• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৮ বছৰ বয়সত PPF একাউণ্ট খুলি ৫৩ বছৰ বয়সত পাব ১ কোটি টকা! প্ৰতিমাহত পাব ৬০ হাজাৰ টকা, জানক হিচাপ

২৮ বছৰ বয়সত PPF একাউণ্ট খুলি ৫৩ বছৰ বয়সত পাব ১ কোটি টকা! প্ৰতিমাহত পাব ৬০ হাজাৰ টকা, জানক হিচাপ

1 year ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

2 minutes ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

26 minutes ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

1 hour ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

2 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

2 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

3 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

3 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

4 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

6 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

২৮ বছৰ বয়সত PPF একাউণ্ট খুলি ৫৩ বছৰ বয়সত পাব ১ কোটি টকা! প্ৰতিমাহত পাব ৬০ হাজাৰ টকা, জানক হিচাপ

২৮ বছৰ বয়সত PPF একাউণ্ট খুলি ৫৩ বছৰ বয়সত পাব ১ কোটি টকা! প্ৰতিমাহত পাব ৬০ হাজাৰ টকা, জানক হিচাপ

editor by editor
July 25, 2025
in বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
২৮ বছৰ বয়সত PPF একাউণ্ট খুলি ৫৩ বছৰ বয়সত পাব ১ কোটি টকা! প্ৰতিমাহত পাব ৬০ হাজাৰ টকা, জানক হিচাপ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
যদি কোনোৱে ২৩ বছৰৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰত চাকৰি লাভ কৰে তেন্তে পৰবৰ্তী ৪ৰ পৰা ৫ বছৰেই স্থিতিশীল হোৱাৰ বাবে যথেষ্ট৷ চাকৰি লাভৰ ৫ বছৰৰ পাছৰ পৰা নিজৰ দৰমহাৰ ওপৰত নিৰ্ভৰ কৰি দীৰ্ঘম্যাদি এক ভাল স্কিমত বিনিয়োগ কৰাৰ কথা ভৱা উচিত৷ যদি কোনোৱে নিজৰ উন্নত ভৱিষ্যতৰ কথা ভাৱি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰে তেন্তে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড খুবেই কাৰ্যকৰ হব পাৰে৷ ইয়াৰ মাধ্যমেৰে ডাঙৰ কৰ্পাছ গঢ়িবলৈ প্ৰাথমিক অৱসৰৰ পৰিকল্পনাও আপুনি কৰিব পাৰে৷ লগতে অৱসৰৰ পাছতো নিয়মিত আয়ৰ ব্যৱস্থাও কৰিব পাৰে৷
পাব্লিক প্ৰভিডেণ্ট ফাণ্ড হৈছে দীৰ্ঘম্যাদি বিনিয়োগৰ বাবে তৈয়াপ কৰা এটা চৰকাৰী স্কিম৷ ই দৰমহাভোগী শ্ৰেণীৰ মাজত বিশেষভাৱে জনপ্ৰিয়৷ পিপিএফৰ ম্যাদ ১৫ বছৰ৷ কিন্তু বিনিয়োগকাৰীয়ে যদি বিচাৰে তেন্তে এয়া আৰু ৫ বছৰলৈ বঢ়াইয়ো লব পাৰে৷ অৰ্থাৎ চাকৰিৰ সময়কালত এই স্কিম বজায় ৰাখিব পাৰে৷ কোনোৱে যদি এক্সটেনছন সম্পৰ্কিয় এই নিয়ম সঠিকভাৱে পালন কৰে তেন্তে ভৱিষ্যতে আৰ্থিকভাৱে বহুকাংশেই সুৰক্ষিতও হব পাৰে৷

পিপিএফ কেলকুলেটৰঃ ২৮ বছৰৰ পৰা ৫৩ বছৰৰ যাত্ৰাত কিমান টকাৰ কৰপাছ আপুনি গঢ়িব পাৰে?

২৮ বছৰ বয়সত এটা পিপিএফ একাউণ্ট খুলি ৫৩ বছৰ পৰ্যন্ত এয়া চলাই ৰখাৰ অৰ্থ হৈছে ১৫ বছৰৰ ম্যাদ শেষ হোৱাৰ পাছত দুবাৰ ৫ বছৰকৈ এই বিনিয়োগ বঢ়োৱা
এক আৰ্থিক বছৰত জমাঃ ১. ৫০ লাখ টকা৷
সুদৰ হাৰঃ বাৰ্ষিক ৭.১শতাংশ৷
 ১৫ বছৰত মুঠ জমাঃ ২২,৫০,০০০টকা৷
১৫ বছৰৰ পাছত মুঠ তহবিলঃ ৪০,৬৮,২০৯ টকা৷

দুবাৰ বঢ়োৱাৰ ক্ষেত্ৰত-

২৫ বছৰত মুঠ জমাঃ ৩৭,৫০,০০০ টকা৷
২৫ বছৰ পাছত লাভ কৰিবঃ ১.০২ কোটি টকা৷

পিপিএফ একাউণ্টত সময় বঢ়োৱাৰ সুবিধা কি কি?

এই সঞ্চয় প্ৰকল্পটো বঢ়োৱাৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে অৱসৰ গ্ৰহণ পৰ্যন্ত ইয়াৰ মাধ্যমেৰে এটা ডাঙৰ কৰ্পাছ তৈয়াৰ কৰা৷ যি ১ কোটি টকাও হব পাৰে৷ ইয়াৰ সৈতে অৱসৰ গ্ৰহণৰ সময়ত পিপি এফ একাউণ্টৰ পৰা ভাল পৰিমাণে ধন লাভ কৰিব পাৰে৷ এই পৰিস্থিতিত নিজৰ বাৰ্ধক্য সম্পূৰ্ণৰূপে দুশ্চিন্তামুক্ত হব৷
দ্বিতীয় সুবিধা হৈছে ১৫ বছৰৰ ম্যাদপূৰ্তিৰ পাছত অথৱা ২০ বছৰ ধৰি এই স্কিমটো চলোৱাৰ পাছত অথৱা ২৫ বছৰ ধৰি স্কিমটো চলোৱাৰ পাছত কোনোৱে যদি বিচাৰে যে বিনিয়োগ অবিহনেই সময় বঢ়াই লওঁ তেন্তে ইয়াৰমাধ্যমেৰে ১৫ বছৰ, ২০ বছৰ বা ২৫ বছৰ পাছত ক্লোজিঙত ১ কোটি টকা আপুনি লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী
বিনোদন

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

October 6, 2026
Next Post
লক্ষ্মী যোগৰ সৈতে সিদ্ধি যোগ, শনিৰ কৃপা থাকিব এই ৫ৰাশিত

লক্ষ্মী যোগৰ সৈতে সিদ্ধি যোগ, শনিৰ কৃপা থাকিব এই ৫ৰাশিত

১১০০ বছৰীয়া পুৰণি শিৱ মন্দিৰক লৈয়েই থাইলেণ্ড-কম্বোডিয়াৰ যুদ্ধ? এই শিৱমন্দিৰ প্ৰকৃততে কোন দেশত অৱস্থিত?

১১০০ বছৰীয়া পুৰণি শিৱ মন্দিৰক লৈয়েই থাইলেণ্ড-কম্বোডিয়াৰ যুদ্ধ? এই শিৱমন্দিৰ প্ৰকৃততে কোন দেশত অৱস্থিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.