• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই মাহতেই পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব কেতু, ২০২৬ পৰ্যন্ত ভাগ্য সোণৰ দৰে চমকিব ৪ৰাশিৰ

এই মাহতেই পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব কেতু, ২০২৬ পৰ্যন্ত ভাগ্য সোণৰ দৰে চমকিব ৪ৰাশিৰ

1 year ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

14 minutes ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

1 hour ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

2 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

14 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

15 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

16 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

16 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

17 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

18 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

18 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

19 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই মাহতেই পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব কেতু, ২০২৬ পৰ্যন্ত ভাগ্য সোণৰ দৰে চমকিব ৪ৰাশিৰ

এই মাহতেই পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব কেতু, ২০২৬ পৰ্যন্ত ভাগ্য সোণৰ দৰে চমকিব ৪ৰাশিৰ

editor by editor
July 3, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
এই মাহতেই পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব কেতু, ২০২৬ পৰ্যন্ত ভাগ্য সোণৰ দৰে চমকিব ৪ৰাশিৰ
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ২০ জুলাইৰ বিয়লি ৫ বাদি ১২ মিনিটত পূৰ্ব ফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব ছায়াগ্ৰহ কেতুৱে৷ ২৫ জানুৱাৰী ২০২৬ পৰ্যন্ত কেতুৱে পূৰ্ব ফাল্গুনীতেই অৱস্থান কৰিব৷ এই নক্ষত্ৰৰ অধিপতি গ্ৰহ শুক্ৰ৷ জ্যোতিষ অনুসৰি শুক্ৰ আৰু কেতু পৰস্পৰৰ বন্ধু গ্ৰহ৷ সেয়ে কেতু শুক্ৰৰ ঘৰলৈ আহিলে তাৰ লাভজনক প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত লক্ষ্য কৰা যায়৷ জানি থওক কেতুৰ প্ৰভাৱত আগন্তুক বছৰ পৰ্যন্ত সুখ সৌভাগ্যৰ শিখৰত থাকিব কোন কোন ৰাশিৰ জাতক?

বৃষ ৰাশিত কেতুৰ গোচৰৰ প্ৰভাৱ

বৃষ ৰাশিৰ চতুৰ্থ ঘৰত গোচৰ কৰিব কেতুৱে৷ বক্ৰী গ্ৰহ কেতুৰ প্ৰভাৱত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে বৃষ ৰাশিৰ জাতকে৷ মাতৃৰ স্বাস্থ্যক লৈ কোনো সমস্যা থাকিলে কেতু পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিলেও ধীৰে ধীৰে শৰীৰ ভাল হ’ব৷ হঠাৎ কিছু অৰ্থালাভ কৰিব পাৰে৷ অফিচত কামৰ প্ৰশংসা পাব৷ দৰমহা বাঢ়িব পাৰে৷ হজমৰ সমস্যা থাকিলে দূৰ হব৷

মিথুন ৰাশিত কেতুৰ গোচৰৰ প্ৰভাৱ

মিথুন ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব কেতুৱে৷ এই সময়ত আপোনাৰ সাহস বাঢ়িব৷ বিলাসিতা কৰি জীৱন কটাব পাৰে৷ অতিৰিক্ত উপাৰ্জনৰ পথ খুলি যাব মিথুন ৰাশিৰ জাতকৰ সন্মুখত৷ আঁঠুৰ সমস্যাৰ পৰা মুক্তি পাব৷ চাকৰিয়ালে নিজৰ পৰিশ্ৰমৰ ফল পাব৷ কেতুৰ প্ৰভাৱত পাৰ্টনাৰৰ সৈতে সম্পৰ্ক মজবুত হব৷

বৃশ্চিক ৰাশিত কেতুৰ গোচৰৰ প্ৰভাৱ

২০ জুলাইৰ পৰা বৃশ্চিক ৰাশিৰ সপ্তম ঘৰত গোচৰ কৰিব কেতুৱে৷ এই সময়ত আপোনাৰ সংসাৰত সুখ থাকিব৷ ছাত্ৰ-ছাত্ৰীয়ে লেখাপঢ়াত ভাল ফল পাব৷ ক্ৰিয়েটিভ কামত সাফল্য লাভৰ যোগ আছে৷ আয় বাঢ়িব আৰু নিজৰ কামক লৈ সন্তুষ্ট থাকিব বৃশ্চিক ৰাশিৰ জাতক৷ ব্যৱসায়ত লাভ বাঢ়িব৷ সমাজত আপোনাৰ নাম আৰু প্ৰতিপত্তি বাঢ়িব৷

কুম্ভ ৰাশিত কেতুৰ গোচৰৰ প্ৰভাৱ

কুম্ভ ৰাশিৰ সপ্তম ঘৰত গোচৰ কৰিব কেতুৱে৷ ছায়া গ্ৰহ কেতুৰ প্ৰভাৱত দাম্পত্য জীৱনত সুখ থাকিব কুম্ভ ৰাশিৰ জাতকৰ৷ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব পাৰিব৷ এই সময়ত নতুন চাকৰি লাভ কৰিব পাৰে৷ আৰ্থিকভাৱেও এই সময় আপোনাৰ বাবে লাভজনক৷ সমাজত খ্যাতি আৰু প্ৰভাৱ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব
জীৱনশৈলী

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

July 23, 2026
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?
ভাৰত

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

July 23, 2026
আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আজি আপোনাৰ দিনটো কেনে যাব?

July 23, 2026
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

July 22, 2026
Next Post
২লাখ টকাত দুবছৰত সুদ পাব ২৯৭৭৬ টকা! আজিয়েই জানি থওক পোষ্ট অফিচৰ এই প্ৰকল্প কি?

২লাখ টকাত দুবছৰত সুদ পাব ২৯৭৭৬ টকা! আজিয়েই জানি থওক পোষ্ট অফিচৰ এই প্ৰকল্প কি?

দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ উদয় হ’ব! অপেক্ষা মাত্ৰ কেইটামান দিনৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ জাতকৰ

দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ উদয় হ’ব! অপেক্ষা মাত্ৰ কেইটামান দিনৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.