• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰমোচনৰ সময়তে ব্লাউজ ফাটিল ষ্টাৰকিডৰ, পিতৃৰ সৈতে লৰালৰিকৈ আঁতৰিল মঞ্চৰ পৰা

7 months ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

18 minutes ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

59 minutes ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

16 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

17 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

19 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

20 hours ago
৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

21 hours ago
শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

22 hours ago
বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

প্ৰমোচনৰ সময়তে ব্লাউজ ফাটিল ষ্টাৰকিডৰ, পিতৃৰ সৈতে লৰালৰিকৈ আঁতৰিল মঞ্চৰ পৰা

editor by editor
July 3, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
প্ৰমোচনৰ সময়তে ব্লাউজ ফাটিল ষ্টাৰকিডৰ, পিতৃৰ সৈতে লৰালৰিকৈ আঁতৰিল মঞ্চৰ পৰা
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰমোচনৰ সময়তে ব্লাউজ ফাটিল ষ্টাৰকিডৰ, পিতৃৰ সৈতে লৰালৰিকৈ আঁতৰিল মঞ্চৰ পৰা

বলীউডত যে, ষ্টাৰকিডৰ পয়োভৰ। বহিৰাগত পিছত, ষ্টাৰকিড আগত। যোগ্যতা কিমান সেয়া পাছত, পিতৃ-মাতৃৰ ষ্টাৰডম আগত। এইবাৰ আন এগৰাকী ষ্টাৰকিড দৰ্শকৰ মাজলৈ অহাৰ বাবে প্ৰস্তুত। কিন্তু প্ৰমোচনৰ সময়তে ঘটে অথন্তৰ।

সঞ্জয় কাপুৰৰ ২৫ বৰ্ষীয় কন্যা শনায়া কাপুৰ এইবাৰ বলীউডত এন্ট্ৰীৰ বাবে প্ৰস্তুত। শনায়াৰ প্ৰথমখন চিনেমা মুক্তিৰ বাবে সাজু। সেয়ে এতিয়া সকলোফালে প্ৰমোচন কৰি ঘুৰি ফুৰিছে শনায়া।

কালি সন্ধিয়াও এক অনুষ্ঠানত প্ৰমোচনৰ বাবে উপস্থিত হয় ষ্টাৰকিড শনায়া। নেটৰ মণি খটোৱা এখন হালধীয়া শাৰী পৰিধান কৰি মঞ্চত উপবিষ্ট হয়।

পাছে কালি সন্ধিয়া সেই প্ৰমোচনৰ সময়ত ঘটে অথন্তৰ। পিন্ধি থকা বহুত টাইট ফিটিং ব্লাউজৰ ৰচী চিঙি যায় শনায়াৰ। কোনোমতে ব্লাউজ চম্ভালি পিতৃ সঞ্জয় কাপুৰৰ সৈতে মঞ্চ ত্যাগ শনায়াৰ।

উল্লেখ্য যে, শনায়াৰ প্ৰথমখন ছবি ‘আখো কি গুষ্টাখিয়া’ অহা ১১ জুলাইত মুক্তি লাভ কৰিব। ছবিখনৰ মুখ্য ভুমিকাত আছে ’12th Fail’ এক্টৰ বিক্ৰান্ত মেছী। ছবিখনৰ নিৰ্দেশনা সন্তোষ সিং।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actressSanaya KapoorSanjay Kapoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?
জীৱনশৈলী

February 5, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?
জীৱনশৈলী

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

February 4, 2026
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত
জীৱনশৈলী

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

February 4, 2026
Next Post
শিৱ যোগৰ প্ৰভাৱত লক্ষ্মীবাৰে লক্ষ্মীলাভ তিনি ৰাশিৰ, বৃহস্পতিবাৰে কাৰ কাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈছে?

৫ৰাশিঃ অৰ্থসমস্যা কেতিয়াও এওঁলোকৰ জীৱনলৈ নাহে, সফলতাও থাকে হাতৰ মুঠিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন