• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম নৱমীত এই বিশেষ উপায়েৰে ৰামৰ পূজা কৰিলে কাটিব দুৰ্ভোগ, কি কৰিব?

2 years ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

13 minutes ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

37 minutes ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

1 hour ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

2 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

3 hours ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

4 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

5 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাম নৱমীত এই বিশেষ উপায়েৰে ৰামৰ পূজা কৰিলে কাটিব দুৰ্ভোগ, কি কৰিব?

editor by editor
April 15, 2024
in ভাৰত
0
ৰাম নৱমীত এই বিশেষ উপায়েৰে ৰামৰ পূজা কৰিলে কাটিব দুৰ্ভোগ, কি কৰিব?
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাম নৱমীত ৰামায়ণত বৰ্ণিত ৰাম জন্মকথা পাঠ কৰিলে সুফল পোৱা যায় বুলি ধৰ্মীয় বিশ্বাস। এই তিথিত ৰাম ভক্তসকলে অখণ্ড ৰামায়ণ পাঠ কৰে। ৰামৰ মূৰ্তিক শুদ্ধ গংগাজলেৰে গা ধুই নতুন বস্ত্ৰ আৰু অলংকাৰেৰে সজাই পৰাই পঞ্চোপচাৰ অথৱা ষড়োশোপচাৰ পূজা কৰা হয়। গাখীৰ, দৈ, ঘিউ, মৌ, চেনী মিশ্ৰিত পঞ্চামৃত ভোগ নিবেদন কৰা হয়। ৰামৰ পূজা, ভজন-কীৰ্তন কৰাৰ পাছত ভক্তক প্ৰসাদ বিতৰণ কৰা উচিত। ইয়াৰ পাছতেই উপবাস ভংগ কৰিব। শাস্ত্ৰমতে বিশেষ এক নিয়ম মানি ৰামৰ পূজা কৰিলে সমস্ত দুখ, কষ্ট, ভয় দূৰ হয়।

ৰাম নৱমীত ৰামৰ পূজা কেনেকৈ কৰিব?

ৰাম নৱমী তিথিত ৰামৰ আশীৰ্বাদ পাবলৈ উপবাসে থাকি ৰামচৰিতমানসৰ পূজা কৰক। ইয়াৰোপৰি ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ ছবি ঘৰত স্থাপন কৰিব।

ৰঙা ৰঙেৰে ১০৮ বাৰ ৰাম নাম অথৱা সীতাৰাম লিখক। এই তিথিত ৰামৰ নামেৰে মালা তৈয়াৰ কৰি বজৰংবলীক পূজা কৰিলে সুফল পাব।

এই তিথিত চ’ত নৱৰাত্ৰিৰ দুৰ্গাপূজা কৰা হয়। অৱশ্যেই সিদ্ধিদাত্ৰীৰ উপাসনা কৰিব।

কুমাৰী কন্য়াসকলক ভোজন কৰোৱাওক। দৰিদ্ৰ আৰু অসহায়সকলক সামৰ্থ্য অনুযায়ী দান দিয়ক।

ৰাম মন্ত্ৰ

ৰাম নৱমীত কিছু মন্ত্ৰ জপ কৰিলে শীঘ্ৰে মনোকামনা পূৰণ সম্ভৱ। এই দিনটোত ৰাম ৰক্ষা স্তোত্ৰ পাঠ কৰিলে সুফল পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?
জীৱনশৈলী

March 23, 2026
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

March 23, 2026
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?
জীৱনশৈলী

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

March 23, 2026
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

March 23, 2026
Next Post
মৰুপ্ৰান্তত সেউজীয়া সপোন…পদে পদে বিপদ, ‘বাধা দিছে’ প্রকৃতিয়েও! কেনে হ’ব ভৱিষ্যতৰ এই চহৰ?

মৰুপ্ৰান্তত সেউজীয়া সপোন...পদে পদে বিপদ, ‘বাধা দিছে’ প্রকৃতিয়েও! কেনে হ’ব ভৱিষ্যতৰ এই চহৰ?

মূল্যবৃদ্ধিৰ পৰা ইন্ধনৰ সংকটলৈকে! ইৰাণ-ইজৰাইলৰ যুদ্ধই কি কি বিপদ মাতিছে ভাৰতলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন