• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

4 years ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

9 minutes ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

26 minutes ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

1 hour ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

1 hour ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

2 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

3 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

3 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

11 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

14 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

14 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

15 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

editor by editor
May 19, 2022
in অপৰাধ, চিনেমা, বিনোদন, ভাৰত
0
পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা
0
SHARES
194
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বেআইনীভাৱে ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন কৰিছে এনফ’ৰ্ছমেণ্ট ডাইৰেক্ট(ইডি)এ।

সংবাদ সংস্থা এএনআই-এ প্ৰকাশ কৰা অনুসৰি পেছাত ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে বিত্তীয় অপৰাধৰ তদন্তৰ দায়িত্বত থকা কেন্দ্ৰীয় সংস্থাটোৱে গোচৰ তৰিছিল।

উল্লেখ্য যে পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণ কৰাৰ অভিযোগত যোৱা বছৰৰ জুলাই মাহত মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিছিল। কেইবামাহো কাৰাগাৰত কটোৱাৰ পিছতে জামিনত মুকলি হয় অভিযুক্ত ৰাজ কুন্দ্ৰা।

লগতে পঢ়ক গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ ছবি নিৰ্মাণ কৰাৰ উপৰিও তেওঁ এটা বিশেষ এপৰ জৰিয়তে পৰ্ণ ভিডিঅ’ মোবাইলত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইফালে ইডিৰ অভিযোগ যে তেওঁ সেই ব্যৱসায়ত বৃহৎ পৰিমাণৰ বেআইনী ধন সৰবৰাহৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল। ইতিমধ্যে মুম্বাই আৰক্ষী ক্ৰাইম ব্ৰাঞ্চে পৰ্ণ গোচৰত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ১৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে।

যোৱা নৱেম্বৰ মাহত নীতিন গোৰাই নামৰ এজন ব্যৱসায়ীয়েও ৰাজ আৰু শিল্পা ছেট্টীৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰ তৰিছিল। নীতিনে আৰক্ষীক জনোৱা মতে কাছিফ খান নামৰ এজন লোকে নীতিনক তেওঁৰ জিম ‘এছ এফ এল ফিটনেছ’ত ১.৫ কোটি টকা বিনিয়োগ কৰিবলৈ কৈছিল। সেই কাছিফৰ লগত আছিল শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাও আছে।

লগতে পঢ়ক আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?  

নীতিনক কোম্পানীটোৰ ফ্ৰেঞ্চাইজি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ৰাজ কুন্দ্ৰা আৰু শিল্পা ছেট্টীৰ বা তেওঁলোকৰ সহায়ক কাছিফে তেওঁলোকৰ কোনো প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে নীতিনে বিনিয়োগৰ ধন ঘূৰাই বিচাৰোতে ৰাজ কুন্দ্ৰাই তেওঁক বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰিছিল বুলিও অভিযোগ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamraj kundrasilpa shetty
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
Next Post
আলিংগনৰ সুখ! পুৰুষ মহিলা কোন বেছি উপকৃত হয় আলিংগনত? সমীক্ষাই কি কয়?

আলিংগনৰ সুখ! পুৰুষ মহিলা কোন বেছি উপকৃত হয় আলিংগনত? সমীক্ষাই কি কয়?

কিয় সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে উদ্ভিদৰ পুৰুষৰ যৌনাংগ আকৃতিৰ অংগ?

কিয় সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে উদ্ভিদৰ পুৰুষৰ যৌনাংগ আকৃতিৰ অংগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.