• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জঘন্য চিকিৎসক মাতৃ! ৪ৰ্থ মহলাৰ বাৰান্দাৰ পৰা ৪ বছৰীয়া কন্যাক পেলাই হত্যা

জঘন্য চিকিৎসক মাতৃ! ৪ৰ্থ মহলাৰ বাৰান্দাৰ পৰা ৪ বছৰীয়া কন্যাক পেলাই হত্যা

4 years ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

7 minutes ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

48 minutes ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

3 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

4 hours ago
PCOS বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? জানক কি কয় বিশেষজ্ঞই

PCOS বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? জানক কি কয় বিশেষজ্ঞই

5 hours ago
প্ৰেম বিবাহৰ পিছত মৰম নাইকিয়া হৈছে নেকি? তেন্তে আপুনিও কৰি আছে ডাঙৰ ভুল!

প্ৰেম বিবাহৰ পিছত মৰম নাইকিয়া হৈছে নেকি? তেন্তে আপুনিও কৰি আছে ডাঙৰ ভুল!

5 hours ago
আলিয়াক অভিমান ববি দেওলৰ! অৱশেষত ক’লে গোটেই ঘটনা…

আলিয়াক অভিমান ববি দেওলৰ! অৱশেষত ক’লে গোটেই ঘটনা…

6 hours ago
জীৱনলৈ আহিব সুখ-শান্তি, তাৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী!

জীৱনলৈ আহিব সুখ-শান্তি, তাৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী!

6 hours ago
১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ

১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, হ’ব নেকি গোটেই বিশ্ব ধ্বংস?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, হ’ব নেকি গোটেই বিশ্ব ধ্বংস?

8 hours ago
বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

9 hours ago
১৫ জুনৰ পূৰ্বে ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, নতুন চাকৰিৰ লগতে পাব পদোন্নতি!

১৫ জুনৰ পূৰ্বে ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, নতুন চাকৰিৰ লগতে পাব পদোন্নতি!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জঘন্য চিকিৎসক মাতৃ! ৪ৰ্থ মহলাৰ বাৰান্দাৰ পৰা ৪ বছৰীয়া কন্যাক পেলাই হত্যা

editor by editor
August 5, 2022
in অপৰাধ, ভাৰত
0
জঘন্য চিকিৎসক মাতৃ! ৪ৰ্থ মহলাৰ বাৰান্দাৰ পৰা ৪ বছৰীয়া কন্যাক পেলাই হত্যা
0
SHARES
9.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাতৃক সন্তানৰ সৰ্বশ্ৰেষ্ঠ ৰক্ষক হিচাপে গণ্য কৰা হয়। কাৰণ মাকে সন্তান জন্ম দিয়াই নহয়, লালন-পালন কৰি ডাঙৰ-দীঘল কৰে। সততে মাতৃৰ অপত্য স্নেহৰ বিষয়েও আলোচনা কৰা হয়৷

কিন্তু কৰ্ণাটকৰ এনে এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে এগৰাকী মাতৃয়ে নিজৰ সন্তানক বেলকনিৰ পৰা পেলাই হত্যা কৰিছে। এই ঘটনাৰ সমগ্ৰ দৃশ্য চিচিটিভিৰ কেমেৰাত বন্দী হৈ আছে।

ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে এগৰাকী মাতৃয়ে চাৰি বছৰীয়া কন্যা সন্তানক চতুৰ্থ মহলাৰ পৰা তললৈ পেলাই দিছে। এই মৰ্মান্তিক ঘটনাত কন্যাটিৰ থিতাতে মৃত্যু ঘটে। ঘটনাটো যোৱা ৪ আগষ্টত সংঘটিত হয়।

A woman was arrested in #Bengaluru for killing her four-year-old mentally challenged daughter by throwing her from the fourth floor of a building, police said. pic.twitter.com/S96GaVblxx

— IANS (@ians_india) August 5, 2022

লগতে পঢ়ক ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!

প্ৰকাশিত তথ্য অনুসৰি যোৱা ৪ আগষ্টত বেংগালুৰু কেন্দ্ৰীয় সংমণ্ডলৰ এছ আৰ নগৰৰ এটা এপাৰ্টমেণ্টত অভিযুক্ত মহিলাগৰাকীয়ে নিজৰ কন্যাক চতুৰ্থ মহলাৰ পৰা পেলাই হত্যা কৰে।

খবৰ অনুসৰি, ছোৱালীজনী আছিল দিব্যাংগ অৰ্থাৎ মুকবধিৰ। কন্যাটি মুকবধিৰ হোৱাৰ বাবেই মাতৃগৰাকী পূৰ্বৰে পৰা অতি দুখী আৰু বিচলিত হৈ হৈছিল।

ইফালে নিজ কন্যাক হত্যা কৰাৰ অপৰাধত মাতৃগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। অভিযুক্ত মহিলাগৰাকী নন প্ৰেকটিচিং ডেন্টিষ্ট আৰু কন্যা শিশুটিৰ পিতৃ এজন চফটৱেৰ ইঞ্জিনিয়াৰ বুলি জানিব পৰা গৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammother killed 4 year girl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?
নিয়োগ

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

June 9, 2026
বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ
ভাৰত

বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

June 9, 2026
DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?
বিনোদন

DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?

June 8, 2026
৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে
ক্ৰীড়া

৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে

June 8, 2026
Next Post
মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?

মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?

কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?

কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.