• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প’পষ্টাৰ ছাকিৰা আৰু ফুটবলাৰ জেৰাৰ্ড পিকৰ বিচ্ছেদ!

প’পষ্টাৰ ছাকিৰা আৰু ফুটবলাৰ জেৰাৰ্ড পিকৰ বিচ্ছেদ!

4 years ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

8 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

45 minutes ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

2 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

3 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

4 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

5 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

7 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প’পষ্টাৰ ছাকিৰা আৰু ফুটবলাৰ জেৰাৰ্ড পিকৰ বিচ্ছেদ!

editor by editor
June 2, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, সংগীত
0
প’পষ্টাৰ ছাকিৰা আৰু ফুটবলাৰ জেৰাৰ্ড পিকৰ বিচ্ছেদ!
0
SHARES
143
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প’পষ্টাৰ তথা ‘ৱাকা ৱাকা’ৰ বিখ্যাত গায়িকা আৰু স্পেনিছ ফুটবলাৰ জেৰাৰ্ড পিকৰ মাজত বিচ্ছেদ ঘটিছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই দাবী কৰিছে৷

প্ৰকাশিত খবৰ অনুসৰি পেছাদাৰী স্পেনিছ ফুটবলাৰ পিক আন এগৰাকী মহিলাৰ সৈতে প্ৰতাৰণা কৰা বাতৰি প্ৰকাশ পোৱাৰ পিছতে দুই সন্তানৰ পিতৃ-মাতৃ হালে বিচ্ছেদ কৰিছে৷

অৱশ্যে এয়া উৰাবাতৰি নে সত্য সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ ইপিনে এই বাতৰিৰ সন্দৰ্ভত প’পষ্টাৰগৰাকীয়ে কোনো মন্তব্য প্ৰদান কৰা নাই৷

 

লগতে পঢ়ক একালৰ কোটিপতি অভিনেত্ৰীৰ দুৰ্গতি! এতিয়া বিক্ৰী কৰিছে নিজৰে নিতম্বৰ ছবি!

বাৰ্চিলোনাৰ ডিফেণ্ডাৰগৰাকীৰ অনিয়ন্ত্ৰিত পাৰ্টি কৰাটোৱেই তেওঁলোকৰ বিচ্ছেদৰ আঁৰৰ আন এটা কাৰণ বুলিও কোৱা হৈছে।

এল পিৰিঅ’ডিকোত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জেৰাৰ্ড পিক গায়িকা ছাকিৰাৰ সৈতে থকা ঘৰৰ পৰা আঁতৰি আহি বাৰ্চিলোনাত অকলে বাস কৰি আহিছে।

পেছাদাৰী ফুটবলাৰগৰাকীয়ে বাৰ্চিলোনাৰ সতীৰ্থ ৰিকি পুইগ আৰু অন্যান্য বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি কৰাও দেখা গৈছে। পিক আৰু তেওঁৰ বন্ধুসকলক আন মহিলাৰ সৈতে পুৱা ২ বা ৩ বজালৈকে বাহিৰত থকা দেখা গৈছে।

 

লগতে পঢ়ক এটি ৩,০০০ বছৰীয়া পুৰণি মন্দিৰ! মন্দিৰ খননত ওলাইছে আচৰিত তথ্য

ইফালে গায়কগৰাকীৰ শেহতীয়া হিট গীত টে ফেলিচিটোৰ বাবেই বিচ্ছেদৰ বাতৰিয়ে অধিক চৰ্চা লাভ কৰিছে। ৰ’লিং ষ্টোনত প্ৰকাশিত এক বাতৰি অনুসৰি, ৰাউ আলেজান্দ্ৰ’ৰ সৈতে কলম্বিয়াৰ ছুপাৰষ্টাৰগৰাকীৰ শেহতীয়া ট্ৰেকটো বিচ্ছেদৰে ইংগিত প্ৰদান কৰিছে৷

প্ৰতিবেদনখনৰ মতে গীতটোৱে ইংগিত দিয়ে যে দম্পতীহালৰ সকলো ঠিকে চলি থকা নাই৷ ইয়াৰ উপৰিও চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা ছাকিৰাই তেওঁৰ দীৰ্ঘদিনীয়া সংগী পিকৰ কোনো ফ’টো সামাজিক মাধ্যমত পোষ্ট কৰা নাই। প’পষ্টাৰগৰাকীয়ে বিগত সময়ছোৱাত সঘনাই তেওঁলোকৰ দুয়োৰে ফ’টো সামাজিক মাধ্যমত শ্বেয়ৰ কৰি আহিছিল।

 

লগতে পঢ়ক কে কেৰ কন্যা তামাৰাৰ হৃদয়স্পৰ্শী পোষ্ট! কি ক’লে সদ্যপ্ৰয়াত পিতৃৰ বিষয়ে?

২০১০ চনৰ ফিফা বিশ্বকাপৰ সময়ত ছাকিৰা আৰু পিকৰ মাজত প্ৰথম সাক্ষাৎ ঘটিছিল৷ সেই সাক্ষাৎৰ পিছতে দুয়ো অতি শীঘ্ৰেই প্ৰেমৰ সম্পৰ্কত সোমাই পৰে। দম্পতীহালৰ দুটা সন্তান আছে।

বৰ্তমান কন্ঠশিল্পীগৰাকীয়ে পৰৱৰ্তী এলবামৰ কাম কৰি আছে। ইয়াৰ সমান্তৰালভাৱে নিক জ’নাছ আৰু লিজা কোছিৰ সৈতে ডান্সিং উইথ মাইচেল্ফ নামৰ ডান্স ৰিয়েলিটি শ্ব’তো তেওঁ বিচাৰক হিচাপেও কাম কৰিছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGerard PiqueShakira
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ
অসম

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

September 29, 2026
Next Post
বুধ, শনি, সূৰ্য, শুক্ৰ আৰু মংগল গ্ৰহৰ গতি সলনি, কোন ৰাশিৰ ধন-সম্পত্তি বাঢ়িব?

বুধ, শনি, সূৰ্য, শুক্ৰ আৰু মংগল গ্ৰহৰ গতি সলনি, কোন ৰাশিৰ ধন-সম্পত্তি বাঢ়িব?

কংগ্ৰেছত নাথাকিব মুছলমানৰ ৰাজনীতি! অচিৰেই বিতাড়িত হ’ব জ্যেষ্ঠ কংগ্ৰেছী!

কংগ্ৰেছত নাথাকিব মুছলমানৰ ৰাজনীতি! অচিৰেই বিতাড়িত হ'ব জ্যেষ্ঠ কংগ্ৰেছী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.