• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনৰ সোমবাৰে সেনাপতি মঙ্গলৰ ঘৰ সলনি, ৩ ৰাশিৰ জীৱনত খুলিব সৌভাগ্যৰ দ্বাৰ

শাওনৰ সোমবাৰে সেনাপতি মঙ্গলৰ ঘৰ সলনি, ৩ ৰাশিৰ জীৱনত খুলিব সৌভাগ্যৰ দ্বাৰ

12 months ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

30 minutes ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

1 hour ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

2 hours ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

2 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

3 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

4 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

5 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

6 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

6 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

8 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

9 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওনৰ সোমবাৰে সেনাপতি মঙ্গলৰ ঘৰ সলনি, ৩ ৰাশিৰ জীৱনত খুলিব সৌভাগ্যৰ দ্বাৰ

শাওনৰ সোমবাৰে সেনাপতি মঙ্গলৰ ঘৰ সলনি, ৩ ৰাশিৰ জীৱনত খুলিব সৌভাগ্যৰ দ্বাৰ

editor by editor
July 25, 2025
in জীৱনশৈলী
0
শাওনৰ সোমবাৰে সেনাপতি মঙ্গলৰ ঘৰ সলনি, ৩ ৰাশিৰ জীৱনত খুলিব সৌভাগ্যৰ দ্বাৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহই এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাশি পৰিবৰ্তন কৰি এক ৰাশিৰ পৰা অন্য ৰাশিলৈ গমন কৰে৷ গ্ৰহসমূহৰ ৰাশি পৰিবৰ্তনে সমস্ত ৰশিৰ ওপৰত ইতিবাচক বা নেতিবাচক প্ৰভাৱ পেলাব৷ মঙলে এক ৰাশিৰ পৰা অন্য ৰাশিলৈ যাবলৈ প্ৰায় ১৮ মাহ সময় লয়৷ বৰ্তমান মঙলে সিংহ ৰাশিত গমন কৰিছে আৰু কেতুৰ সৈতে সংযোগ কৰিছে৷ শীঘ্ৰেই বুধ ৰাশিৰ মালিকানাধীন কন্যা ৰাশিত গমন কৰিব মঙ্গলে৷ বিশেষ বিষয় হৈছে যিদিনা মঙ্গলে কন্যা ৰাশিত প্ৰৱেশ কৰিব সেইদিনাই শাওন মাহৰ সোমবাৰৰ উপবাসো পালন কৰা হব৷

মঙ্গলে ২৮ জুলাইৰ সন্ধিয়া ৭ বাজি ৫৮ মিনিটত সিংহ ৰাশিৰ যাত্ৰা শেষ কৰি কন্যা ৰাশিলৈ আহিব৷ জ্যোতিষীৰ মতে মঙ্গলে বুধৰ ঘৰলৈ আহি কিছু ৰাশিৰ সমস্যা বঢ়াই তুলিব পাৰে৷ আৰু কিছু ৰাশিৰ বাবে ই উপকাৰীও হব পাৰে৷ জানি থওক মঙ্গলৰ গোচৰ শুভ হ’ব কোন ৩ ৰাশিৰ বাবে?

সিংহ ৰাশি

মঙ্গলে আপোনাৰ ৰাশিৰ দ্বিতীয় ঘৰত গমনৰ মাধ্যমেৰে লাভজনক প্ৰমাণিত হব এই সময়৷ এই সময়ত আৰ্থিক লাভ বা চাকৰি ব্যৱসায়ত অগ্ৰগতিৰ নতুন সুযোগ পাব পাৰে৷ নতুন কাম আৰম্ভ কৰাৰ বাবে সময়টো আপোনাৰ বাবে অনুকূল প্ৰমাণিত হব৷ বিশেষ কামৰ সিদ্ধান্ত ল’লে এই কাম সফল হব৷

বৃশ্চিক ৰাশি

মঙলে কন্যা ৰাশিত প্ৰৱেশৰ সৈতে বৃশ্চিক ৰাশিৰ জাতকে শুভ ফল পাব৷ বৃশ্চিক ৰাশিৰ জাতক জাতিকাই এই সময় এটা বৃহৎ লক্ষ্য অৰ্জন কৰিব পাৰি যি বৰ্তমান আৰু ভৱিষ্যত উভয় ক্ষেত্ৰতেই উপকাৰ পাব৷

মকৰ ৰাশি

মঙ্গলে আপোনাৰ ৰাশিৰ পৰা নৱম ঘৰত গোচৰ কৰিব, যিয়ে আপোনাৰ স্থগিত কামক ত্বৰান্বিত কৰিব৷ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে এই সময় শুভ৷ এই সময়ত ভ্ৰমণ কৰাৰ সুবিধাও আপুনি পাব৷ ধৰ্মীয় কামত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়
জীৱনশৈলী

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

July 8, 2026
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক
জীৱনশৈলী

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

July 8, 2026
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?
জীৱনশৈলী

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

July 8, 2026
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য
জীৱনশৈলী

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

July 8, 2026
Next Post
২৮ বছৰ বয়সত PPF একাউণ্ট খুলি ৫৩ বছৰ বয়সত পাব ১ কোটি টকা! প্ৰতিমাহত পাব ৬০ হাজাৰ টকা, জানক হিচাপ

২৮ বছৰ বয়সত PPF একাউণ্ট খুলি ৫৩ বছৰ বয়সত পাব ১ কোটি টকা! প্ৰতিমাহত পাব ৬০ হাজাৰ টকা, জানক হিচাপ

লক্ষ্মী যোগৰ সৈতে সিদ্ধি যোগ, শনিৰ কৃপা থাকিব এই ৫ৰাশিত

লক্ষ্মী যোগৰ সৈতে সিদ্ধি যোগ, শনিৰ কৃপা থাকিব এই ৫ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.