• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ত সূৰ্যগ্ৰহণৰ সৈতে একে দিনাই শনিৰ গোচৰ, সকলো কামতেই সফল হ’ব এই ৩ৰাশিৰ জাতক

1 year ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

24 minutes ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

49 minutes ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

1 hour ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

2 hours ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

3 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

4 hours ago
ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ত সূৰ্যগ্ৰহণৰ সৈতে একে দিনাই শনিৰ গোচৰ, সকলো কামতেই সফল হ’ব এই ৩ৰাশিৰ জাতক

২০২৫ত সূৰ্যগ্ৰহণৰ সৈতে একে দিনাই শনিৰ গোচৰ, সকলো কামতেই সফল হ’ব এই ৩ৰাশিৰ জাতক

editor by editor
December 19, 2024
in জীৱনশৈলী
0
২০২৫ত সূৰ্যগ্ৰহণৰ সৈতে একে দিনাই শনিৰ গোচৰ, সকলো কামতেই সফল হ’ব এই ৩ৰাশিৰ জাতক
0
SHARES
404
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ কেইদিনৰ পাছতেই আৰম্ভ হ’ব ২০২৫চন৷ নতুন বছৰত বিভিন্ন গ্ৰহই নক্ষত্ৰৰ অৱস্থানত এনে কিছু বিৰল সংযোগ ঘটিব, যিয়ে দেশ দুনীয়া আৰু বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত উল্লেখযোগ্য প্ৰভাৱ পৰিব৷ এনে এক বিৰল সংযোগ ঘটিব আগন্তুক ২৯ মাৰ্চ ২০২৫ চনত৷ এই দিনটোত শনিয়ে কুম্ভ ৰাশি ত্যাগ কৰি মীন ৰাশিত গোচৰ কৰিব৷ বৈদিক জ্যোতিষ অনুসৰি শনিৰ ৰাশি পৰিবৰ্তন অত্যন্ত উল্লেখযোগ্য ঘটনা৷ শনিৰ গোচৰৰ সৈতে বহু মানুহৰ জীৱন সলনি হয়৷ ইয়াৰোপৰি আন এক উল্লেখযোগ্য বিষয় এয়াই যে এই দিনটোত গ্ৰহণো লাগিব৷

আগন্তুক ২৯ মাৰ্চ ২০২৫ পঞ্জিকা অনুসৰি পালিত হ’ব চ’ত অমাবস্যা৷ সেইদিনটোত হ’ব আগন্তুক বছৰৰ প্ৰথম সূৰ্য গ্ৰহণ৷ আৰু সেইদিনাই শনিয়ে কুম্ভ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ সূৰ্য গ্ৰহণৰ সৈতে একে দিনাই শনিৰ গোচৰ ঘটাত তাৰ শুভ আৰু অশুভ দুই ধৰণৰ প্ৰভাৱ লক্ষ্য কৰা যায়৷ সূৰ্য গ্ৰহণ আৰু শনিৰ গোচৰ একে দিনে হ’লে ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

মিথুন ৰাশি

২৯ মাৰ্চৰ পৰা ব্যৱসায়ত উন্নতি কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ ৰৈ থকা কাম আপুনি এই সময়ত সম্পূৰ্ণ কৰিব পাৰিব৷ পূৰ্বতকৈ আৰ্থিক পৰিস্থিতি বহু উন্নত হ’ব মিথুন ৰাশিৰ জাতকৰ৷ বিদেশ যাত্ৰাৰ সুযোগ পাব আপুনি৷ যিসকলে চাকৰিৰ চেষ্টা কৰিছে তেওঁলোকে শনিৰ প্ৰভাৱত এই সময়ত চাকৰি পাব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ কথা পাক্কা হ’ব৷

ধনু ৰাশি

সূৰ্য গ্ৰহণ আৰু শনিৰ গোচৰৰ বিৰল সংযোগ অত্যন্ত শুভ ফলদায়ী হ’ব ধনু ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আৰ্থিক পৰিস্থিতি উন্নত হ’ব আপোনাৰ৷ ২০২৫ চনত আৰ্থিকভাৱে উন্নতি কৰাৰ এটাৰ পাছত আনটো সুযোগ আহিব ধনু ৰাশিৰ ওচৰত৷ ব্যৱসায়ীসকলৰ প্ৰতিদিনৰ আয় বাঢ়িব৷ নিজৰ পৰিকল্পনা অনুসৰি সকলো কাম আপুনি সম্পন্ন কৰিব পাৰিব৷ এই সময়ত কোনো ভাল খবৰ পাব পাৰে ধনু ৰাশিৰ জাতকে৷

মকৰ ৰাশি

সূৰ্য গ্ৰহণৰ সৈতে একে দিনেই শনিৰ ৰাশি পৰিবৰ্তন কৰাৰ ফলত তাৰ শুভ প্ৰভাৱ পৰিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত আপুনি পূৰ্বৰ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ লাভ কৰিব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ আইনী কোনো যুঁজ চলিলে এই সময়ত তাৰ পৰা মুক্তি পাব পাৰে৷ ব্যৱসায়ীসকলৰ ৰৈ থকা কাম সম্পূৰ্ণ হ’ব৷ সামাজিক কামত আপোনাৰ সুনাম বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

March 29, 2026
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 29, 2026
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

March 29, 2026
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?
খাদ্য

Next Post
দৰমহা অনুযায়ী কিমান দামী বাহন কিনা উচিত? ২০২৫ত বাহন কিনাৰ পৰিকল্পনা থাকিলে জানি থওক হিচাপ

বিৰাট-অনুষ্কাই ভাৰত এৰাটো খাটাং! লণ্ডনই হ’ব বিৰাট পৰিয়ালৰ ঠিকনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন