• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বৃদ্ধি পাইছে ইছলামীকৰণ!’ ১৮০০ খন বিদ্যালয়ত দিয়া হৈছে শুকুৰবৰীয়া বন্ধ

‘বৃদ্ধি পাইছে ইছলামীকৰণ!’ ১৮০০ খন বিদ্যালয়ত দিয়া হৈছে শুকুৰবৰীয়া বন্ধ

4 years ago
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

14 minutes ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

1 hour ago
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

1 hour ago
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

4 hours ago
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

5 hours ago
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

6 hours ago
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

6 hours ago
বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

7 hours ago
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

8 hours ago
এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

8 hours ago
পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

9 hours ago
ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘বৃদ্ধি পাইছে ইছলামীকৰণ!’ ১৮০০ খন বিদ্যালয়ত দিয়া হৈছে শুকুৰবৰীয়া বন্ধ

editor by editor
August 5, 2022
in ভাৰত, ৰাজনীতি
0
‘বৃদ্ধি পাইছে ইছলামীকৰণ!’ ১৮০০ খন বিদ্যালয়ত দিয়া হৈছে শুকুৰবৰীয়া বন্ধ
0
SHARES
235
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুকুৰবাৰে লোকসভাত ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ নিশিকান্ত ডুবেই দাবী কৰে যে ঝাৰখণ্ডৰ ১৮০০ খন বিদ্যালয়ে দেওবাৰৰ পৰিৱৰ্তে শুকুৰবাৰে বন্ধ দিয়া হৈছে৷ এই কাণ্ডই দেশখন যে ‘ইছলামীকৰণ’ৰ দিশত আগবাঢ়িছে তাৰেই প্ৰমাণ কৰিছে বুলিও দাবী কৰিছে সাংসদকাৰীয়ে।

সংসদৰ শূন্যকালত সময়ত এই বিষয়টো উত্থাপন কৰি তেওঁ কয় যে বিষয়টো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এন আই এ) তদন্ত কৰিব লাগে যাতে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব পৰা যায়।

সাংসদ ডুবেই কয় যে ‘ঝাৰখণ্ডত ঘটি থকা ইছলামীকৰণৰ প্ৰতি মই দৃষ্টি আকৰ্ষণ কৰিছো। ৰাজ্যৰ একাংশ জিলাত জনসংখ্যাৰ ভাৰসাম্য সলনি হৈছে।’

লগতে পঢ়ক ‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?

সাংসদগৰাকীৰ দাবী যে ঝাৰখণ্ডত এনে ১৮০০খন বিদ্যালয় আছে যিবোৰে তেওঁলোকৰ নামত উৰ্দু শব্দটো ব্যৱহাৰ কৰা হৈছে। এই বিদ্যালয়সমূহত দেওবাৰ বন্ধৰ দিন নহয়, কিন্তু শুকুৰবাৰেহে বন্ধ দিয়া হয়।

বিজেপিৰ সাংসদগৰাকীয়ে কয় যে ‘‘দেশখন ইছলামীকৰণৰ দিশে আগবাঢ়িছে। ঝাৰখণ্ডে সেই বাট মুকলি কৰি আছে। NIAএ ইয়াৰ তদন্ত কৰিব লাগে। ইয়াৰ দ্বাৰা এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা উচিত। ইয়াক কোনো মূল্যৰ বিনিময়ত সহ্য কৰা নহ’ব।’’

বিজেপিৰ সাংসদ জয়ন্ত সিনহাই ঝাৰখণ্ডৰ পিছপৰা বিষয়টো উত্থাপন কৰি কয় যে উন্নয়নৰ আটাইবোৰ পেৰামিটাৰত ৰাজ্যখন যে অতি পিছপৰা সেয়া প্ৰমাণ হৈছে। তেওঁ কয় যে, “ৰাজ্যখনে নিজৰ জনসাধাৰণক গৱেষণা, সুযোগ আৰু দক্ষতা বিকাশৰ ব্যৱস্থা কৰাত ব্যৰ্থ হৈছে৷ ঝাৰখণ্ডত মাত্ৰ ৭-৮টা নতুন ষ্টাৰ্ট-আপ পঞ্জীয়ন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিব লাগে যে ৰাজ্য চৰকাৰে ইয়াৰ কাম-কাজ উন্নত কৰিব লাগে।’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIslamizationIslamization in Jharkhand
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই
বিনোদন

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

July 3, 2026
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…
বিনোদন

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

July 3, 2026
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!
বিশ্ব

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

July 3, 2026
ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’
বিশ্ব

ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

July 2, 2026
Next Post
ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!

ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!

জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?

জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.