• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰ্ড, মোবাইল নালাগে, মুখ দেখুৱালেই হৈ যাব পেমেণ্ট, এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিব জানক সবিশেষ

কাৰ্ড, মোবাইল নালাগে, মুখ দেখুৱালেই হৈ যাব পেমেণ্ট, এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিব জানক সবিশেষ

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

9 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

10 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

11 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

12 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

13 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

14 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

14 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

15 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

15 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাৰ্ড, মোবাইল নালাগে, মুখ দেখুৱালেই হৈ যাব পেমেণ্ট, এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিব জানক সবিশেষ

কাৰ্ড, মোবাইল নালাগে, মুখ দেখুৱালেই হৈ যাব পেমেণ্ট, এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিব জানক সবিশেষ

editor by editor
August 30, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিবিধ, ভাৰত
0
কাৰ্ড, মোবাইল নালাগে, মুখ দেখুৱালেই হৈ যাব পেমেণ্ট, এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিব জানক সবিশেষ
0
SHARES
612
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফোন পে, গুগল পে, পেটি এম নহয় এইবাৰ আহিছে স্মাইল পে৷  স্মাইল পে প্ৰযুক্তিয়ে পেমেণ্ট কৰাৰ ধৰণ সম্পূৰ্ণৰূপে সলনি কৰি দিছে। এতিয়া নগদ ধনৰ প্ৰয়োজন নাই, কাৰ্ডৰো প্ৰয়োজন নাই, মোবাইলৰো প্ৰয়োজন নাই। ফেডাৰেল বেংকে আৰম্ভ কৰা এই নতুন সুবিধাৰ জৰিয়তে কেৱল মুখখন দেখুৱাই পেমেণ্ট কৰিব পাৰিব আপুনি।

এই প্ৰযুক্তিত গ্ৰাহকৰ মুখখন স্কেন কৰিলে কেইছেকেণ্ডমানৰ ভিতৰতে পেমেণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ইয়াক নিৰাপদ আৰু নিৰ্ভৰযোগ্য বুলি অভিহিত কৰিছে ফেডাৰেল বেংকে৷ ফেডাৰেল বেংকৰ দাবী, এই প্ৰযুক্তি UIDAIৰ ভীম আধাৰ পেত যেনেতৈ  ফেচ স্কেন কৰা হয় তেনেকৈয়ে হয় এয়া স্মাইল পে৷ ফলত ইয়াক ব্যৱহাৰ কৰাটো অতি সহজ আৰু নিৰাপদ।

এই নতুন পেমেণ্ট প্ৰক্ৰিয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ই কেৱল গ্ৰাহকৰ বাবেই নহয়, ব্যৱসায়ীসকলৰ বাবেও সময় ৰাহী কৰে, যাৰ ফলত শাৰীত থিয় হৈ ধন সংগ্ৰহ কৰাৰ প্ৰয়োজন নাই৷ এই প্ৰযুক্তিয়ে ভৱিষ্যতৰ ডিজিটেল পেমেণ্ট প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ উঠিব পাৰে।

স্মাইল পে কি?

UIDAIৰ ভীম আধাৰ পেত প্ৰমাণীকৰণ প্ৰযুক্তিৰ আধাৰত ভাৰতত আৰম্ভ হোৱা প্ৰথমটো পেমেণ্ট চিষ্টেম হৈছে স্মাইল পে৷ এই পে ব্যৱহাৰ কৰা গ্ৰাহকে কেৱল মুখখন স্কেন কৰি নগদ ধন, কাৰ্ড বা মোবাইল অবিহনে পেমেণ্ট কৰিব পাৰিব। এই প্ৰযুক্তিৰ বাবে পেমেণ্টৰ বাবে মুখখন স্কীন কৰিলেই হয়৷ যাৰ ফলত পেমেণ্ট প্ৰক্ৰিয়াটো কেইছেকেণ্ডমানৰ ভিতৰতে সম্পূৰ্ণ হয়।

Smile Pay য়ে কেনেকৈ কাম কৰে?

  • ফেচিয়েল স্কেনিং: গ্ৰাহকৰ মুখখন বিশেষ কেমেৰাৰ সহায়ত স্কেন কৰা হয়।
  • মুখৰ প্ৰমাণীকৰণ: এই স্কেনিং UIDAIৰ মুখ প্ৰমাণীকৰণ ব্যৱস্থাৰ সৈতে সংযুক্ত, যিয়ে গ্ৰাহকৰ পৰিচয় পৰীক্ষা কৰে।
  • পেমেণ্ট নিশ্চিতকৰণ: মুখ চিনাক্তকৰণ কৰাৰ লগে লগে আপোনাৰ বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে পেমেণ্ট হ’ব।

Smile Pay ৰ সুবিধা

  • গ্ৰাহকৰ বাবে সহজ হ’বঃ নগদ ধন, কাৰ্ড বা মোবাইলৰ প্ৰয়োজন নাই, যাৰ ফলত পেমেণ্ট প্ৰক্ৰিয়াটো অতি সহজ হৈ পৰিছে।
  • দ্ৰুত আৰু ফলপ্ৰসূঃ পেমেণ্ট কাউণ্টাৰত শাৰী পাতি থিয় হোৱাটো এতিয়া অতীত হৈ পৰিব। ব্যৱসায়ীসকলৰো বিলিং দ্ৰুত আৰু সহজ হৈ পৰিব৷
  • নিৰাপদ পেমেণ্টঃ মুখৰ প্ৰমাণীকৰণ প্ৰযুক্তিৰ জৰিয়তে কৰা পেমেণ্ট প্ৰক্ৰিয়া অত্যন্ত সুৰক্ষিত। আপোনাৰ মুখখনেই আপোনাৰ পাছৱৰ্ড, যাৰ ফলত প্ৰৱঞ্চনাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়৷
  • বিশ্বাসযোগ্য প্ৰযুক্তিঃ ফেডাৰেল বেংকে আগবঢ়োৱা এই ব্যৱস্থা UIDAIৰ সেৱাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, যাৰ ফলত ইয়াক আৰু অধিক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য কৰি তোলা হৈছে।
  • সুবিধাজনক লেনদেনঃ এতিয়া লেনদেনৰ বাবে কোনো ডিভাইচৰ প্ৰয়োজন নহ’ব, পেমেণ্ট কেৱল মুখ চিনাক্তকৰণৰ দ্বাৰাই কৰা হ’ব। 

ভৱিষ্যতৰ পেমেণ্ট প্ৰক্ৰিয়া

Smile Pay ৰ দৰে প্ৰযুক্তিয়ে অন্য প্ৰযুক্তিক তল পেলাব৷  ইয়াৰ ফলত ধনৰ লেনদেন সহজ হ’ব৷ ফেডাৰেল বেংকে অনা এই পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকে এক নতুন আৰু নিৰৱচ্ছিন্ন অভিজ্ঞতা লাভ কৰিব৷ যিয়ে ভৱিষ্যতৰ ডিজিটেল পেমেণ্ট ব্যৱস্থাক আৰু অধিক আগুৱাই নিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
পিতৃ-মাতৃতকৈ অপ/হৰ/ণকাৰীহে আপোন! অপ/হৰ/ণকাৰীক নেৰে শিশুটিয়ে, অৱশেষত… চাওক ভাইৰেল ভিডিঅ’

পিতৃ-মাতৃতকৈ অপ/হৰ/ণকাৰীহে আপোন! অপ/হৰ/ণকাৰীক নেৰে শিশুটিয়ে, অৱশেষত... চাওক ভাইৰেল ভিডিঅ’

দুটা লোকসভা সমষ্টিত জয়ী হ’বলৈ কিমান কোটি খৰচ কৰিলে কংগ্ৰেছ যুৱৰাজ ৰাহুলে? জানক সবিশেষ তথ্য

দুটা লোকসভা সমষ্টিত জয়ী হ’বলৈ কিমান কোটি খৰচ কৰিলে কংগ্ৰেছ যুৱৰাজ ৰাহুলে? জানক সবিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.