• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মী যোগৰ সৈতে সিদ্ধি যোগ, শনিৰ কৃপা থাকিব এই ৫ৰাশিত

লক্ষ্মী যোগৰ সৈতে সিদ্ধি যোগ, শনিৰ কৃপা থাকিব এই ৫ৰাশিত

1 year ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

23 minutes ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

46 minutes ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

1 hour ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

2 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

2 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

3 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

3 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

4 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

4 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

7 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মী যোগৰ সৈতে সিদ্ধি যোগ, শনিৰ কৃপা থাকিব এই ৫ৰাশিত

লক্ষ্মী যোগৰ সৈতে সিদ্ধি যোগ, শনিৰ কৃপা থাকিব এই ৫ৰাশিত

editor by editor
July 25, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
লক্ষ্মী যোগৰ সৈতে সিদ্ধি যোগ, শনিৰ কৃপা থাকিব এই ৫ৰাশিত
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৬ জুলাই ২0২৫ শনিবাৰে চন্দ্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ শাওনৰ শুক্লা দ্বিতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সিদ্ধি যোগ আৰু ব্যাতিপত যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব অশ্লেষা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে কৰ্মফলৰ দেৱতা শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোনো কোনো ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ ২৬ জুলাইত শুভ দিন চলিব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মনত সাহস আৰু আত্মবিশ্বাসেৰে পূৰ্ণ থাকিব৷ নিজৰ সাহসেৰে সকলো কাম সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব৷ কাইলৈ শনিবাৰৰ দিনটো আনন্দেৰে কটাব৷ কাইলৈ পৰিয়ালৰ সৈতে শ্বপিঙলৈ যাব পাৰে৷ ব্যৱসায়ীয়ে ভাল লাভ কৰিব৷ সমাজত জনপ্ৰিয়তা বাঢ়িব বৃষ ৰাশিৰ জাতকৰ৷

কৰ্কট ৰাশি

লক্ষ্মী যোগৰ প্রভাৱত কৰ্কট ৰাশিৰ জাতকে কাইলৈ সকলো কামতেই ভাল খবৰ পাব৷ কাইলৈ দিনটো আপুনি পৰিয়ালৰ সৈতে সুখেৰে কটাব৷ পেছাগত জীৱনত আপোনাৰ আত্মবিশ্বাস আৰু এনাৰ্জি বহু বেছি থাকিব৷ অফিচত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ নিজৰ কেৰিয়াৰত উন্নতি কৰাৰ ডাঙৰ সুযোগ পাব এই ৰাশিৰ জাতকে৷

তুলা ৰাশি

কাইলৈ লক্ষ্মী যোগৰ শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ পৰিয়ালৰ সকলোৰে সৈতে বেছ আনন্দ কৰি দিনটো কটাব পাৰিব৷ ৰেস্তোৰাত বন্ধুসকলৰ সৈতে ভালকৈ খোৱাৰ সুযোগ পাব৷ কাইলৈ দিনটো আপোনাৰ পেছাগত জীৱনৰ বাবেও শুভ হব৷ কোনো প্রভাৱশালী ব্যক্তিৰ সৈতে আলাপ হব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হব৷ আদালতত কোনো গোচৰ চলিলে জয়ী হব৷ অশ্লেষা নক্ষত্ৰৰ প্ৰভাৱত শত্ৰুক পৰাজিত কৰিব পাৰিব৷ আৰ্থিক বিষয়ত কোনো সিদ্ধান্ত কাইলৈ ল’ব পাৰে৷ সিদ্ধি যোগৰ শুভ প্ৰভাৱত কাইলৈ সকলো সমস্যাৰ পৰা মুক্ত হব পাৰে৷ ব্যৱসায়ত বৃহৎ সাফল্য পাব পাৰে৷

কুম্ভ ৰাশি

কাইলৈ ২৬ জুলাই লাভজনক দিন হ’ব কুম্ভ ৰাশিৰ জাতকৰ বাবে৷ শৰীৰ স্বাস্থ্য কাইলৈ ভালে থাকিব আপোনাৰ৷ শনিবাৰে বন্ধুৰ সৈতে ভাল দিন কটাব৷ কৰ্মক্ষেত্ৰত যি সাফল্য আপুনি বহু দিন ধৰি পোৱাৰ চেষ্টা কৰিছিল কাইলৈ লাভ কৰা সম্ভৱ হ’ব পাৰে৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

October 6, 2026
Next Post
১১০০ বছৰীয়া পুৰণি শিৱ মন্দিৰক লৈয়েই থাইলেণ্ড-কম্বোডিয়াৰ যুদ্ধ? এই শিৱমন্দিৰ প্ৰকৃততে কোন দেশত অৱস্থিত?

১১০০ বছৰীয়া পুৰণি শিৱ মন্দিৰক লৈয়েই থাইলেণ্ড-কম্বোডিয়াৰ যুদ্ধ? এই শিৱমন্দিৰ প্ৰকৃততে কোন দেশত অৱস্থিত?

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.