• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰ্ড, মোবাইল নালাগে, মুখ দেখুৱালেই হৈ যাব পেমেণ্ট, এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিব জানক সবিশেষ

কাৰ্ড, মোবাইল নালাগে, মুখ দেখুৱালেই হৈ যাব পেমেণ্ট, এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিব জানক সবিশেষ

10 months ago
ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

17 mins ago
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

48 mins ago
প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

2 hours ago
‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

2 hours ago
মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

3 hours ago
ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

3 hours ago
গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

4 hours ago
নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?

নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?

5 hours ago
বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

5 hours ago
কালনিধি যোগত যি কামতেই হাত দিয়ে সফলতা খাটাং! ৫ৰাশিৰ আজি সম্পদ আহৰণৰ দিন

কালনিধি যোগত যি কামতেই হাত দিয়ে সফলতা খাটাং! ৫ৰাশিৰ আজি সম্পদ আহৰণৰ দিন

6 hours ago
জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

8 hours ago
আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 20, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাৰ্ড, মোবাইল নালাগে, মুখ দেখুৱালেই হৈ যাব পেমেণ্ট, এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিব জানক সবিশেষ

কাৰ্ড, মোবাইল নালাগে, মুখ দেখুৱালেই হৈ যাব পেমেণ্ট, এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিব জানক সবিশেষ

editor by editor
August 30, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিবিধ, ভাৰত
0
কাৰ্ড, মোবাইল নালাগে, মুখ দেখুৱালেই হৈ যাব পেমেণ্ট, এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিব জানক সবিশেষ
0
SHARES
599
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফোন পে, গুগল পে, পেটি এম নহয় এইবাৰ আহিছে স্মাইল পে৷  স্মাইল পে প্ৰযুক্তিয়ে পেমেণ্ট কৰাৰ ধৰণ সম্পূৰ্ণৰূপে সলনি কৰি দিছে। এতিয়া নগদ ধনৰ প্ৰয়োজন নাই, কাৰ্ডৰো প্ৰয়োজন নাই, মোবাইলৰো প্ৰয়োজন নাই। ফেডাৰেল বেংকে আৰম্ভ কৰা এই নতুন সুবিধাৰ জৰিয়তে কেৱল মুখখন দেখুৱাই পেমেণ্ট কৰিব পাৰিব আপুনি।

এই প্ৰযুক্তিত গ্ৰাহকৰ মুখখন স্কেন কৰিলে কেইছেকেণ্ডমানৰ ভিতৰতে পেমেণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ইয়াক নিৰাপদ আৰু নিৰ্ভৰযোগ্য বুলি অভিহিত কৰিছে ফেডাৰেল বেংকে৷ ফেডাৰেল বেংকৰ দাবী, এই প্ৰযুক্তি UIDAIৰ ভীম আধাৰ পেত যেনেতৈ  ফেচ স্কেন কৰা হয় তেনেকৈয়ে হয় এয়া স্মাইল পে৷ ফলত ইয়াক ব্যৱহাৰ কৰাটো অতি সহজ আৰু নিৰাপদ।

এই নতুন পেমেণ্ট প্ৰক্ৰিয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ই কেৱল গ্ৰাহকৰ বাবেই নহয়, ব্যৱসায়ীসকলৰ বাবেও সময় ৰাহী কৰে, যাৰ ফলত শাৰীত থিয় হৈ ধন সংগ্ৰহ কৰাৰ প্ৰয়োজন নাই৷ এই প্ৰযুক্তিয়ে ভৱিষ্যতৰ ডিজিটেল পেমেণ্ট প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ উঠিব পাৰে।

স্মাইল পে কি?

UIDAIৰ ভীম আধাৰ পেত প্ৰমাণীকৰণ প্ৰযুক্তিৰ আধাৰত ভাৰতত আৰম্ভ হোৱা প্ৰথমটো পেমেণ্ট চিষ্টেম হৈছে স্মাইল পে৷ এই পে ব্যৱহাৰ কৰা গ্ৰাহকে কেৱল মুখখন স্কেন কৰি নগদ ধন, কাৰ্ড বা মোবাইল অবিহনে পেমেণ্ট কৰিব পাৰিব। এই প্ৰযুক্তিৰ বাবে পেমেণ্টৰ বাবে মুখখন স্কীন কৰিলেই হয়৷ যাৰ ফলত পেমেণ্ট প্ৰক্ৰিয়াটো কেইছেকেণ্ডমানৰ ভিতৰতে সম্পূৰ্ণ হয়।

Smile Pay য়ে কেনেকৈ কাম কৰে?

  • ফেচিয়েল স্কেনিং: গ্ৰাহকৰ মুখখন বিশেষ কেমেৰাৰ সহায়ত স্কেন কৰা হয়।
  • মুখৰ প্ৰমাণীকৰণ: এই স্কেনিং UIDAIৰ মুখ প্ৰমাণীকৰণ ব্যৱস্থাৰ সৈতে সংযুক্ত, যিয়ে গ্ৰাহকৰ পৰিচয় পৰীক্ষা কৰে।
  • পেমেণ্ট নিশ্চিতকৰণ: মুখ চিনাক্তকৰণ কৰাৰ লগে লগে আপোনাৰ বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে পেমেণ্ট হ’ব।

Smile Pay ৰ সুবিধা

  • গ্ৰাহকৰ বাবে সহজ হ’বঃ নগদ ধন, কাৰ্ড বা মোবাইলৰ প্ৰয়োজন নাই, যাৰ ফলত পেমেণ্ট প্ৰক্ৰিয়াটো অতি সহজ হৈ পৰিছে।
  • দ্ৰুত আৰু ফলপ্ৰসূঃ পেমেণ্ট কাউণ্টাৰত শাৰী পাতি থিয় হোৱাটো এতিয়া অতীত হৈ পৰিব। ব্যৱসায়ীসকলৰো বিলিং দ্ৰুত আৰু সহজ হৈ পৰিব৷
  • নিৰাপদ পেমেণ্টঃ মুখৰ প্ৰমাণীকৰণ প্ৰযুক্তিৰ জৰিয়তে কৰা পেমেণ্ট প্ৰক্ৰিয়া অত্যন্ত সুৰক্ষিত। আপোনাৰ মুখখনেই আপোনাৰ পাছৱৰ্ড, যাৰ ফলত প্ৰৱঞ্চনাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়৷
  • বিশ্বাসযোগ্য প্ৰযুক্তিঃ ফেডাৰেল বেংকে আগবঢ়োৱা এই ব্যৱস্থা UIDAIৰ সেৱাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, যাৰ ফলত ইয়াক আৰু অধিক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য কৰি তোলা হৈছে।
  • সুবিধাজনক লেনদেনঃ এতিয়া লেনদেনৰ বাবে কোনো ডিভাইচৰ প্ৰয়োজন নহ’ব, পেমেণ্ট কেৱল মুখ চিনাক্তকৰণৰ দ্বাৰাই কৰা হ’ব। 

ভৱিষ্যতৰ পেমেণ্ট প্ৰক্ৰিয়া

Smile Pay ৰ দৰে প্ৰযুক্তিয়ে অন্য প্ৰযুক্তিক তল পেলাব৷  ইয়াৰ ফলত ধনৰ লেনদেন সহজ হ’ব৷ ফেডাৰেল বেংকে অনা এই পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকে এক নতুন আৰু নিৰৱচ্ছিন্ন অভিজ্ঞতা লাভ কৰিব৷ যিয়ে ভৱিষ্যতৰ ডিজিটেল পেমেণ্ট ব্যৱস্থাক আৰু অধিক আগুৱাই নিব৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?
জীৱনশৈলী

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

June 20, 2025
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত
জীৱনশৈলী

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

June 20, 2025
প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত
জীৱনশৈলী

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

June 20, 2025
‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?
অপৰাধ

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

June 20, 2025
Next Post
পিতৃ-মাতৃতকৈ অপ/হৰ/ণকাৰীহে আপোন! অপ/হৰ/ণকাৰীক নেৰে শিশুটিয়ে, অৱশেষত… চাওক ভাইৰেল ভিডিঅ’

পিতৃ-মাতৃতকৈ অপ/হৰ/ণকাৰীহে আপোন! অপ/হৰ/ণকাৰীক নেৰে শিশুটিয়ে, অৱশেষত... চাওক ভাইৰেল ভিডিঅ’

দুটা লোকসভা সমষ্টিত জয়ী হ’বলৈ কিমান কোটি খৰচ কৰিলে কংগ্ৰেছ যুৱৰাজ ৰাহুলে? জানক সবিশেষ তথ্য

দুটা লোকসভা সমষ্টিত জয়ী হ’বলৈ কিমান কোটি খৰচ কৰিলে কংগ্ৰেছ যুৱৰাজ ৰাহুলে? জানক সবিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.