকী যাত্ৰী আহত : চাওক ভিডিঅ’

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে বিবাহ সম্পন্ন হোৱাৰ পিছতে দৰা আৰু কইনাই তীব্ৰ গতিৰে দৌৰিছে৷ দৰাৰ এখন হাতত কইনাই ধৰি তীব্ৰ গতিৰি দৌৰি যোৱা পিছতে এখন গাড়ীৰ পিছফালটো দেখা যায়৷ ভিডিঅ’টো এইদৰে প্ৰত্যক্ষ কৰাৰ পিছতে ধাৰণা কৰা হৈছে যে দৰা-কইনাই গাড়ীখনক ধৰিবলৈহে দৌৰিছে!

View this post on Instagram

A post shared by RK Khan RK Khan (@rkkhan6549)

অৱশ্যে ভিডিঅ’টোত দৰা-কইনাৰ পিছে পিছে অন্য কিছু লোকেও দৌৰি থকা দেখা গৈছে৷ কিছুলোকৰ মতে এয়া বিবাহ অনুষ্ঠানৰ পিছত কইনাই মাতৃ গৃহৰ পৰা ওলাই অহাৰ পিছত পালন কৰা এক নিয়মহে৷ অৰ্থাৎ মাতৃ গৃহৰ পৰা স্বামী অৰ্থাৎ দৰাৰ হাতত ধৰি কইনাই চলন্ত গাড়ীত উঠিবলৈ দৌৰাটো এক নিয়মেই৷

লগতে পঢ়ক ৰাছিয়াক ত্ৰিভূৱন দেখুওৱা কোন এই ‘Ghost of Kyiv’? কেনেকৈ মৃত্যু হ’ল তেওঁৰ?

এই ভিডিঅ’টো rkkhana6549ৰ নামৰ এক ইনষ্টাগ্ৰাম একাউন্টৰ পৰা শ্বেয়াৰ কৰা হৈছে৷ এতিয়ালৈকে ভিডিঅ’টো প্ৰায় ৮০ লাখ লোকে প্ৰত্যক্ষ কৰিছে৷ ৩ লাখ ১১ হাজাৰো অধিক লোকে লাভ ৰিয়েক্ট কৰা ভিডিঅ’টোত ২৩ শৰো অধিক লোকে কমেণ্ট কৰিছে৷

উল্লেখ্য যে সামাজিক মাধ্যমত ভাইৰেল হোৱা ইচ্ছাৰে আজিকালি বিভিন্ন ধৰণৰ কাণ্ড সংঘটিত কৰা হয়৷ বিবাহৰ পিছত দৰা-কইনাই গাড়ীৰ পিছে পিছে তীব্ৰ গতিৰে দৌৰাটোও এনে কাণ্ডৰে অংশ নে সঁচাই বিবাহৰ মাংগলিক কাৰ্য সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

May 5, 2026
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ
জীৱনশৈলী

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

May 5, 2026
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ
জীৱনশৈলী

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

May 5, 2026
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

May 5, 2026
Next Post
পুনৰ চৰকাৰৰ স্বৰূপ উদঙালে ন্যায়ালয়ে! কোভিড ভেকচিন বাধ্যতামূলক নহয়

পুনৰ চৰকাৰৰ স্বৰূপ উদঙালে ন্যায়ালয়ে! কোভিড ভেকচিন বাধ্যতামূলক নহয়

মাজুলী-যোৰহাট সংযোগী দলঙৰ খুঁটা নিৰ্মাণতে বিসংগতি : কাম বন্ধ কৰোৱালে স্থানীয় লোকে!

মাজুলী-যোৰহাট সংযোগী দলঙৰ খুঁটা নিৰ্মাণতে বিসংগতি : কাম বন্ধ কৰোৱালে স্থানীয় লোকে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.