• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰহী মেহেন্দীৰে বিবাহ কাৰ্য আৰম্ভ, পাছে পিতৃ উপস্থিত থাকিবনে বিয়াত

2 years ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

7 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

9 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

2 days ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৰহী মেহেন্দীৰে বিবাহ কাৰ্য আৰম্ভ, পাছে পিতৃ উপস্থিত থাকিবনে বিয়াত

editor by editor
June 18, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
পৰহী মেহেন্দীৰে বিবাহ কাৰ্য আৰম্ভ, পাছে পিতৃ উপস্থিত থাকিবনে বিয়াত
0
SHARES
14.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰহী মেহেন্দীৰে বিবাহ কাৰ্য আৰম্ভ, পাছে পিতৃ উপস্থিত থাকিবনে বিয়াত

২৩ জুনত প্ৰেমিক জহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ খবৰ আহিছে অভিনেত্ৰী সোণাক্ষী সিনহাৰ। তেওঁৰ বিয়াৰ কাৰ্ডো ভাইৰেল হৈ পৰিছে। ২০ তাৰিখে মেহেন্দী পৰ্ব।

অৱশ্যে বিবাহৰ খবৰ নিজে নিশ্চিত কৰা নাই অভিনেত্ৰীগৰাকীয়ে। ইফালে সোনাক্ষীৰ বিবাহক লৈ ক্ষুব্ধ হৈ পৰিছে সোনাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহা। আচলতে শত্ৰুঘ্ন সিনহাক সোনাক্ষীৰ বিয়াৰ কথা সোধাত তেওঁ কৈছিল যে আজিকালি ল’ৰা-ছোৱালীয়ে সুধিব নোৱাৰে, কেৱল খবৰ দিয়ে। মইও বাতৰিত যিমানখিনি পঢ়িছো সিমানেই জানো।

যাৰ বাবে বিভিন্ন মহলাত বিভিন্ন খবৰ বিয়পি পৰিছে। শত্ৰুঘ্ন সিনহাৰ ঘনিষ্ঠ বন্ধু পহলাজ নিহালানীয়ে এক সাক্ষাতত সোনাক্ষীৰ বিবাহ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কন্যা সোনাক্ষীৰ বিয়াত উপস্থিত থাকিবনে শত্ৰুঘ্ন সিনহা আৰু তেওঁৰ পৰিয়াল? এই প্ৰশ্নৰ উত্তৰত পহলাজে কয়, ‘অৱশ্যেই, কিয় নাথাকিব? কন্যা সোনাক্ষীৰ ওপৰত শত্ৰুঘ্নই বেছি দিন খং কৰিব নোৱাৰে। সোনাক্ষী পিতৃৰ অতিকে প্ৰিয়। বিয়াত উপস্থিত নোহোৱাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। পছন্দ অপচন্দ সকলোৰে নিজা।

শত্ৰুঘ্নই নিজেই ৪০ বছৰ পূৰ্বে নিজৰ পছন্দৰ ছোৱালীক বিয়া কৰাইছিল। মইও বিয়া হোৱাৰ সময়ত মোৰ জীৱন সংগী নিজেই বাছি লৈছিলো। সোনাক্ষীয়ো নিজৰ পছন্দৰ সৈতে বিয়াত বহিব।

শত্ৰুঘ্ন সিনহাৰ মন্তব্য সন্দৰ্ভত পহলাজে ক’লে- ‘নিৰ্বাচনৰ বাবে শত্ৰুঘ্ন সিনহা ৩ মাহ মুম্বাইৰ বাহিৰত আছিল, সেই সময়তেই হয়তো শত্ৰুঘ্ন সিনহাৰ সৈতে কথা বতৰা হৈছিল, সেয়ে তেওঁ এই বিষয়ে নাজানে বুলি ব্যক্ত কৰিছিল’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

February 6, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
১৯ জুনৰ ৰাশিফল, মেষ, বৃষ আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে বিশেষ দিন, ৰৈ থকা কামে পূৰ্ণতা পাব

অতিকে শোকাৱহ, কৰিমগঞ্জত একেটা পৰিয়ালৰে ৫ জন নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন