• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱসৰপ্ৰাপ্তসকলৰ বাবে ডাঙৰ সুযোগ, মাহত পাব ১১ হাজাৰকৈ টকা, জানি থওক সবিশেষ

অৱসৰপ্ৰাপ্তসকলৰ বাবে ডাঙৰ সুযোগ, মাহত পাব ১১ হাজাৰকৈ টকা, জানি থওক সবিশেষ

5 months ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

1 minute ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

1 hour ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

2 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

2 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

3 hours ago
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

4 hours ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

13 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

13 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

13 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

14 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

14 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৱসৰপ্ৰাপ্তসকলৰ বাবে ডাঙৰ সুযোগ, মাহত পাব ১১ হাজাৰকৈ টকা, জানি থওক সবিশেষ

অৱসৰপ্ৰাপ্তসকলৰ বাবে ডাঙৰ সুযোগ, মাহত পাব ১১ হাজাৰকৈ টকা, জানি থওক সবিশেষ

editor by editor
November 3, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
অৱসৰপ্ৰাপ্তসকলৰ বাবে ডাঙৰ সুযোগ, মাহত পাব ১১ হাজাৰকৈ টকা, জানি থওক সবিশেষ
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱসৰ গ্ৰহণৰ পাছত নিৰাপদ আৰু স্থিতিশীল আয়ৰ উৎস বিচাৰে প্ৰায়সংখ্যক প্ৰবীণ নাগৰিকে৷ পোষ্ট অফিচ প্ৰবীণ নাগৰিক সঞ্চয় প্ৰকল্পৰ পৰা উপকৃত হব পাৰে৷ চৰকাৰ সমৰ্থিক এই প্ৰকল্পটোৱে বিনিয়োগৰ সম্পূৰ্ণ নিৰাপত্তাৰ নিশ্চয়তা দিয়ে৷ ২০,০০০ টকাতকৈ বেছি নিৰ্দিষ্ট মাহিলী ৰিটাৰ্ণ প্ৰদান কৰে৷ এছ চি এছ এছ ৬০ বছৰ বা তাতকৈ বেছি বয়সীয়া প্ৰবীণ নাগৰিকৰ বাবে উপলব্ধ৷ ইয়াৰোপৰি ৫৫ৰ পৰা ৬০ বছৰ বয়সীয়া অৱসৰ গ্ৰহণকাৰী ব্যক্তিয়ে অৱসৰ গ্ৰহণৰ এমাহৰ ভিতৰত এই প্ৰকল্প খুলিব পাৰে৷ যিয়ে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে তেওঁলোকেও এই প্ৰকল্পত ধন বিনিয়োগ কৰিব পাৰে৷

এই প্ৰকল্পত একক একাউণ্টৰ বাবে ৩০ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে৷ স্বামী আৰু স্ত্ৰীৰ সৈতে যৌথ একাউণ্টৰ ক্ষেত্ৰত ৬০ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰা সম্ভৱ৷ সৰ্বনিম্ন বিনিয়োগ ১০০০ টকাৰ পৰা আৰম্ভ হয় যাৰ ম্যাদ ৫ বছৰ আৰু তিনি বছৰ বঢ়াবও পাৰে৷ বৰ্তমান এছ ছি এছ এছ বাৰ্ষিক সুদৰ হাৰ ৮.২ শতাংশ, যি তিনিমাহত পৰ্যালোচনা কৰা হয়৷ কিন্তু চৰকাৰী সহায়তাৰ কাৰণে কেতিয়াও  হ্ৰাস নাপায়৷ সুদ তিনিমাহত লোৱা হ’ব পাৰে৷ বা সুদৰ ধন আপোনাৰ বেংক একাউণ্টত জমা হয়৷ ম্যাদপূৰ্তিৰ পাছত এই প্ৰকল্পৰ ম্যাদ পুনৰ বঢ়াব পাৰে৷ এই প্ৰকল্পত সুদ কৰযোগ্য, ধাৰা ৮০ চিৰ অধীনত এক লাখ টকা পৰ্যন্ত ৰেহাই আছে৷ সুদ ৫০,০০০ টকাৰ বেছি হলে টি ডি এছ কাটিবও পাৰে৷

উদাহৰণস্বৰূপে ৮.২ শতাংশ সুদৰ হাৰ ১৫ লাখ টকা বিনিয়োগ কৰিলে বাৰ্ষিক ১,২৩,০০০ টকা সুদ পোৱা যাব, যি প্ৰতিমাহে প্ৰায় ১১৭৫০ টকা৷ এই পৰিমাণ স্থিৰ, বজাৰৰ অৱস্থাৰ সৈতে উঠানমা নকৰে৷ প্ৰবীণ নাগৰিক সঞ্চয় প্ৰকল্পত আপোনাৰ প্ৰভিডেণ্ট ফাণ্ড বা গ্ৰেচুইটিৰ অৰ্থ বিনিয়োগ কৰিলে অৱসৰৰ পৰবৰ্তী জীৱন আৰামদায়ক হব পাৰে৷ বিশেষকৈ যিসকলে মুদ্ৰাস্ফীতিক লৈ চিন্তিত তেওঁলোকৰ বাবে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী
অসম

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

March 24, 2026
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!
বাণিজ্য

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

March 24, 2026
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!
বাণিজ্য

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

March 24, 2026
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!
জীৱনশৈলী

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

March 24, 2026
Next Post
বুধৰ নক্ষত্ৰত মঙ্গলৰ প্ৰৱেশ, ১৯ নৱেম্বৰৰ পৰা কপাল খুলিব এইকেইটা ৰাশিৰ

বুধৰ নক্ষত্ৰত মঙ্গলৰ প্ৰৱেশ, ১৯ নৱেম্বৰৰ পৰা কপাল খুলিব এইকেইটা ৰাশিৰ

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.