ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত শিৱসাগৰ। চিকিৎসক-নাৰ্ছৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। ৰোগীক চিকিৎসা নকৰি শুই আছিল চিকিৎসক। চিকিৎসালয়খনৰ বিৰুদ্ধে পূৰ্বতেও আছে এনে অভিযোগ।