• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ হাতৰ তলুৱাত X চিহ্ন আছে? থাকিলে কি হয়, জানক সবিশেষ

আপোনাৰ হাতৰ তলুৱাত X চিহ্ন আছে? থাকিলে কি হয়, জানক সবিশেষ

2 years ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

20 minutes ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

1 hour ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

2 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

3 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

4 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

5 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

6 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

6 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

8 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আপোনাৰ হাতৰ তলুৱাত X চিহ্ন আছে? থাকিলে কি হয়, জানক সবিশেষ

আপোনাৰ হাতৰ তলুৱাত X চিহ্ন আছে? থাকিলে কি হয়, জানক সবিশেষ

editor by editor
September 12, 2024
in অসম, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আপোনাৰ হাতৰ তলুৱাত X চিহ্ন আছে? থাকিলে কি হয়, জানক সবিশেষ
0
SHARES
454
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাতৰ ৰেখাই আমাৰ সম্পৰ্কে বহু তথ্য জনায়৷ জ্যোতিষশাস্ত্ৰত হস্তৰেখাৰ কথা বিশদভাৱে উল্লেখ আছে৷ জ্যোতিষশাস্ত্ৰৰ মাধ্যমেৰে আমি হাতৰ ৰেখাৰ বিষয়ে স্পষ্টভাৱে জানিব পাৰো৷ আমাৰ সকলোৰে হাতত ৰেখাৰ কটাকটি থাকে৷ কথিত যে এই আঁকবাকবোৰেই আমাৰ ভৱিষ্যৎ সম্বন্ধে জনায়৷ এই ৰেখাৰ আঁকবাকবোৰৰ মাধ্যমেৰেই হস্তৰেখাবিদসকলে আমাৰা চাৰিত্ৰিক বৈশিষ্ট্য জনায়৷

হাতৰ ৰেখাত X চিহ্ন থাকিলে তেনে মানুহৰ জীৱনকাল কেনে হয়? জ্যোতিষ শাস্ত্ৰমতে হাতৰ ৰেখাত X চিহ্ন থকা মানুহৰ ভাগ্য সকলো সময়তে তুংগত থাকে৷ সেই ব্যক্তিয়ে জীৱনত কিবা নহয় কিবা এটা বিষয়ত সুনাম অৰ্জন কৰিব পাৰে৷ গৱেষণাত জনা গৈছে যে সমগ্ৰ বিশ্বৰ মাত্ৰ ৩০ শতাংশ মানুহৰ হাতৰ তলুৱাত এই চিহ্ন আছে৷

হাতৰ তলুৱাত X চিহ্ন থকাৰ উপকাৰীতা

১. এই চিহ্ন যিসকল ব্যক্তিৰ হাতত থাকে তেওঁলোকে জীৱনত সুনাম অৰ্জন কৰে৷ খুব সহজেই মানুহৰ প্ৰিয় হৈ উঠে৷

২. এই চিহ্ন হাতত থকা মানুহে সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে৷ ভাল কামৰ বাবে এওঁলোকক মানুহে চিৰকাল মনত ৰাখে৷

৩. এই সকল মানুহৰ ইন্দ্ৰিয় অত্যন্ত সজাগ হয়৷ এওঁলোকৰ বুদ্ধিমত্তা চাবলগীয়া৷

৪. X চিহ্ন তলুৱাত থাকিলে তেওঁলোক প্ৰচুৰ সম্পত্তিৰ মালিক হয়৷

৫. এই ধৰণৰ মানুহৰ কৰ্মশক্তি অন্যান্যসকলৰ তুলনাত বেছি হয়৷

৬. এই সকল ব্যক্তিৰ সন্মুখত কোনোৱে মিছা কথা ক’লে সহজেই ধৰা পেলায়৷ কোনো মানুহে যদি এওঁলোকৰ সৈতে বেয়া ব্যৱহাৰ কৰে তেন্তে তেওঁলোকে কেতিয়াও ক্ষমা নকৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!
অসম

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

October 5, 2026
Next Post
আয়ুষ্মান যোগৰ সৈতে সৌভাগ্য যোগ, উন্নতিৰ গ্ৰাফে আজি আকাশ চুব এই ৫ৰাশিৰ

আয়ুষ্মান যোগৰ সৈতে সৌভাগ্য যোগ, উন্নতিৰ গ্ৰাফে আজি আকাশ চুব এই ৫ৰাশিৰ

দীপাৱলীতেই বৃহৎ উপহাৰ দিছে ৰতন টাটাই, ভাগ্য খুলিব ৫০,০০০ মানুহৰ

দীপাৱলীতেই বৃহৎ উপহাৰ দিছে ৰতন টাটাই, ভাগ্য খুলিব ৫০,০০০ মানুহৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.