• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ চনৰ পৰা ২০২৭ চন পৰ্যন্ত এই ৰাশিক বিপদত পেলাব শনিয়ে, বিনিয়োগৰ পৰা ধন নষ্ট হোৱাৰো সম্ভাৱনা

4 months ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

12 minutes ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

39 minutes ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

56 minutes ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

1 hour ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

3 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

4 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

5 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

6 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ চনৰ পৰা ২০২৭ চন পৰ্যন্ত এই ৰাশিক বিপদত পেলাব শনিয়ে, বিনিয়োগৰ পৰা ধন নষ্ট হোৱাৰো সম্ভাৱনা

২০২৬ চনৰ পৰা ২০২৭ চন পৰ্যন্ত এই ৰাশিক বিপদত পেলাব শনিয়ে, বিনিয়োগৰ পৰা ধন নষ্ট হোৱাৰো সম্ভাৱনা

editor by editor
December 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২০২৬ চনৰ পৰা ২০২৭ চন পৰ্যন্ত এই ৰাশিক বিপদত পেলাব শনিয়ে, বিনিয়োগৰ পৰা ধন নষ্ট হোৱাৰো সম্ভাৱনা
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেইটামান দিনৰ ভিতৰত ২০২৬ চন আৰম্ভ হব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই নতুন বছৰত বহুতৰে ভাগ্য পৰিবৰ্তনৰ সম্ভাৱনা আছে৷ এই বছৰ প্ৰায় সকলো গ্ৰহই গতি পৰিবৰ্তন কৰিব৷ যাৰ প্ৰভাৱ ১২ ৰাশিৰ ওপৰত ব্যাপকভাৱে অনুভূত হব৷ কৰ্মফল প্ৰদানকাৰী দেৱতা বুলি কোৱা হয় শনিদেৱক৷ এই বছৰ কিছু ৰাশিৰ জাতকে আশীৰ্বাদ লাভ কৰিব৷ অন্যহাতে যিসকলে চাৰেসাতিৰ সন্মুখীন হৈছে তেওঁলোকৰ বাবে ২০২৬ চন আৰু কঠিন হব৷ এই ব্যক্তিয়ে কামত দ্বন্দ্ব, মানসিক চাপ, আৰ্থিক ওঠানমা আৰু সম্পৰ্কৰ ক্ষেত্ৰত ধৈৰ্যৰ পৰীক্ষাৰ মুখামুখি হব পাৰে৷ ইয়াৰোপৰি এই ব্যক্তিয়ে ২০২৭চন পৰ্যন্ত ধৈৰ্য্য আৰু সতৰ্কতাৰ প্ৰয়োজন হব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি শনিৰ চাৰে সাতিৰ সন্মুখীন ব্যক্তিৰ বাবে ২০২৬ চন কঠিন হব পাৰে৷ কোন ৰাশিচক্ৰই চাৰে সাতিৰ সন্মুখীন হব?

মেষ ৰাশি

জ্যোতিষশাস্ত্ৰ অনুসৰি মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়কাল কঠিন হব৷ মেষ ৰাশিৰ জাতক জাতিকাই শনিৰ চাৰে সাতিৰ প্ৰথম পৰ্যায় অতিক্ৰম কৰিছে৷ তেওঁলোকে কামত সতৰ্ক থাকিব লাগিব৷ কোনো বিবাদত সোমাই নপৰিব অন্যথা মানসিক চাপৰ মাত্ৰা বাঢ়িব পাৰে৷ পেছাদাৰসকলেও ডাঙৰ সমস্যাৰ মুখামুখি হব পাৰে৷ তেওঁলোকে চাকৰি, কৰ্মক্ষেত্ৰ, পৰিয়াল আৰু সকলো ক্ষেত্ৰত উত্থান পতনৰ সন্মুখীন হব পাৰে৷

কুম্ভ ৰাশি

জ্যোতিষশাস্ত্ৰ অনুসৰি, কুম্ভ ৰাশিৰ জাতকৰ বাবে শনিৰ চাৰে সাতিৰ তৃতীয় পৰ্যায় চলিছে৷ এই ৰাশিৰ জাতক কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হব পাৰে৷ তেওঁলোকৰ প্ৰচেষ্টাৰ পৰা প্ৰত্যাশিত ফলাফল নোপোৱাৰ কাৰণে তাত বিৰক্ত থাকিব পাৰিব৷ কৰ্মজীৱীসকলৰ দায়িত্বত হঠাৎ পৰিবৰ্তন আহিব পাৰে৷ অপ্ৰত্যশিত খৰচ হব পাৰে৷ আপোনাৰ আৰ্থিক পৰিস্থিতি বিপদৰ মুখত পৰিব পাৰে৷ এই সময়কালত আপোনাৰ কথাবাৰ্তা আৰু আচৰণ নিয়ন্ত্ৰণ কৰক৷

মীন ৰাশি

জ্যোতিষশাস্ত্ৰ অনুসৰি মীন ৰাশিৰ জাতক জাতিকাৰ বাবে শনিৰ চাৰে সাতিৰ দ্বিতীয় পৰ্যায় চলিছে৷ এই জাতকে তেওঁলোকৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু ধৈৰ্যশীল হব পাৰে৷ এই সময়কালত আপুনি চাপ অনুভৱ কৰিব পাৰে৷ ভদ্ৰ আচৰণ কৰক৷ এই সময়কালত কিছু ডাঙৰ খৰচ আহিব পাৰে যিয়ে আপোনাৰ বাজেট নষ্ট কৰিব পাৰে৷ মীন ৰাশিৰ জাতকে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা এৰাই চলা উচিত৷ ব্যৱসায়ীসকলে তেওঁলোকৰ কাম সময়মতে আৰু সঠিকভাৱে সম্পন্ন কৰাৰ চেষ্টা কৰা উচিত৷ অন্যথা ক্ষতিৰ সন্মুখীন হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?
জীৱনশৈলী

March 30, 2026
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ
জীৱনশৈলী

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

March 30, 2026
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য
জীৱনশৈলী

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

March 30, 2026
Next Post
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

আৰু ২৪ ঘণ্টাৰ পাছতেই খুলিব ভাগ্য, সূৰ্যৰ গোচৰ ৪ৰাশিৰ উপচি পৰিব টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন