• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামী নমৰিল! স্বামীৰ বাবে কিনা কফিন বিক্ৰী কৰিবলৈ পত্নীয়ে দিলে বিজ্ঞাপন, ক’ত এই ঘটনা?

স্বামী নমৰিল! স্বামীৰ বাবে কিনা কফিন বিক্ৰী কৰিবলৈ পত্নীয়ে দিলে বিজ্ঞাপন, ক’ত এই ঘটনা?

3 years ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

1 hour ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

2 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

3 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

3 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

4 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

16 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

16 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

17 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

18 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

18 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

19 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্বামী নমৰিল! স্বামীৰ বাবে কিনা কফিন বিক্ৰী কৰিবলৈ পত্নীয়ে দিলে বিজ্ঞাপন, ক’ত এই ঘটনা?

editor by editor
October 2, 2022
in জীৱনশৈলী, বাণিজ্য, বিশ্ব, স্বাস্থ্য
0
স্বামী নমৰিল! স্বামীৰ বাবে কিনা কফিন বিক্ৰী কৰিবলৈ পত্নীয়ে দিলে বিজ্ঞাপন, ক’ত এই ঘটনা?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ স্বামী নমৰিল, শেষত বাধ্য হৈ সামাজিক মাধ্যমত পত্নীয়ে দিছে কফিন বিক্ৰীৰ বিজ্ঞাপন৷ পত্নীয়ে ভাবিছিল স্বামীৰ আয়ুস টুটি আহিছে৷ অচিৰেই এই পৃথিৱীৰ পৰা বিদায় ল’ব স্বামীয়ে৷ সেই চিন্তাৰেই পত্নীয়ে স্বামীৰ বাবে ক্ৰয় কৰিছিল এটা বিশেষ কফিন৷ কিন্তু পত্নীৰ চিন্তাৰ বিপৰীতে দিনকদিনে সুস্থ হৈ উঠিছে স্বামী৷ নিজে কৰা অনুমান মিছা হোৱাত হতাশ হৈ পত্নীয়ে দিছে বিশেষ বিজ্ঞাপনটো৷

প্ৰকাশিত খবৰ অনুসৰি স্কটলেণ্ডৰ বাসিন্দা মাৰ্গাৰেট ষ্টেবলছে সামাজিক মাধ্যমত লিখিছে বিশেষ পষ্টটো৷ মাৰ্গাৰেটে লিখিছে- এটা নুন কফিন বিক্ৰী কৰিম৷ স্বামীৰ বাবে কিনিছিলো, মই ভাৱিছিলো তেওঁ আৰু বেছিদিন জীয়াই নাথাকে৷ কিন্তু তেওঁ এতিয়া দিনকদিনে সুস্থ হৈ আহিছে, যাৰবাবে আমাক আৰু কফিনটোৰ প্ৰয়োজন নাই৷ ঘৰত কফিনটোৱে বহু ঠাই অধিকাৰ কৰি আছে৷’ মাৰ্গাৰেটে আৰু লিখিছে, ‘কফিনটো বিক্ৰী কৰিলে তাৰ মাজত গাৰু দিয়া নহ’ব৷ কিয়নো কফিনৰ সৈতে কিনা গাৰুটোত এতিয়া আমাৰ কুকুৰ শুৱে৷’

স্বামীক লৈ সামাজিক মাধ্যমত পত্নীৰ এনেধৰণৰ বিজ্ঞাপন নতুন নহয়৷ ইয়াৰ পূৰ্বেও এগৰাকী মহিলাই স্বামীক লৈ দিছিল বিশেষ বিজ্ঞাপন৷ বিজ্ঞাপনটোত পত্নীয়ে লিখিছিল, ‘ স্বামী লাগিব নেকি? উচ্চতা ৬ ফুট ১ ইঞ্চি, বয়স ৩৭ বছৰ৷ গাৰ ৰং বগা, পেছাত মাংস বেপাৰী৷’ নিলামৰ ৱেবচাইটত এই বিজ্ঞাপন দি ভাইৰেল হৈছিল লিণ্ডা মেকলিষ্টাৰ নামৰ মহিলাগৰাকী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!
জীৱনশৈলী

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

March 16, 2026
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?
বাণিজ্য

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
Next Post
ফাইন ১০,০০০ টকা! সুৰাপান কৰি গাড়ী নচলাবই

ফাইন ১০,০০০ টকা! সুৰাপান কৰি গাড়ী নচলাবই

এয়া আকৌ কি কৰিলে? অসুৰৰ সলনি দেৱী দুৰ্গাই বধ কৰিলে মহাত্মা গান্ধীক

এয়া আকৌ কি কৰিলে? অসুৰৰ সলনি দেৱী দুৰ্গাই বধ কৰিলে মহাত্মা গান্ধীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.