• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?

মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?

4 years ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

13 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

13 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

14 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

14 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

15 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

16 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

16 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

16 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

18 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

18 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

19 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?

editor by editor
August 5, 2022
in ভাৰত, ৰাজনীতি
0
মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৱাই এছ আৰ কংগ্ৰেছ দলৰ সাংসদ গোৰন্তলা মাধৱৰ বিৰুদ্ধে এগৰাকী মহিলাৰ সৈতে ভিডিঅ’ কলৰ সময়ত উলংগ হৈ যৌনাংগ প্ৰদৰ্শন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই গুৰুতৰ অভিযোগ পিছতে সাংসদ মাধৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভিডিঅ’ কলিঙত উলংগ হোৱা পুৰুষগৰাকী তেওঁ নহয়৷ তেওঁৰ বিৰুদ্ধে এয়া এক ষড়যন্ত্ৰ বুলিও দাবী কৰে সাংসদগৰাকীয়ে৷

উল্লেখ্য যে ভাইৰেল হোৱা ভিডিঅ’টোত এজন পুৰুষে ভিডিঅ’ কলৰ সময়ত এগৰাকী মহিলাৰ সৈতে অশ্লীল কাৰ্য কৰা দেখা গৈছে৷ কলটোত দেখা পোৱা ব্যক্তিজন হিন্দুপুৰৰ লোকসভাৰ সাংসদ মাধৱ বুলি দাবী কৰা হৈছে। ইয়াৰ পিছতে সাংসদগৰাকীয়ে স্পষ্টীকৰণ দি কয় যে ভিডিঅ’ত দেখা পোৱা ব্যক্তিজন তেওঁ নহয় আৰু এয়া ভুৱা ভিডিঅ’৷

ভাইৰেল ভিডিঅ’টোত এজন পুৰুষে চাৰ্টবিহীনভাৱে ঘূৰি ফুৰিছে আৰু পিছত ভিডিঅ’ কলত এগৰাকী মহিলাক নিজৰ গুপ্তাংগ প্ৰদৰ্শন কৰিছে। কিন্তু অন্ধ্ৰ প্ৰদেশৰ সাংসদগৰাকীয়ে দাবী কৰিছে যে তেওঁ জিমত চাৰ্টবিহীন ৱৰ্কআউট কৰা এটা ভিডিঅ’ক পৰ্ণগ্ৰাফিক ভিডিঅ’লৈ ৰূপান্তৰিত কৰা হৈছে।

 

লগতে পঢ়ক জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?

ৱাই এছ আৰ কংগ্ৰেছ দলৰ সাংসদগৰাকীয়ে এই ভিডিঅ’টো তেওঁক বদনাম কৰাৰ ষড়যন্ত্ৰৰ অংশ বুলি অভিযোগ উত্থাপন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মাধৱে কয় যে এই সন্দৰ্ভত তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। একে সময়তে তেওঁ দাবী কৰে যে এই ভিডিঅ’টো লেব টেষ্টৰ বাবে পঠিয়াব লাগে যাতে প্ৰকৃত সত্য সকলোৰে সন্মুখলৈ আহে।

ইফালে, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে এই ঘটনাক গুৰুত্বসহকাৰে লৈছে। ৱাই এছ আৰ চি পিৰ সাধাৰণ সম্পাদক তথা চৰকাৰী উপদেষ্টা সজ্জ্জলা ৰামকৃষ্ণ ৰেড্ডীয়ে কয় যে চৰকাৰে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে।

তেওঁ কয় যে মাধৱে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ আৰক্ষীক অভিযোগ কৰিছে যে এইটো এটা মৰ্ফ কৰা ভিডিঅ’। আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে৷ যদিহে ওলাই পৰে যে ই মৰ্ফ কৰা ভিডিঅ’ নহয়, তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ৰামকৃষ্ণ ৰেড্ডীয়ে স্পষ্ট কৰি দিয়ে যে দলটোৱে এনে কাৰ্যকলাপ একেবাৰেই সহ্য নকৰে।

 

লগতে পঢ়ক ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!

আনহাতে, বিৰোধী দল তেলেগু দেশম পাৰ্টিয়ে ৱাই এছ আৰ চি পিৰ একাংশ নেতাৰ আচৰণ অতি নিৰ্লজ্জ বুলি মন্তব্য কৰিছে। প্ৰাক্তন বিধায়ক তথা টিডিপিৰ জ্যেষ্ঠ নেতা বণ্ডা উমামহেশ্বৰ ৰাওৱে কয় যে ৱাই এছ আৰ চিপিৰ একাংশ নেতাৰ আচৰণ অতি নিম্নস্তৰৰ আৰু ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা হিন্দুপুৰ লোকসভাৰ সদস্য গোৰন্তলা মাধৱৰ ভিডিঅ’টোৱে তেওঁৰ দলৰ নেতাসকলৰ চৰিত্ৰৰ উমান দিছে।

উল্লেখ্য যে নিৰ্বাচনী শপতনামা অনুসৰি গোৰন্তলা মাধৱৰ বিৰুদ্ধে ৩৭৬ ধাৰা, ৩০২ ধাৰা আৰু ৫০৬ ধাৰাত গোচৰ চলি আছে। টিডিপি নেতা বণ্ডা উমাই অভিযোগ কৰে যে তেওঁৰ দলৰ সাংসদসকলৰ এনে আচৰণৰ বাবে দায়ী মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী।

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMP Gorantla MadhavMP Nude videoNude videoYSRCP MP
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
Next Post
কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?

কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?

CWG 2022ত স্তব্ধ গতি! ২০০ মিটাৰ দৌৰত ছেমিৰ পৰাই বাহিৰ ধিং এক্সপ্ৰেছ হিমা

CWG 2022ত স্তব্ধ গতি! ২০০ মিটাৰ দৌৰত ছেমিৰ পৰাই বাহিৰ ধিং এক্সপ্ৰেছ হিমা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.