• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

2 months ago
পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

2 hours ago
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

3 hours ago
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

4 hours ago
আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

4 hours ago
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

6 hours ago
কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

7 hours ago
জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

8 hours ago
ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

9 hours ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

1 day ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

1 day ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

1 day ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

1 day ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

editor by editor
May 19, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী
0
SHARES
297
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ সভাপতি তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ নৱজোৎ সি সিদ্ধুক এক হত্যাকাণ্ডৰ অপৰাধত ১ বছৰৰ কাৰাবাসৰ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷

উল্লেখ্য দেশৰ একালৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ তথা পঞ্জাৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কাৰাদণ্ডৰ ৰায় লাভ কৰাৰ লগে লগে সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

সদ্যসমাপ্ত পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলক নেতৃত্ব দি পঞ্জাৱৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা নৱজোৎ সিং সিন্ধুৱে কিয় আৰু কেনেকৈ এবছৰৰ কাৰাদণ্ডৰ শাস্তি ৰায়ৰ লাভ কৰিলে সেয়া সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে৷ অৰ্থাৎ কি অপৰাধৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ে নৱজোৎ সিং সিদ্ধুক এবছৰৰ সশ্ৰম কাৰাদণ্ড দিলে?

 

লগতে পঢ়ক আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?  

উচ্চতম ন্যায়ালয়ে ৩৪ বছৰ পুৰণি এটা হত্যাকাণ্ডৰ গোচৰত প্ৰাক্তন ক্ৰিকেটাৰ সিদ্ধুক কাৰাদণ্ড বিহিছে৷ কি আছিল এই গোচৰটো?

১৯৮৮ চনৰ এটা ৰোড ৰেজ গোচৰত কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধু অভিযুক্ত আছিল৷ অভিযোগ অনুসৰি ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত সিদ্ধুৱে গুৰ্ণম সিং নামৰ এগৰাকী বৃদ্ধ মূৰত প্ৰহাৰ কৰি হত্যা কৰিছিল৷

ইফালে ৰোড ৰেজ গোচৰ বুলি জনাজাত উক্ত গোচৰত আত্মপক্ষৰ সমৰ্থনত সিদ্ধুৱে দাবী কৰিছিল যে ভুক্তভোগী লোকগৰাকীৰ আঘাতৰ বাবে মৃত্যুৰ হোৱা বুলি কোনো তথ্য প্ৰমাণ নাই।

 

লগতে পঢ়ক ৰক্ষকেই ভক্ষক! কিশোৰীক দলৱদ্ধ ধৰ্ষণ বন্ধুসহ আৰক্ষী কনিষ্টবলৰ

পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকীক ১৯৯৯ চনৰ ১১ ছেপ্টেম্বৰত পাটিয়ালাৰ এখন সত্ৰ আদালতে উক্ত গোচৰৰ হত্যাৰ অভিযোগৰ পৰা নৱজোৎ সি সিদ্ধু আৰু তেওঁৰ সহযোগীক দোষমুক্ত কৰিছিল৷

কিন্তু নিম্ন আদালাতৰ এই ৰায়ৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়৷ ইয়াৰ পিছতে ২০০৬ চনত উচ্চ ন্যায়ালয়ে নৱজোৎ সিং সিদ্ধুক দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ সেই ৰায়ক প্ৰত্যাহ্বান জনাই সিদ্ধুৱে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু দেশৰ শীৰ্ষ ন্যায়ালয়ে বৃহস্পতিবাৰে নৱজোৎ সিং সিদ্ধুক উক্ত গোচৰত দোষী সাব্যস্ত কৰি ১ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছে৷

উক্ত ৰায়ৰ পিছতে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা পঞ্জাৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে আদালতৰ মজিয়াতে আত্মসমৰ্পণ কৰে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamNavjot Sidhu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ
ভাৰত

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

July 6, 2022
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল
চিনেমা

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 6, 2022
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ
ভাৰত

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

July 6, 2022
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…
ভাৰত

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

July 6, 2022
Next Post
পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

আলিংগনৰ সুখ! পুৰুষ মহিলা কোন বেছি উপকৃত হয় আলিংগনত? সমীক্ষাই কি কয়?

আলিংগনৰ সুখ! পুৰুষ মহিলা কোন বেছি উপকৃত হয় আলিংগনত? সমীক্ষাই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.