অসমত বাধ্যতামূলক হ’ব যৌন শিক্ষা! সংস্কাৰ অবিহনে যৌন নিৰ্যাতন প্ৰতিৰোধ অসম্ভৱ। যৌন শিক্ষা প্ৰৱৰ্তনৰ আশ্বাস শিক্ষামন্ত্ৰীৰ।