• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একালৰ কোটিপতি অভিনেত্ৰীৰ দুৰ্গতি! এতিয়া বিক্ৰী কৰিছে নিজৰে নিতম্বৰ ছবি!

একালৰ কোটিপতি অভিনেত্ৰীৰ দুৰ্গতি! এতিয়া বিক্ৰী কৰিছে নিজৰে নিতম্বৰ ছবি!

4 years ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

2 minutes ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

26 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

45 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

1 hour ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

একালৰ কোটিপতি অভিনেত্ৰীৰ দুৰ্গতি! এতিয়া বিক্ৰী কৰিছে নিজৰে নিতম্বৰ ছবি!

editor by editor
June 2, 2022
in চিনেমা, বিবিধ, বিশ্ব
0
একালৰ কোটিপতি অভিনেত্ৰীৰ দুৰ্গতি! এতিয়া বিক্ৰী কৰিছে নিজৰে নিতম্বৰ ছবি!
0
SHARES
451
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনৰ দুৰ্গতি কেতিয়া আৰম্ভ হয় কোনেও ক’ব নোৱাৰে। এদিন ৰাজভোগ কৰা লোকে এদিন ৰাজপথত ভিক্ষা মাগিবলগীয়াও হৈ পৰে৷

ঠিক এনে এক ঘটনা এতিয়া পোহৰলৈ আহিছে৷ একালৰ কোটিপতি এগৰাকী ব্ৰিটিছ অভিনেত্ৰীয়ে এতিয়া নিজৰ নিতম্বৰ ছবি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে৷

এনে দুৰাৱস্থাৰ সন্মুখীন হোৱা ব্ৰিটিছ অভিনেত্ৰীগৰাকী হৈছে কেটি প্ৰাইচ৷ এটা সময়ত বিখ্যাত ব্ৰিটিছ টেবলয়ডৰ বেটুপাতো শুৱনি কৰিছিল এই কেটি প্ৰাইচে৷ ব্ৰিটিছ টেলিভিছনত নিয়মিতভাৱে দেখা গৈছিল কেটিক৷

লগতে পঢ়ক কে কেৰ কন্যা তামাৰাৰ হৃদয়স্পৰ্শী পোষ্ট! কি ক’লে সদ্যপ্ৰয়াত পিতৃৰ বিষয়ে?

ইমানেই নহয় বিখ্যাত মডেল ব্ৰিটিছ ফুটবলাৰ ডেভিড বেকহামৰ পত্নী ভিক্টোৰিয়া বেকহামৰ সৈতে সঘনাই কাজিয়া কৰিও সংবাদ শিৰোণামৰ শীৰ্ষত আছিল এই কেটি প্ৰাইচে৷

এনে এগৰাকী কোটিপতি তথা প্ৰভাৱশালী ব্ৰিটিছ অভিনেত্ৰী তথা মডেল কেটি প্ৰাইচ এতিয়া দেউলীয়া হৈছে। বৰ্তমান তেওঁ নিতম্বৰ ছবি মাত্ৰ ৮০০ টকাত বিক্ৰী কৰিব লগা হৈছে।

এবছৰ পূৰ্বে কেটিয়ে প্ৰায় ৩১ কোটি টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে আদালতে দেউলীয়া ঘোষণা কৰিছিল। সেই সময়ত ১১ লাখ টকাৰ মাহিলী কিস্তিত ঋণ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল তাৰকাগৰাকীয়ে।

লগতে পঢ়ক কফিয়ে হ্ৰাস কৰে মৃত্যুৰ গড় বয়স! কেনে কফি খালে হ’ব লাভৱান?

কিন্তু সেই প্ৰতিশ্ৰুতি পালন কৰাটো তেওঁৰ বাবে এতিয়া সম্ভৱ হৈ থকা নাই। ফলত আগন্তুক দিনত তেওঁ কাৰাবাস খটাটো প্ৰায় নিশ্চিত বুলি একাংশ বিশেষজ্ঞই মন্তব্য প্ৰকাশ কৰিছে।

এনে অৱস্থাত তেওঁৰ ছবি বিক্ৰী কৰাৰ খবৰে চৰ্চালৈ আহিছে। অনুৰাগীসকলে তেওঁৰ ছবিসমূহ মাহেকীয়া ভিত্তিত এটা ৱেবছাইটৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব। ইয়াৰ বাবদ প্ৰতিমাহে খৰচ হ’ব প্ৰায় ৫০ টকা।

শেহতীয়াকৈ কেটিয়ে এটা প্ৰস্তাৱ দিছিল যে এইবাৰ অনুৰাগীয়ে তেওঁৰ নিতম্বৰ ছবি চাব পাৰিব। অৱশ্যে দুখন ছবিত অতিৰিক্ত ৬০০ টকা দিব লাগিব। আণ্ডাৰৱেৰৰ এখন ছবি প্ৰকাশ কৰি কেটিয়ে অনুৰাগীসকলক লিখিছে, “যিসকলে পীচ ফল ভাল পায়, তেওঁলোকৰ বাবে ই পীচ ফলৰ সম্পূৰ্ণ ছবি।”

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKatie Price
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
Next Post
চৰকাৰী কাৰ্যালয়ত ওলমালে লাডেনৰ ফ’টো, নিলম্বিত হ’ল চৰকাৰী বিষয়া

চৰকাৰী কাৰ্যালয়ত ওলমালে লাডেনৰ ফ’টো, নিলম্বিত হ’ল চৰকাৰী বিষয়া

প’পষ্টাৰ ছাকিৰা আৰু ফুটবলাৰ জেৰাৰ্ড পিকৰ বিচ্ছেদ!

প’পষ্টাৰ ছাকিৰা আৰু ফুটবলাৰ জেৰাৰ্ড পিকৰ বিচ্ছেদ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.