• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অকুতোভয়! প্ৰকাণ্ড দুই অজগৰ কান্ধত লৈ নাচি-বাগি ভাইৰেল হ’ল কোন যুৱক?

অকুতোভয়! প্ৰকাণ্ড দুই অজগৰ কান্ধত লৈ নাচি-বাগি ভাইৰেল হ’ল কোন যুৱক?

4 years ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

13 minutes ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

1 hour ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

2 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

3 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

3 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

16 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

17 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

17 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

18 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

18 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

19 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অকুতোভয়! প্ৰকাণ্ড দুই অজগৰ কান্ধত লৈ নাচি-বাগি ভাইৰেল হ’ল কোন যুৱক?

editor by editor
May 2, 2022
in বিবিধ
0
অকুতোভয়! প্ৰকাণ্ড দুই অজগৰ কান্ধত লৈ নাচি-বাগি ভাইৰেল হ’ল কোন যুৱক?
0
SHARES
290
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুটা পূৰ্ণবয়স্ক প্ৰকাণ্ড অজগৰ৷ দৈৰ্ঘ্য প্ৰায় ২০ ফুট৷ ইচ্ছা কৰিলেই অজগৰ দুটাই টিলিকতে এটা মানুহক ভক্ষণ কৰি থ’ব পাৰে! কিন্তু এনে দুটা প্ৰকাণ্ড অজগৰক কান্ধত লৈ নাচি-বাগি সামাজিক মাধ্যমত ভাইৰেল হৈছে এগৰাকী যুৱক৷

যুৱকজনৰ এই অকুতোভয় কাণ্ডৰ ভিডিঅ’ প্ৰত্যক্ষ কৰি বহুলোক হতভম্ব হৈ পৰা দেখা গৈছে৷ বৰ্তমান সামাজিক মাধ্যমত ভাইৰলে হোৱা ভিডিঅ’টোত ইন্দোনেছিয়াৰ এজন যুৱকে দুটা প্ৰকাণ্ড অজগৰক কান্ধত লৈ নাচি বাগি থকা প্ৰত্যক্ষ কৰা গৈছে৷

লগতে পঢ়ক ৰাছিয়াক ত্ৰিভূৱন দেখুওৱা কোন এই ‘Ghost of Kyiv’? কেনেকৈ মৃত্যু হ’ল তেওঁৰ?

উল্লেখ্য যে ইয়াৰ কিছুদিন পূৰ্বে অন্য এজন যুৱকে এটা বিষাক্ত কোব্ৰাৰ মূৰত চুমা খোৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল৷ উক্ত শিহৰণকাৰী ভিডিঅ’ৰ পিছতে ভাইৰেল হোৱা এই ভিডিঅ’টোৱে এতিয়া সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷

অৰ্থাৎ সামাজিক মাধ্যমত ইটোতকৈ সিটো চৰা দৰে এক অঘোষিত প্ৰতিযোগিতাৰহে যেন আৰম্ভ হৈছে৷

View this post on Instagram

A post shared by 🐍Ꮗ Ꭷ Ꮢ Ꮭ Ꮄ ᎧᎦ Ꮥ Ꮑ Ꮧ Ꮶ Ꮛ Ꮥ🐍 (@world_of_snakes_)

লগতে পঢ়ক শ্বেয়াৰ বজাৰত টকাৰ উজান। কিয় কমিছে পেনি ষ্টকৰ দাম?

প্ৰসংগক্ৰমে উল্লেখ্য যে অজগৰ সাপ মূলতঃ আফ্ৰিকাৰ ছাহাৰা, নেপাল, ভাৰত, বাংলাদেশ, দক্ষিণ-পূৱ পাকিস্তান, অষ্ট্ৰেলিয়া, ফিলিপাইনছ আদিত পোৱা যায়৷

আনহাতে, ভিডিঅ’টোত দেখা পোৱা অজগৰ সাপ দুটা হৈছে ‘ৰেটিকুলেটেড’ প্ৰজাতিৰ৷ এই প্ৰজাতিৰ অজগৰ সাধাৰণতে দক্ষিণ-পূৱ এছিয়াত দেখা যায়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPythonviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?
বাণিজ্য

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

June 14, 2026
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ
জীৱনশৈলী

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

June 14, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

June 14, 2026
Next Post
কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’

কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’

পুনৰ চৰকাৰৰ স্বৰূপ উদঙালে ন্যায়ালয়ে! কোভিড ভেকচিন বাধ্যতামূলক নহয়

পুনৰ চৰকাৰৰ স্বৰূপ উদঙালে ন্যায়ালয়ে! কোভিড ভেকচিন বাধ্যতামূলক নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.