• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱ যোগৰ প্ৰভাৱত লক্ষ্মীবাৰে লক্ষ্মীলাভ তিনি ৰাশিৰ, বৃহস্পতিবাৰে কাৰ কাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈছে?

2 weeks ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

45 mins ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

1 hour ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

16 hours ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

17 hours ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

19 hours ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

21 hours ago
মীন ৰাশিত শনিৰ ওলোটা গতি আৰম্ভ, লগতে আৰম্ভ ৩ ৰাশিৰ উন্নতি

২০১৭ তে উকলে ভিছাৰ ম্যাদ, জনবসতিৰ পৰা আঁতৰি দুই সন্তানৰ সৈতে কৰ্নাটকৰ গুহাত বাস ৰাছিয়ান মহিলাৰ

22 hours ago
১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

2 days ago
বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিৱ যোগৰ প্ৰভাৱত লক্ষ্মীবাৰে লক্ষ্মীলাভ তিনি ৰাশিৰ, বৃহস্পতিবাৰে কাৰ কাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈছে?

শিৱ যোগৰ প্ৰভাৱত লক্ষ্মীবাৰে লক্ষ্মীলাভ তিনি ৰাশিৰ, বৃহস্পতিবাৰে কাৰ কাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈছে?

editor by editor
July 3, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শিৱ যোগৰ প্ৰভাৱত লক্ষ্মীবাৰে লক্ষ্মীলাভ তিনি ৰাশিৰ, বৃহস্পতিবাৰে কাৰ কাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈছে?
0
SHARES
737
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ৩ জুলাই বৃহস্পতিবাৰ৷ বৃহস্পতিবাৰক নাৰায়ণৰ দিন বুলি কোৱা হয়৷ ইয়াৰোপৰি আজি আৰম্ভ হ’ব আহাৰ শুক্লা নৱমী তিথি৷ প্ৰাচীন জ্যোতিষশাস্ত্ৰ অনুসৰি আজি মনৰ কাৰক চন্দ্ৰই কন্যা এৰি তুলা ৰাশিলৈ গমন কৰিব৷ ইয়াৰোপৰি আজি দিনজুৰি শিৱযোগৰ প্ৰভাৱ থাকিব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি শিৱ যোগক খুবেই শুভ বুলি ধাৰণা কৰা হয়৷ ফলত আজিৰ দিনটো কেইটামান ৰাশিৰ বাবে অত্যন্ত শুভ৷

মিথুন ৰাশি

আজিৰ দিনটো মিথুন ৰাশিৰ বাবে খুবেই আশাব্যঞ্জক৷ চাকৰিৰ ইণ্টাৰভিউ, ব্যৱসায়িক আলোচনা কিংবা লেখামেলা সংক্ৰান্তিয় কামৰ বাবে আজিৰ দিনটো অত্যন্ত অনুকূল৷ পুৰণি বন্ধুৰ সৈতে যোগাযোগ হব পাৰে৷ যি ভৱিষ্যতে নতুন সুযোগৰ দুৱাৰ খুলি দিব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ অৰ্থভাগ্য অনুকূল থাকিব৷ হঠাৎ কৰোবাৰ পৰা ধন লাভৰ সুযোগ আহিব পাৰে৷ বিশেষকৈ ফ্ৰিলেন্সিং, কনছাল্টেন্সি বা শিক্ষাদান সংক্ৰান্তিয় পেছাত যিসকল আছে তেওঁলোকৰ বাবে শুভদিন৷ পাৰিবাৰিক শান্তিও বৰ্তি থাকিব৷ নিৰ্মাণ শিল্পৰ সৈতে যুক্ত ব্যক্তিয়ে নতুন মাটি ক্ৰয়ৰ সুযোগ পাব৷

মীন ৰাশি

দৈনন্দিন জীৱনত ইতিবাচক পৰিবৰ্তন দেখা পাব৷ যিসকলে প্ৰেম কিংবা দাম্পত্য জীৱনক লৈ উদ্বিগ্ন আছিল তেওঁলোকে আজি মানসিক প্ৰশান্তি আৰু সমাধানৰ ইংগিত পাব পাৰে৷ যাত্ৰাযোগ শুভ, বিশেষকৈ দূৰবৰ্তী কামত সাফল্য লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

July 14, 2025
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ
জীৱনশৈলী

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

July 14, 2025
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

July 13, 2025
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট
ক্ৰীড়া

Next Post
৫ৰাশিঃ অৰ্থসমস্যা কেতিয়াও এওঁলোকৰ জীৱনলৈ নাহে, সফলতাও থাকে হাতৰ মুঠিত

এই মাহতেই পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব কেতু, ২০২৬ পৰ্যন্ত ভাগ্য সোণৰ দৰে চমকিব ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন