• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CBI ৰ হাতৰ পৰাই হেৰাই গৈছিল শ্বিনাৰ কংকাল, সেই হেৰুওৱা কংকাল আকৌ ওভতাই পাইছে CBIয়ে, ইন্দ্ৰানীৰ আকৌ কাৰাগাৰ যাত্ৰা নিশ্চিত নেকি?

CBI ৰ হাতৰ পৰাই হেৰাই গৈছিল শ্বিনাৰ কংকাল, সেই হেৰুওৱা কংকাল আকৌ ওভতাই পাইছে CBIয়ে, ইন্দ্ৰানীৰ আকৌ কাৰাগাৰ যাত্ৰা নিশ্চিত নেকি?

2 years ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

13 minutes ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

59 minutes ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

9 hours ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

9 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

9 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

10 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

10 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

11 hours ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

11 hours ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

12 hours ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

13 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

CBI ৰ হাতৰ পৰাই হেৰাই গৈছিল শ্বিনাৰ কংকাল, সেই হেৰুওৱা কংকাল আকৌ ওভতাই পাইছে CBIয়ে, ইন্দ্ৰানীৰ আকৌ কাৰাগাৰ যাত্ৰা নিশ্চিত নেকি?

CBI ৰ হাতৰ পৰাই হেৰাই গৈছিল শ্বিনাৰ কংকাল, সেই হেৰুওৱা কংকাল আকৌ ওভতাই পাইছে CBIয়ে, ইন্দ্ৰানীৰ আকৌ কাৰাগাৰ যাত্ৰা নিশ্চিত নেকি?

editor by editor
July 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
CBI ৰ হাতৰ পৰাই হেৰাই গৈছিল শ্বিনাৰ কংকাল, সেই হেৰুওৱা কংকাল আকৌ ওভতাই পাইছে CBIয়ে, ইন্দ্ৰানীৰ আকৌ কাৰাগাৰ যাত্ৰা নিশ্চিত নেকি?
0
SHARES
563
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজ কন্যাক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল মাতৃ আৰু সতীয়া পিতৃ৷ এজন এজনকৈ সকলো মুক্ত হৈ বাহিৰলৈ আহিছে৷ আকৌ স্বাভাৱিক জীৱন উভতি আহিছে আটাইৰে৷ কিন্তু যাৰ হত্যাকাণ্ডক লৈ সমগ্ৰ দেশ এসময়ত উত্তাল হৈছিল আজিও সেই হত্যাকাণ্ডৰ কোনো সঠিক বিচাৰ নহ’ল৷ মানুহৰ মনৰ পৰাও যেন হেৰাই গৈছে শ্বীনা বৰা৷ ইমান বছৰৰ পাছত আকৌ এবাৰ সংবাদ শিৰোনাম দখল কৰিছে শ্বীনা হত্যাকাণ্ডই৷

কিছুদিন পূৰ্বে চিবিআইয়ে ৰিপৰ্ট দিছিল যে তেওঁৰ শৰীৰৰ যিসমূহ হাঁড় উদ্ধাৰ হৈছিল সেইসমূহ হেৰাই গৈছে৷ ক’ত হেৰাই গ’ল হাঁড়সমূহ তাকে বিচাৰি আকৌ অভিযান চলিল৷ ঘটনাক লৈ আকৌ ৰহস্যও বাঢ়িল৷ CBIৰ ষ্টৰৰুমৰ পৰা শ্বিনাৰ কংকাল হেৰাই যোৱাক লৈ ফৰেন্সিক বিশেষজ্ঞ জেৰা খানৰ সাক্ষ্যো গ্ৰহণ কৰে আদালতে৷ বুধবাৰে আকৌ শুনানি হোৱাৰ সময়ত আদালতত উপস্থিত হয় জেৰা খান৷

তেওঁৰ সাক্ষী দিবলৈ মতাৰ পূৰ্বে CBIৰ এছ পি নায়েক নিম্বালকৰে কয় যে জেৰাৰ খানৰ হঠাৎ সম্পত্তিৰ পৰিমান বৃদ্ধি পাইছে৷ বিদেশতো জেৰাই সম্পত্তি ক্ৰয় কৰিছে৷ অভিযুক্তৰ সৈতে হাত মিলাই জেৰাই তেওঁৰ প্ৰতিপত্তি বৃদ্ধি কৰিছে বুলি সন্দেহ কৰিছে CBI বিচাৰকে৷ শ্বিনাৰ কংকাল হেৰুওৱাটোৰ আঁৰত ফৰেনচিকৰ জেবাৰেই হাত আছে বুলিও বিশেষ চিঠি লিখি অভিযোগ দিছে চিবিআইয়ে৷

চিবিআই বিচাৰকে জনাই যে এই অভিযোগ অত্যন্ত গুৰুতৰ৷ বিষয়টোক লৈ তদন্ত হোৱা উচিত৷ সেই সময়ত আদালতত উপস্থিত আছিল শ্বিনাৰ মাতৃ ইন্দ্ৰানী মুখাৰ্জীৰ অধিবক্তা ৰঞ্জিত ছাঙ্গেল, পিটাৰ মুখাৰ্জীৰ আইনজীৱী মঞ্জুলা ৰাও আৰু সঞ্জীৱ খান্নাৰ অধিবক্তা শ্ৰেয়াংশ মিঠাৰে৷ তেওঁলোকেও এই ঘটনাৰ তদন্ত লাগে বুলি মতামত ব্যক্ত কৰিছে৷ ইয়াৰ পাছতেই আদালতৰ ওচৰত কিছু সময় বিচাৰে চৰকাৰী বিষয়াই৷ সেই সময়ৰ ভিতৰতেই CBIৰ ষ্টৰৰুমত শ্বিনাৰ কংকালৰ অংশ বিচাৰি পোৱা যায়৷ কিন্তু সেয়া প্ৰমাণ হিচাপে তুলি ধৰিব নিবিচাৰে চিবিআইয়ে৷ তাৰবাবে তেওঁলোকে কিছু সময় বিচাৰিছে৷

INX Mediaৰ অন্যতম প্ৰতিষ্ঠাতা ইন্দ্ৰানীৰ কন্যা শ্বিনা৷ ২০১২ চনৰ এপ্ৰিল মাহত ৰহস্যজনকভাৱে নিখোঁজ হৈ পৰে শ্বিনা বৰা৷ সেই ঘটনাৰ বাবে ২০১৫ চনৰ আগষ্ট মাহত ইন্দ্ৰানী গ্ৰেপ্তাৰ হয়৷ ইয়াৰ পাছতেই গ্ৰেপ্তাৰ হয় ইন্দ্ৰানীৰ গাড়ী চালক শ্যামবৰ ৰায়, ইন্দ্ৰানীৰ দ্বিতীয় স্বামী সঞ্জীৱ আৰু তৃতীয় স্বামী পিটাৰ৷ বাহনতেই ডিঙি চেপি হত্যা কৰা হৈছিল শ্বিনাক তাৰপাছত দেহটো জংঘলত পুৰি দিয়া হৈছিল বুলি উত্থাপিত হৈছিল অভিযোগ৷

জংঘলৰ পৰাই পুৰি যোৱা দেহাংশ উদ্ধাৰ হৈছিল৷ তদন্তকাৰীয়ে জনাই যে জেৰাত অপৰাধ স্বীকাৰ কৰিও লৈছিল ড্ৰাইভাৰ শ্যামবৰ আৰু সঞ্জীয়ে৷ কিন্তু ইন্দ্ৰানী আৰু পিটাৰৰ দাবী আছিল যে শ্বিনা বাচি আছে লুকাই আছে৷ শ্বিনা হত্যাক লৈ উত্তাল হৈছিল দেশ৷ বহুতেই শ্বিনাক ইন্দ্ৰানীৰ ভনীয়েক বুলিয়েই জানিছিল মৃত্যুৰ আগলৈকে৷ প্ৰকৃত তথ্য লুকুৱাই ৰাখিছিল ইন্দ্ৰানীয়ে৷ শ্বিনা ইন্দ্ৰানীৰেই কন্যা আছিল বুলি মৃ্ত্যুৰ পাছতহে জানিব পাৰিছিল চিনাকি বহুজনে৷ ইন্দ্ৰানীৰ পুত্ৰ মিখাইলে সেই তথ্য পোনতে ফাঁচ কৰে৷ পিটাৰৰ প্ৰথম বিবাহত হোৱা সন্তান ৰাহুলৰ সৈতে শ্বিনাৰ সম্পৰ্ক মানি ল’ব পৰা নাছিল ইন্দ্ৰানীয়ে৷ যাৰবাবে ইন্দ্ৰানীয়ে নিজেই কন্যাক হত্যা কৰাত আগভাগ লৈছিল বুলি বাতৰি প্ৰকাশ পাইছিল৷ শ্বিনা ইন্দ্ৰানী আৰু ইন্দ্ৰানীৰ পিতৃৰ সম্পৰ্কৰ ফলত জন্ম পোৱা সন্তান আছিল৷ শ্বিনাৰ মাতৃ ইন্দ্ৰানীয়েই সেই কথা ইন্দ্ৰানীয়ে নিজেই স্বীকাৰ কৰিও লৈছিল৷ কম বয়সতে পিতৃৰ কামনাৰ বলি হৈছিল ইন্দ্ৰানী৷ শ্বিনা প্ৰকৃততে তেওঁ আৰু পিতৃৰ সন্তান৷ এই তথ্যৰ বাহিৰে আন কোনো ৰহস্য আজিও উদঘাটন হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল
অসম

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

September 12, 2026
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?
জীৱনশৈলী

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

September 12, 2026
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!
প্ৰযুক্তি

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

September 11, 2026
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!
জীৱনশৈলী

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

September 11, 2026
Next Post
পৰিয়ালৰ সৈতে লণ্ডনত বিৰাট কোহলী, সঁচাকৈয়ে ব্ৰিটেইনৰ নাগৰিকত্ব ল’ব নে বিৰাটে?

পৰিয়ালৰ সৈতে লণ্ডনত বিৰাট কোহলী, সঁচাকৈয়ে ব্ৰিটেইনৰ নাগৰিকত্ব ল’ব নে বিৰাটে?

১৬ জুলাইৰ পৰা গঠিত হ’ব সূৰ্য আৰু শনিৰ ক্ষতিকৰ ষড়ষ্টক যোগ, মহাবিপদত কন্যাসহ ৪ৰাশি

১৬ জুলাইৰ পৰা গঠিত হ’ব সূৰ্য আৰু শনিৰ ক্ষতিকৰ ষড়ষ্টক যোগ, মহাবিপদত কন্যাসহ ৪ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.