‘মুখে বোলে থাক থাক ভৰিৰে হেঁচুকে নাও’। ৰাজনীতিকৰ উদ্দেশ্য প্ৰণোদিত বিতৰ্ক। মিঞা মিউজিয়ামৰ প্ৰসংগই নিৰ্বাচনত কাক লাভান্বিত কৰিছিল?