অৱশেষত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ CIDৰ।

ছিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হওঁতেই চিআইডিয়ে গ্ৰেপ্তাৰ কৰে শ্যামকানুক।

নিশা ১২.৩০বজাত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্তক।

আনহাতে গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সিদ্ধাৰ্থ শৰ্মাক।

নিশা ১.৩০বজাত গ্ৰেপ্তাৰ কৰা হয় সিদ্ধাৰ্থ শৰ্মাক।

ইতিমধ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অসমলৈ অনা হৈছে।

হেণ্ডকাফ লগাই শ্যামকানু আৰু সিদ্ধাৰ্থক বৰষুণৰ মাজেৰে CID কাৰ্যালয়লৈ নিয়া হয়।

১৪ দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যামকানুক।