• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

2 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

7 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

editor by editor
January 2, 2026
in জীৱনশৈলী
0
শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বছৰটো জ্যোতিষশাস্ত্ৰৰ দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷ এই বছৰেই তৈয়াৰ হ’ব নানান বিৰল যোগ৷ বিভিন্ন গ্ৰহৰ অৱস্থান পৰিবৰ্তনৰ সৈতে সলনি হ’ব জাতকৰ ভাগ্যও৷ ২০২৫ চনৰ মাৰ্চ মাহত মীন ৰাশিত গোচৰ হৈছিল শনিৰ৷ যাৰ প্ৰভাৱত এই মুহূৰ্তত শনিৰ চাৰে সাতি দশা চলিছে মীন ৰাশিৰ জাতকৰ ওপৰত৷ ২০২৬ চনত মীন ৰাশিতেই থাকিব কৰ্মফলৰ গ্ৰহ৷

মীন ৰাশিৰ অধিপতি আকৌ বৃহস্পতি৷ জ্ঞান, বৃদ্ধি, সৌভাগ্য, সমৃদ্ধি, শিক্ষা, ধৰ্মৰ প্ৰতীক বৃহস্পতি দেৱতাসকলৰ গুৰু৷ সেয়ে বৃহস্পতিক গুৰুগ্ৰহ নামেৰেও জনা যায়৷ এই দুই গ্ৰহই মিলি তৈয়াৰ কৰিব বিশেষ বিৰল যোগ৷ শনি এই মুহূৰ্তত আছে বৃহস্পতিৰ অধীনত মীন ৰাশিত৷ সমগ্ৰ বছৰ ইয়াতেই থাকিব৷ ২০২৬ চনত বৃহস্পতিয়ে সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ ইফালে সিংহ ৰাশিৰ ওপৰত এই মুহূৰ্তত শনিৰ ধাইয়া চলিছে৷ সেয়ে সিংহ ৰাশিত বৃহস্পতিৰ উপস্থিতি আৰু বৃহস্পতিৰ মীন ৰাশিত শনিৰ উপস্থিতিয়ে এক অনন্য মহাসন্ধি তৈয়াৰ কৰিব৷ যিয়ে বিশেষ চাৰি ৰাশিৰ জাতকৰ জীৱনলৈ আনিব সুখৰ জোৱাৰ৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে ২০২৬ চন আশীৰ্বাদ স্বৰূপ হ’ব৷ এই বছৰ আপোনাৰ জীৱনলৈ ব্যাপক আৰ্থিক সনৃদ্ধি আহিব৷ শনিৰ বিশেষ আশীৰ্বাদত জীৱন কটাব লাগিব নিৰ্দিষ্ট নিয়মৰ মাজেৰে৷ কঠোৰ পৰিশ্ৰম কৰিলে তাৰ ফলো এই বৰ্ষতেই পাব৷ কেৰিয়াৰত উন্নতি হব৷ সম্পদ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা বৃদ্ধি পাব৷ প্ৰেমৰ সম্পৰ্ক আৰু শক্তিশালী হব৷

মিথুন ৰাশি

২০২৬ চন মিথুন ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হব৷ বৃহস্পতি আৰু শনিৰ প্ৰভাৱত আপোনাৰ জীৱনলৈ দুৰ্দান্ত সাফল্য আহিব৷ সমগ্ৰ বছৰ কেৰিয়াৰৰ উন্নতিৰ গ্ৰাফ ঊৰ্ধ্বমুখী থাকিব৷ আপোনাৰ কাঙ্খিত লক্ষ্য অৰ্জনত সফল হব৷ অফিচত আপোনাৰ প্রভাৱ প্ৰতিপত্তি বাঢ়িব৷

কৰ্কট ৰাশি

বৃহস্পতিৰ গোচৰে কৰ্কট ৰাশিৰ জাতকৰ বাবে নানান সুবিধা কঢ়িয়াই আনিব৷ এই বছৰটো কৰ্কট ৰাশিৰ জাতকৰ বাবে দুৰ্দান্ত শুভ হব পাৰে৷ প্ৰচুৰ অৰ্থ উপাৰ্জনৰ সুযোগ পাব৷ আপোনাৰ কৰ্মজীৱনো অগ্ৰগতি হব৷ পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি বৰ্তি থাকিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে এই বছৰ নতুন সুযোগেৰে ভৰপুৰ হব৷ এই সকলো সুযোগ কামত লগাব পাৰিলে যথেষ্ট সম্পদ আৰু খ্যাতি অৰ্জন কৰিব পাৰে৷ অবিবাহিত ব্যক্তিসকলৰ বিবাহৰ প্ৰৱল সম্ভাৱনা আছে৷ ডাঙৰ কোনো উদ্দেশ্য সফল হব পাৰে৷ ব্যাপক অৰ্থ উপাৰ্জন কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন