• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঋতুস্ৰাৱ বন্ধ মানে গৰ্ভধাৰণ নহয়, গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণসমূহ কি কি?

ঋতুস্ৰাৱ বন্ধ মানে গৰ্ভধাৰণ নহয়, গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণসমূহ কি কি?

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

5 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

5 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

6 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

7 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

8 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

8 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

9 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

9 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

10 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

10 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

10 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ঋতুস্ৰাৱ বন্ধ মানে গৰ্ভধাৰণ নহয়, গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণসমূহ কি কি?

editor by editor
May 19, 2022
in স্বাস্থ্য
0
ঋতুস্ৰাৱ বন্ধ মানে গৰ্ভধাৰণ নহয়, গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণসমূহ কি কি?
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনো মাহত ঋতুস্ৰাৱ নহ’লে বেছিভাগ মহিলাই সেয়া গৰ্ভধাৰণৰ লক্ষণ বুলি ভাবে। কিন্তু ঋতুস্ৰাৱ বন্ধ হোৱাটোৱেই একমাত্ৰ গৰ্ভধাৰণ কৰাৰ লক্ষণ নহয়। কেতিয়াবা ঋতুস্ৰাৱ বন্ধ নোহোৱাকৈ গৰ্ভধাৰণ কৰা দেখা যায়। কিন্তু বেছিভাগ মহিলাই এই বিষয়ে অৱগত নহয়।

গৰ্ভৱতী হ’লে প্ৰথমৰ পৰাই নিজৰ যত্ন ল’ব লাগিব। বহু লোকে পলমকৈ উপলব্ধি কৰাৰ বাবে গৰ্ভপাত হোৱাৰ আশংকা থাকে। ঋতুস্ৰাৱৰ বাহিৰেও শৰীৰত আৰু কি কি পৰিৱৰ্তন হ’লে গৰ্ভধাৰণ হোৱা বুলি জানি ল’ব পাৰি সেই বিষয়ে তলত সংক্ষিপ্তভাৱে আলোচনা কৰা হৈছে৷

১. অত্যধিক ভাগৰ: আপুনি গোটেই দিনটো কষ্ট কৰা নাই, তথাপিও বহুত ভাগৰুৱা অনুভৱ কৰে নেকি? যদি তেনে হয় সেয়া গৰ্ভধাৰণৰো লক্ষণ হ’ব পাৰে! গৰ্ভধাৰণৰ আৰম্ভণিতে শৰীৰৰ ভিতৰৰ অন্য এটা প্ৰাণৰ বাবে শৰীৰত অতিৰিক্ত তেজ উৎপন্ন কৰিবলৈ আৰম্ভ কৰে। হঠাৎ শৰীৰত প্লেচেন্টা আহিলে অধিক ভাগৰুৱা হ’ব পাৰে।

লগতে পঢ়ক আলিংগনৰ সুখ! পুৰুষ মহিলা কোন বেছি উপকৃত হয় আলিংগনত? সমীক্ষাই কি কয়?

২. স্তনৰ পৰিৱৰ্তন: গৰ্ভাৱস্থাত শৰীৰত হৰম’নৰ ভাৰসাম্যতা বিঘ্নিত হয়। ইয়াৰ প্ৰভাৱ স্তনতও লক্ষ্য কৰিব পাৰি। স্তনযুগল ক্ৰমশঃ গধুৰ হ’বলৈ আৰম্ভ কৰে। গৰ্ভাৱস্থাৰ আৰম্ভণিতে যিবোৰ লক্ষণৰ বিষয়ে আপুনি সচেতন হ’ব পাৰে তাৰ মাজৰ এটা হ’ল কোমল কিন্তু গধুৰ স্তনযুগল।

৩. দাগ পৰা (Spotting): ঋতুস্ৰাৱৰ নিৰ্দিষ্ট দিনৰ আগতে যদি আপুনি লঘু ৰক্তক্ষৰণ দেখা পায়, তেন্তে সেয়াও গৰ্ভধাৰণৰ লক্ষণ হ’ব পাৰে! এই সময়ত পেট টান হোৱাটোও গৰ্ভাৱস্থাৰ লক্ষণ। ভ্ৰুণৰ সৃষ্টিৰ প্ৰথম পাঁচ-দহ দিনৰ ভিতৰত এনে হ’ব পাৰে। গতিকে ‘স্পটিং’ দেখিলে অতিৰিক্তভাৱে সাৱধান হ’ব লাগিব।

লগতে পঢ়ক পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

৪. বিভ্ৰান্তি: গৰ্ভাৱস্থাৰ প্ৰথম কেইসপ্তাহমানত পেটৰ অস্বস্তি, বমি হোৱাটো অতি স্বাভাৱিক। ইয়াক ‘মৰ্নিং ছিকনেছ’ বোলা হয়। শৰীৰত প্ৰজেষ্টেৰন আৰু ইষ্ট্ৰজেন হৰম’নৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবেই এনে হয়। যদি আপোনাৰ এনে সমস্যা আছে তেন্তে আপুনি গৰ্ভৱতী নে নহয় পৰীক্ষা কৰিব লাগিব।

৫. সঘনাই প্ৰস্ৰাৱ কৰা: গৰ্ভাৱস্থাৰ প্ৰথম দুই-তিনি সপ্তাহত সঘনাই প্ৰস্ৰাৱ হয়। শৰীৰত নতুনকৈ উৎপন্ন হোৱা HCG হৰম’নৰ মাত্ৰা যিমানেই বাঢ়ি যায় সিমানেই বৃক্কৰ কামো বৃদ্ধি পায়। বৃক্কত অধিক তেজ চলাচল কৰিবলৈ আৰম্ভ কৰে। ফলত সঘনাই প্ৰস্ৰাৱ হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assampregnancypregnant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?
জীৱনশৈলী

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

March 26, 2026
প্ৰতিকী ছবি
জীৱনশৈলী

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

March 26, 2026
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ
জীৱনশৈলী

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

March 26, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

March 25, 2026
Next Post
নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?

নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?

কৰোনাৰ পিছত মাংকি পক্সৰ আতংক! কোন কোন দেশত বিয়পিছে এই ৰোগ?

কৰোনাৰ পিছত মাংকি পক্সৰ আতংক! কোন কোন দেশত বিয়পিছে এই ৰোগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.