• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SIP-ত প্ৰতিমাহে ১০,০০০ টকাকৈ বিনিয়োগ কৰিলে ২০ বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

SIP-ত প্ৰতিমাহে ১০,০০০ টকাকৈ বিনিয়োগ কৰিলে ২০ বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 year ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

9 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

9 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

9 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

10 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

10 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

11 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

11 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

11 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

12 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

12 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

13 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SIP-ত প্ৰতিমাহে ১০,০০০ টকাকৈ বিনিয়োগ কৰিলে ২০ বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

SIP-ত প্ৰতিমাহে ১০,০০০ টকাকৈ বিনিয়োগ কৰিলে ২০ বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

editor by editor
February 22, 2025
in জীৱনশৈলী, বাণিজ্য, লেখা
0
SIP-ত প্ৰতিমাহে ১০,০০০ টকাকৈ বিনিয়োগ কৰিলে ২০ বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান মিউচুৱেল ফাণ্ডৰ SIP বিনিয়োগৰ এক জনপ্ৰিয় মাধ্যম৷ এছ আইপিৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডত বিনিয়োগ উত্তৰোত্তৰ বাঢ়িছে৷ বৰ্তমান সময়ত SIP বিনিয়োগৰ এক জনপ্ৰিয় মাধ্যম৷ বহুতেই এতিয়া প্ৰতিমাতে SIP ত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে৷ কিন্তু মিউচুৱেল ফাণ্ড বজাৰৰ সৈতে যুক্ত৷ সেয়ে তাৰ পৰা নিশ্চিত ৰিটাৰ্ণ আশা কৰিব নোৱাৰি৷ বিগত কেইবাবছৰৰ পৰিসংখ্যাত দেখা গৈছে SIP ত গড়ে ১২শতাংশ ৰিটাৰ্ণ পাইছে বিনিয়োগকাৰীয়ে৷

অধিকাংশ ইক্যুইটি ফাণ্ডত ২০২৩ চনৰ ৰিটাৰ্ণ ৫০শতাংশতকৈ বেছি আছিল৷ ভৱিষ্যতে একেই হাৰত ৰিটাৰ্ণ পাব বুলি অৱশ্যে ক’ব নোৱাৰি৷ কিন্তু বিগত বছৰত বহু মিউচুৱেল ফাণ্ডত ৪০শতাংশতকৈ বেছি ৰিটাৰ্ণ দিয়া হৈছে৷ মাত্ৰ ৫০০ টকা দিয়েই আপুনি SIP খুলিব পাৰে৷ লেথাৰিকৈ বিনিয়োগ কৰি গ’লে ২৫ বছৰত কোটি টকাৰ ৰিটাৰ্ণ পাব পাৰে৷ বেছিভাগ মিউচুৱেল ফাণ্ডত নুন্যতম ৫০০ টকা দিয়েই বিনিয়োগ আৰম্ভ কৰিব পাৰে৷ বিচাৰিলে বিনিয়োগৰ পৰিমাণ বৃদ্ধিও কৰিব পাৰে৷

SIPত প্ৰতিমাহে ১০০০০ টকাকৈ যদি বিনিয়োগ কৰে তেন্তে ২০ বছৰ কিমান টকা লাভ কৰিব? যিসকলৰ দিঘলীয়া বিনিয়োগৰ পৰিকল্পনা আছে তেওঁলোকৰ বাবে উৎকৃষ্ট বিকল্প SIP ৷ কাৰণ মিউচুৱেল ফাণ্ডৰ SIP ক দীঘলীয়া সময়ৰ বিনিয়োগৰ ক্ষেত্ৰত এক বিকল্প বুলি কোৱা হয়৷

SIPত প্ৰতিমাহে ১০০০০ টকাকৈ যদি ২০ বছৰৰ আববে বিনিয়োগ কৰে তেন্তে কিমান ৰিটাৰ্ণ লাভ কৰিব সেয়া নিশ্চয় বহুতেই জানিবলৈকে এই প্ৰতিবেদন পঢ়ি আছে৷ যদি SIP ত বছৰি ১২শতাংশ হাৰত সুদ পোৱা যায় তেন্তে ২০ বছৰত মুঠ ৯৯.৯১ লাখ টকাৰ কৰপাছ গঢ়ি তুলিব পাৰে৷ SIP য যদি ১৫ শতাংশ হাৰত সুদ পোৱা যায় তেন্তে ২০ বছৰত মুঠ ১.৫১ কোটি টকাৰ কৰপাছ গঢ়ি তোলা সম্ভৱ৷

SIPত বিনিয়োগ কৰাৰ সময়ত বিনিয়োগকাৰীসকলে মূৰত এটা কথাই ৰাখিব লাগিব যে শ্বেয়াৰ বজাৰত উঠানমা থাকে৷ এই উঠানমাৰ ওপৰতেই আপোনা ৰিটাৰ্ণ নিৰ্ভৰ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
জীৱনশৈলী

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

April 6, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
Next Post
মাহিলী দৰমহা ৩৫ হাজাৰ? কোটিপতি হ’বলৈ মাহত কিমান টকা বিনিয়োগ কৰা জৰুৰী?

মাহিলী দৰমহা ৩৫ হাজাৰ? কোটিপতি হ’বলৈ মাহত কিমান টকা বিনিয়োগ কৰা জৰুৰী?

শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম, জানি থওক নহ’লে বিপদ আপোনাৰ

শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম, জানি থওক নহ’লে বিপদ আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.