• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

1 month ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

2 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

2 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

3 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

4 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

7 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

8 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

9 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

9 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

10 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

10 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

22 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

editor by editor
June 2, 2026
in ক্ৰীড়া, ভাৰত
0
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত বহু খেলুৱৈক কচিং বা ধাৰাভাষ্যৰ জগতলৈ তেওঁ যায়৷ বৰ্তমান এনে বহু ক্ৰিকেট লিগো আছে য’ত কেৱলমাত্ৰ অৱসৰপ্ৰাপ্ত ক্ৰিকেটাৰসকলেই অংশগ্ৰহণ কৰে৷ ইয়াৰ ফলত খেলুৱৈসকলে অৱসৰৰ পাছতো ক্ৰিকেটৰ সৈতে যুক্ত থাকিব পাৰে৷ কিন্তু এনে কিছু ক্ৰিকেটাৰ আছে যিসকলে অৱসৰৰ পাছত সম্পূৰ্ণ ভিন্ন পেছা বাচি লৈছে৷ তেনে এজন ভাৰতীয় ক্ৰিকেটাৰ হৈছে সিদ্ধাৰ্থ কল৷ তেওঁ বিৰাট কোহলিৰ নেতৃত্বাধীন ভাৰতীয় অনূৰ্ধ্ব-১৯ৰ বিশ্বকাপজয়ী দলৰ সদস্য আছিল৷ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত বৰ্তমান তেওঁ এক বেংকত সাধাৰণ চাকৰি কৰি জীৱনযাপন কৰিছে৷
সিদ্ধাৰ্থ কলৰ ক্ৰিকেট কেৰিয়াৰত খুবেই দীৰ্ঘ নহলেও যিমানদিন খেলিছে সিমানদিনতেই তেওঁ নিজৰ পাৰ্ফৰমেন্সেৰে সকলোৰে নজৰ কাঢ়িছে৷ অনূৰ্ধ্ব-১৯ বিশ্বকাপ জয়ৰ ওপৰিও তেওঁ ভাৰতৰ জাতীয় দলৰ হৈয়ো প্ৰতিনিধিত্ব কৰিছে৷ ভাৰতৰ হৈ তেওঁ ৩খন এদিনীয়া আন্তৰ্জাতিক আৰু ৩খন টি-টোয়েণ্টি আন্তৰ্জাতিক মেচ খেলাৰ সুযোগ পাইছিল৷ পৰ্যাপ্ত সুযোগ নোপোৱাত শেষ পৰ্যন্ত সিদ্ধাৰ্থ কৌলে ২০২৪ চনৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে৷ ঘৰুৱা ক্ৰিকেট পঞ্জাৱৰ হৈ ধাৰাবাহিকভাৱে দুৰ্দান্ত পাৰ্ফৰমেন্স কৰা সিদ্ধাৰ্থ কৌলে অৱসৰৰ পাছত বৰ্তমান চণ্ডীগড়ত ভাৰতীয় ষ্টেট বেংকৰ এখন শাখাত কৰ্মৰত হৈ আছে৷
ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত জীৱনৰ দ্বিতীয় অধ্যায়তো তেওঁ নিষ্ঠাৰে সৈতে নিজৰ দায়িত্ব পালন কৰিছে৷ ভাৰতত এনে ক্ৰিকেটাৰৰ সংখ্যা খুবেই কম যিয়ে অৱসৰৰ পাছত এই ধৰণৰ পেছা বাচি লৈছে৷ কাৰণ অধিকাংশ ক্ৰিকেটাৰেই প্ৰশিক্ষক, ধাৰাভাষ্যকাৰ অথৱা ক্ৰিকেট সংক্ৰান্তিয় অন্যান্য পেছাৰ সৈতে যুক্ত হৈ পৰে৷ সেই কাৰণেই সিদ্ধাৰ্থক লৈ চৰ্চা হৈছে৷ কাৰণ তেওঁ অন্যতকৈ পৃথক৷ সিদ্ধাৰ্থ কৌলে ২০০৮ চনত প্ৰথমবাৰৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছিল৷ তেওঁক দলে ২০লাখ টকাত ক্ৰয় কৰিছিল৷ ২০১৩ চনত তেওঁক ক্ৰয় কৰিছিল দিল্লী ফ্ৰেঞ্চাইজিয়ে৷ তেওঁক প্ৰায় ৫০লাখ টকাত ক্ৰয় কৰিছিল দিল্লী কেপিটেলছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন
বিনোদন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?
বিনোদন

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

July 14, 2026
Next Post
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.