• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?

2 years ago
৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

2 hours ago
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

3 hours ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

4 hours ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

5 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

6 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

8 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?

পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?

editor by editor
September 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ এবাৰ সন্ত্ৰাসবাদীৰ টাৰ্গেট পাঞ্জাৱী গায়ক৷ জনপ্ৰিয় গায়ক এ পি ধিলনৰ কা়নাডাৰ ঘৰৰ সন্মুখত কেইবাজাই গুলিচালনা৷ ১ ছেপ্টেম্বৰত সংঘটিত হৈছে এই ঘটনা৷ ঘটনাৰ পাছতেই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত গায়কে জনাই যে, তেওঁ এতিয়া সুস্থ হৈ আছে৷ সুৰক্ষিতও হৈ আছে৷ তেওঁৰ পৰিয়ালৰ সকলোবোৰেই সুস্থ হৈ আছে৷ এই ঘটনা পাঞ্জাৱী গায়কৰ সৈতে নতুন নহয়৷ সিধু মুছোৱালা, অমৰ সিং চমকিলাৰ দৰে শিল্পীসকলেও এই আক্ৰমণৰ স্বীকাৰ হৈছে৷

চাঞ্চল্যকৰ বিষয় যে এই ঘটনাৰ দায় স্বীকাৰ কৰিছে গেংষ্টাৰ লৰেন্স বিষ্ণোই আৰু ৰোহিত গোদৰাৰ গেঙে৷ ঠিক সময়ত  প্ৰশাসনৰ লোক ঘটনাস্থলত উপস্থিত হোৱাৰ বাবে কোনো ক্ষয়ক্ষতি নহ’ল৷ কিছুদিন পূৰ্বেই অভিনেতা ছলমান খানৰ সৈতে এটা মিউজিক ভিডিঅ’ কৰিছে ধিলনে৷

অল্ড মানি ভিডিঅ’ প্ৰকাশ কৰাৰ কেইবাসপ্তাহ পাছতেই এই আক্ৰমন হয়৷ লৰেন্স বিষ্ণোই ধিলনক ধমকি দিওঁতে ভাইজানৰ সৈতে কোনো সম্পৰ্কৰ কথা জনোৱা নাই৷ বিষ্ণোইৰ ধমকিৰ পাছতেই ধিলনে লিখিছে, ‘মই ঠিকেই  আছো৷ মোৰ পৰিয়ালো ঠিকেই আছে৷ ধন্যবাদ সকলোকে৷ মোৰ সুৰক্ষাৰ বাবে যিসকল আগুৱাই আহিছিল৷ আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ৷ শান্তি, ভালপোৱা সকলোলৈকে৷’ পাঞ্জাৱৰ এখন সৰু গাওঁ, গুৰুদাসপুৰৰ পৰা আহিছে ধিলন৷ সমগ্ৰ বিশ্বতেই জনপ্ৰিয় এতিয়া তেওঁৰ গীত৷ এই গায়ককেই বিষ্ণোই গেঙে দিছে প্ৰাণে মৰাৰ ভাবুকি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal of AssamPanjabi singersinger AP Dhillon
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল
জীৱনশৈলী

April 1, 2026
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?
জীৱনশৈলী

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

April 1, 2026
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ
জীৱনশৈলী

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

April 1, 2026
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?
জীৱনশৈলী

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

April 1, 2026
Next Post
MBA পঢ়িব অমিতাভৰ নাতিনীয়েক নব্যাই! তাৰকা হোৱাৰ সুযোগ নাই নে পঢ়াত মন নব্যাৰ?

ৰে’ল দুৰ্ঘটনাত হেৰুৱাইছিল এখন ভৰি,  IITৰ পৰা কেনেকৈ পেৰালিম্পিকত গৈ সোণ জিকিলে নীতেশে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন