• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২লাখ টকাত দুবছৰত সুদ পাব ২৯৭৭৬ টকা! আজিয়েই জানি থওক পোষ্ট অফিচৰ এই প্ৰকল্প কি?

7 months ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

1 day ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

2 days ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

  • About
  • Advertise
  • Careers
  • English Edition
Monday, January 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২লাখ টকাত দুবছৰত সুদ পাব ২৯৭৭৬ টকা! আজিয়েই জানি থওক পোষ্ট অফিচৰ এই প্ৰকল্প কি?

২লাখ টকাত দুবছৰত সুদ পাব ২৯৭৭৬ টকা! আজিয়েই জানি থওক পোষ্ট অফিচৰ এই প্ৰকল্প কি?

editor by editor
July 3, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
২লাখ টকাত দুবছৰত সুদ পাব ২৯৭৭৬ টকা! আজিয়েই জানি থওক পোষ্ট অফিচৰ এই প্ৰকল্প কি?
0
SHARES
567
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইয়ে এই বছৰ ৰেপো ৰেট মুঠ ১ শতাংশ কমাইছে৷ এই হ্ৰাস ফেব্ৰুৱাৰী, এপ্ৰিল আৰু তাৰপিছতেই জুন মাহত অৰ্থাৎ মুঠ তিনিবাৰ কৰা হৈছে৷ ৰেপো ৰেট কমোৱাৰ পাছতেই দেশৰ সমস্ত বেংক এফ ডিৰ সুদৰ হাৰ কমাইছে৷ পোষ্ট অফিচত সঞ্চয় প্ৰকল্পৰ সুদৰ হাৰ অৱশ্যে কমোৱা হোৱা নাই৷ এই প্ৰতিবেদনত পোষ্ট অফিচত এনে এক প্ৰকল্প সম্পৰ্কে আলোকপাত কৰা হৈছে৷ আপুনি যদি ২ লাখ টকা জমা কৰে তেন্তে সুদ হিচাপেই পাব ২৯, ৭৭৬ টকা৷

পোষ্ট অফিচ টাইম ডিপোজিট স্কিম

পোষ্ট অফিচত টি ডি অৰ্থাৎ টাইম ডিপজিট নামৰ এক সঞ্চয় প্ৰকল্প আছে৷ এই প্ৰকল্পটো ঠিক বেংক এফ ডিৰ দৰেই৷ যত বিনিয়োগকাৰীয়ে এক নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট সুদ লাভ কৰে৷ পোষ্ট অফিচৰ টি ডি স্কিমত ৬.৯ শতাংশৰ পৰা ৭.৫শতাংশ পৰ্যন্ত সুদ দিয়া হৈছে৷ পোষ্ট অফিচত তেওঁলোকে গ্ৰাহকক এবছৰত টি ডিত ৬.৯০ শতাংশ, ২ বছৰৰ ম্যাদত ৭.০শতাংশ, ৩ বছৰৰ ম্যাদত ৭.১শতাংশ আৰু ৫ বছৰৰ টি ডিত ৭.৫শতাংশ সুদ দিছে৷

আপুনি যদি পোষ্ট অফিচত ২ বছৰৰ টি ডি স্কিমত ২,০০,০০০ টকা জমা দিয়ে, তেন্তে ম্যাদপূৰ্তিত আপুনি গেৰেণ্টিসহ মুঠ ২,২৯,৭৭৬ টকা পাব৷ সুদৰ বাবদ পাব ২৯,৭৭৬ টকা৷ সমস্ত গ্ৰাহকে পোষ্ট অফিচত একেই ৰিটাৰ্ণ পাব৷ য’ত বেংকসমূহত প্ৰবীণ নাগৰিকক সাধাৰণ নাগৰিকৰ তুলনাত বেছি ৰিটাৰ্ণ দিয়া হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ
জীৱনশৈলী

January 17, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ
জীৱনশৈলী

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
Next Post
দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ উদয় হ’ব! অপেক্ষা মাত্ৰ কেইটামান দিনৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ জাতকৰ

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন