• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ বক্ৰী দশাত তিনি ৰাশিৰ জীৱনত দূৰ হ’ব সমস্ত কষ্ট! সূৰ্যপুত্ৰৰ আশীৰ্বাদত গল্ডেন টাইম আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ

শনিৰ বক্ৰী দশাত তিনি ৰাশিৰ জীৱনত দূৰ হ’ব সমস্ত কষ্ট! সূৰ্যপুত্ৰৰ আশীৰ্বাদত গল্ডেন টাইম আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ

12 months ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

34 minutes ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

1 hour ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

2 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

3 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

4 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

4 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

6 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

6 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

7 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

8 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ বক্ৰী দশাত তিনি ৰাশিৰ জীৱনত দূৰ হ’ব সমস্ত কষ্ট! সূৰ্যপুত্ৰৰ আশীৰ্বাদত গল্ডেন টাইম আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ

শনিৰ বক্ৰী দশাত তিনি ৰাশিৰ জীৱনত দূৰ হ’ব সমস্ত কষ্ট! সূৰ্যপুত্ৰৰ আশীৰ্বাদত গল্ডেন টাইম আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ

editor by editor
April 13, 2025
in জীৱনশৈলী
0
শনিৰ বক্ৰী দশাত তিনি ৰাশিৰ জীৱনত দূৰ হ’ব সমস্ত কষ্ট! সূৰ্যপুত্ৰৰ আশীৰ্বাদত গল্ডেন টাইম আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
হিন্দু জ্যোতিষে শনি গ্ৰহক মূলত দুঃখ, পীড়া, বিজ্ঞান, লোহা, খনিজ তেল, কৰ্মচাৰী, সেৱক, জে’ল প্ৰভৃতিৰ কাৰক গ্ৰহ বুলি কয়৷ ইয়াৰ বাবে শনিদেৱৰ স্থান সলনি ঘটিলে বহু সময়ত বিভিন্ন পৰিবৰ্তনে দেখা দিয়ে৷ বিশেষকৈ এই সমস্ত ক্ষেত্ৰত শনিৰ প্ৰভাৱ বেছিকৈ লক্ষ্য কৰা যায়৷ ইয়াৰ ফলত জাতক-জাতিকাৰ জীৱনতো ইয়াৰ প্ৰভাৱ দেখা যায়৷
জুলাই মাহৰ পৰা কৰ্মফলদাতা শনি বক্ৰী হৈছে৷ ফলত এই সময়ত শনিৰ ওলোটা যাত্ৰাৰ প্ৰভাৱ কিছু ৰাশিৰ ওপৰত দেখা যায়৷ এই সময়ৰে পৰাই তিনি ৰাশিৰ শুভ সময় আৰম্ভ হব৷

মিথুন ৰাশি

আপোনাৰ বাবে শনি বক্ৰী হোৱাত অত্যন্ত শুভ ফল লাভ কৰিব আপুনি৷ কাৰণ, শনিয়ে আপোনাৰ জীৱনত নতুন দিশা আনিব৷ কেৰিয়াৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতেই আপোনাৰ জীৱনলৈ বিপুল সমৃদ্ধি আনিব শনিৰ বক্ৰী দশাই৷ এই সময়ত আপুনি নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ চাকৰিয়ালে প্ৰমোছনৰ সুযোগ পাব এই সময়ত৷ ইয়াৰোপৰি ব্যৱসায়তো নতুন যোজনাৰ পৰা লাভ হব৷ এই সময়ত পিতৃ মাতৃৰ সৈতে সম্পৰ্ক ভালে থাকিব৷ এই সময়ত আপুনি অৰ্থ সঞ্চয় কৰিবলৈ সক্ষম হব৷

ধনু ৰাশি

শনিৰ ওলোটা গতিৰ প্ৰভাৱক বেয়া সময় কাটি ভাল সময় আহিব এই ৰাশিৰ জীৱনলৈ৷ এই সময়ত আপুনি যাৱতীয় ভৌতিক সুখ লাভ কৰিব৷ ইয়াৰোপৰি এই সময়ত আপুনি নতুন কোনো বাহন বা সম্পত্তি কিনিব পাৰে৷ আপোনাৰ পৈতৃক সম্পত্তি লাভ হব এই সময়ত৷ অপূৰ্ণ কোনো কাম এই সময়ত সম্পূৰ্ণ হব৷ ৰিয়েল এষ্টেট, প্ৰপাৰ্টি, মাটি আদি ক্ৰয়ৰ ক্ষেত্ৰত লাভ কৰিব৷

মীন ৰাশি

আপোনাৰ বাবে শনিৰ বক্ৰী হোৱাটো লাভজনক হব৷ এই সময়ত শনিৰ প্ৰভাৱত আপুনি আপোনাৰ হেৰুওৱা আত্মবিশ্বাস উভতাই পাব৷ ইয়াৰোপৰি এই সময়ত আপোনাৰ ব্যক্তিত্ব উন্নত হব৷ পৰিয়ালৰ মানুহৰ সৈতে সম্পৰ্ক উন্নীত হব৷ চাকৰিয়ালে প্ৰমোছন পাব৷ আপুনি নতুন কোনো যোজনাৰ পৰা লাভ পাব৷ ইয়াৰোপৰি এই সময়ত অবিবাহিতসকলৰ বিবাহৰ যোগ আছে৷ এই সময়ত সকলো দিশতেই আপুনি উন্নতি কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
Next Post
বেংক লকাৰত নগদ টকা ৰাখিব পাৰিনে? লকাৰৰ পৰা মূল্যবান সামগ্ৰী নষ্ট হ’লে বা হেৰালে বেংকে কি ক্ষতিপূৰণ দিয়ে? জানি থওক সবিশেষ তথ্য

বেংক লকাৰত নগদ টকা ৰাখিব পাৰিনে? লকাৰৰ পৰা মূল্যবান সামগ্ৰী নষ্ট হ’লে বা হেৰালে বেংকে কি ক্ষতিপূৰণ দিয়ে? জানি থওক সবিশেষ তথ্য

পাৰ্ছনেল, হোম লোন আছে? ৰেপো ৰেট কমাত প্ৰতি মাহত কিমান কমিব EMI? জানি থওক হিচাপ

পাৰ্ছনেল, হোম লোন আছে? ৰেপো ৰেট কমাত প্ৰতি মাহত কিমান কমিব EMI? জানি থওক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.