• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?

কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?

4 years ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

41 minutes ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

1 hour ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

2 hours ago
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

3 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

4 hours ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

16 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

16 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

17 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

17 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

19 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

20 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?

editor by editor
August 5, 2022
in জীৱনশৈলী, বিবিধ
0
কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?
0
SHARES
646
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰীতি-নীতিৰে বিবাহসম্পন্ন কৰা হয়। কিছুমান বিয়াৰ ৰীতি-নীতি ইমানেই আশ্বৰ্যকৰ যে আমি দেখি বা জানিও সেয়া বিশ্বাস কৰিবলৈ টান পাওঁ। আজি আমি এনে এটা আচৰিত বিবাহ প্ৰথাৰ বিষয়ে ক’বলৈ আগবাঢ়িছো৷

আমি ক’বলৈ বিচৰা বিবাহ প্ৰথাটো ভাৰতৰ হিমাচল প্ৰদেশত প্ৰচলিত। আপুনি জানি আচৰিত হ’ব যে ইয়াৰ কিন্নৌৰ জিলাত কইনাই দৰাৰ ভাতৃসকলৰ লগতো বিবাহপাশত আৱদ্ধ হ’ব লাগে।

মহাভাৰতৰ সময়ত শীতকালত পাণ্ডৱসকলে নিজৰ পত্নী দ্ৰৌপদী আৰু মাতৃ কুন্তীৰ সৈতে কিছু সময় নিৰ্বাসন কৰি কিন্নৌৰ জিলাৰ এটা গুহাত দিন অতিবাহিত কৰিছিল বুলি বিশ্বাস কৰা হয়। এই কাৰণেই ইয়াৰ জনসাধাৰণে এই প্ৰথা গ্ৰহণ কৰিলে বুলি কোৱা হয়। এই প্ৰথাক স্থানীয় ভাষাত ‘ঘোতুল’ বুলি কোৱা হয়।

লগতে পঢ়ক জঘন্য চিকিৎসক মাতৃ! ৪ৰ্থ মহলাৰ বাৰান্দাৰ পৰা ৪ বছৰীয়া কন্যাক পেলাই হত্যা

ঘোতুল প্ৰথাৰ বাবেই ইয়াত থকা মহিলাসকলে দৰা আৰু তেওঁৰ ভাতৃসকলৰ লগত বিবাহপাশত আৱদ্ধ হ’ব লাগে। আটাইতকৈ আচৰিত কথাটো হ’ল সকলো মানুহ একেখন ঘৰৰ চালিৰ তলত থাকে। সকলো ভাতৃয়ে একেজনী মহিলাৰ সৈতে বিবাহিত জীৱন কটায়।

একে সময়তে বিয়াৰ পিছত যদি মহিলাগৰাকীৰ কোনো স্বামীৰ মৃত্যু হয়, তেন্তে তেওঁক শোক কৰিবলৈ দিয়া নহয়। এতিয়া আপুনি নিশ্চয় ভাবিছে যে সকলো স্বামীয়ে মহিলাগৰাকীৰ লগত একেলগে থাকে নে পৃথকে পৃথকে থাকে?

লগতে পঢ়ক জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?

বিয়াৰ পিছত যেতিয়া কোনো ভাতৃয়ে পত্নীৰ সৈতে কোঠাটোত উপস্থিত থাকে, তেতিয়া দুৱাৰখন বন্ধ কৰি এটা টুপী ওলোমাই ৰখা হয়। টুপীটো ওলোমাই ৰাখিলে আনসকল ভাতৃ বুজিব পাৰে যে ভিতৰত কোনো এক ভাতৃয়ে স্ত্ৰীৰ সৈতে অন্তৰংগ সময় অতিবাহিত কৰিছে আৰু কোঠাটোত প্ৰৱেশ নকৰে৷

পৰম্পৰা অনুসৰি একেজনী কইনাক বিয়া কৰাবলৈ সকলো ভাতৃয়ে দৰা হিচাপে বিবাহ অনুষ্ঠানত উপস্থিত থাকে। তেওঁলোকৰ পৰিয়ালৰ মুৰব্বী হৈছে মহিলাগৰাকী। মহিলাগৰাকীক ‘গয়নে’ আৰু ডাঙৰজন স্বামীৰক ‘গোৰিয়াছ’ বুলি কোৱা হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য
জীৱনশৈলী

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

July 24, 2026
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

July 24, 2026
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ
বিনোদন

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

July 24, 2026
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?
ভাৰত

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

July 24, 2026
Next Post
CWG 2022ত স্তব্ধ গতি! ২০০ মিটাৰ দৌৰত ছেমিৰ পৰাই বাহিৰ ধিং এক্সপ্ৰেছ হিমা

CWG 2022ত স্তব্ধ গতি! ২০০ মিটাৰ দৌৰত ছেমিৰ পৰাই বাহিৰ ধিং এক্সপ্ৰেছ হিমা

ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?

ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.