• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?

জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?

4 years ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

2 minutes ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

1 hour ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

2 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

3 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

13 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

13 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

13 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

14 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

14 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

15 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?

editor by editor
August 5, 2022
in বিবিধ, ভাৰত
0
জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় হিন্দু সংস্কৃতিৰ পৃথিৱীত এক সুকীয়া পৰিচয় আছে। ভাৰতৰ হিন্দু ধৰ্মীয় স্থান বিশেষকৈ মন্দিৰসমূহক অলৌকিক বুলি গণ্য কৰা হয়।

হিন্দুসকলে নিজৰ ইচ্ছা পূৰণৰ বাবে ভগৱানৰ ওচৰত প্ৰসাদ দিয়ে। ইয়াৰ বাবে মন্দিৰত ফল-মূল, ফুল, প্ৰসাদ আৰু মিঠাইও আগবঢ়ায়। আনকি আৰাধ্য দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ হিন্দুসকলে মন্দিৰত জীৱ-জন্তুকো বলি দিয়ে৷

উল্লেখ্য যে ভাৰতৰ মন্দিৰবোৰত প্ৰৱেশ কৰাৰ পূৰ্বে ভক্তই ছেণ্ডেল আৰু জোতা খুলিহে লয়। গেটৰ বহু আগতেই চপ্পল আৰু জোতা খুলি লোৱা হয়। অৰ্থাৎ মন্দিৰৰ ভিতৰত জোতা-ছেণ্ডেল পিন্ধাটো সম্পূৰ্ণৰূপেই বাৰণ কৰা হয়৷ আনকি বহু মন্দিৰলৈ বেল্ট আৰু পাৰ্চও কঢ়িয়াই নিব নোৱাৰি।

লগতে পঢ়ক ‘বৃদ্ধি পাইছে ইছলামীকৰণ!’ ১৮০০ খন বিদ্যালয়ত দিয়া হৈছে শুকুৰবৰীয়া বন্ধ

কিন্তু ভাৰতত এনে এটা মন্দিৰ আছে য’ত দেৱীক সন্তুষ্ট কৰিবলৈ ভক্তই জোতা আৰু ছেণ্ডেলহে আগবঢ়ায়৷ সেই মন্দিৰটোত ভক্তসকলে প্ৰসাদ হিচাপে মিঠাই আৰু ফল-মূল নিদিয়ে, জোতা-চপ্পলহে ভগৱানক আগবঢ়ায়। ভক্তসকলে এনে কৰিলেহে আকাংক্ষিত ফল পোৱা যায় আৰু সকলো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰে।

এই মন্দিৰটো আছে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত। মন্দিৰটোলৈ যোৱা সকলো ভক্তই দেৱীক সন্তুষ্ট কৰিবলৈ তেওঁলোকে জোতা আৰু চপ্পলৰ প্ৰসাদ আগবঢ়ায়। কোৱা হয় যে গৰমৰ দিনবোৰত যেতিয়া ভক্তসকলে ইয়ালৈ দৰ্শনৰ বাবে আহে, তেতিয়া তেওঁলোকে জোতা-চপ্পল লৈ যায়।

ইয়াৰ উপৰিও গ্ৰীষ্মকালত ভক্তসকলে জিজি বাই মন্দিৰলৈ গৈ চশমা, টুপী আদি বস্তু দেৱীক আগবঢ়াইছে বুলিও বিশ্বাস কৰা হয়। যিসকল ভক্তই মন্দিৰলৈ যোৱাৰ পিছত জোতা-চপ্পল আগনবঢ়াই তেওঁলোকৰ ধৰ্মীয় যাত্ৰা আধৰুৱা বুলি বিশ্বাস কৰা হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHindu Templeshoes and slippersworship
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!
জীৱনশৈলী

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

March 31, 2026
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ
বাণিজ্য

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
Next Post
জঘন্য চিকিৎসক মাতৃ! ৪ৰ্থ মহলাৰ বাৰান্দাৰ পৰা ৪ বছৰীয়া কন্যাক পেলাই হত্যা

জঘন্য চিকিৎসক মাতৃ! ৪ৰ্থ মহলাৰ বাৰান্দাৰ পৰা ৪ বছৰীয়া কন্যাক পেলাই হত্যা

মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?

মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.