• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃ-মাতৃতকৈ অপ/হৰ/ণকাৰীহে আপোন! অপ/হৰ/ণকাৰীক নেৰে শিশুটিয়ে, অৱশেষত… চাওক ভাইৰেল ভিডিঅ’

পিতৃ-মাতৃতকৈ অপ/হৰ/ণকাৰীহে আপোন! অপ/হৰ/ণকাৰীক নেৰে শিশুটিয়ে, অৱশেষত… চাওক ভাইৰেল ভিডিঅ’

2 years ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

6 minutes ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

30 minutes ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

1 hour ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

2 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

2 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

3 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

4 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

5 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

5 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

6 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

6 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিতৃ-মাতৃতকৈ অপ/হৰ/ণকাৰীহে আপোন! অপ/হৰ/ণকাৰীক নেৰে শিশুটিয়ে, অৱশেষত… চাওক ভাইৰেল ভিডিঅ’

পিতৃ-মাতৃতকৈ অপ/হৰ/ণকাৰীহে আপোন! অপ/হৰ/ণকাৰীক নেৰে শিশুটিয়ে, অৱশেষত... চাওক ভাইৰেল ভিডিঅ’

editor by editor
August 30, 2024
in জীৱনশৈলী, লেখা
0
পিতৃ-মাতৃতকৈ অপ/হৰ/ণকাৰীহে আপোন! অপ/হৰ/ণকাৰীক নেৰে শিশুটিয়ে, অৱশেষত… চাওক ভাইৰেল ভিডিঅ’
0
SHARES
349
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ এটা ভিডিঅ’৷ ভিডিঅ’টো দেখিলে আপোনাৰ দুচকুও ভৰি পৰিব৷ ভাইৰেল ভিডিঅ’টো এটা কণমানি আৰু এটা অপহৰণকাৰীৰ৷ ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে অপহৰণকাৰীটোক সাবটি কান্দোনত ভাঙি পৰিছে শিশুটো৷ কোনো কাৰণতে অপহৰণকাৰীটোক এৰি যাবলৈ সাজু নহয় শিশুটি৷ ১৪ মাহ পূৰ্বে বিশেষ শিশুটোক অপহৰণ কৰিছিল অপহৰণকাৰীটোৱে৷ তেতিয়াৰে পৰা প্ৰায় ডেৰ বছৰ সময় একেলগে আছে শিশু আৰু অপহৰণকাৰী৷

অৱশেষত আৰক্ষীৰ জালত পৰিছে অপহৰণকাৰীটো৷ শিশুটিৰ পিতৃ-মাতৃয়ে শিশুটিক উভতাই পাই আনন্দতে সাবটিব খোজোতেই শিশুটিয়ে কিন্তু পিতৃ-মাতৃক নহয় সাবটি ধৰিছে অপহৰণকাৰীটোকহে৷ অপহৰণকাৰীটোক এৰি পিতৃ-মাতৃৰ কাষলৈকো যাব খোজা নাই শিশুটিয়ে৷ শিশুটিৰ কান্দোন দেখি নকন্দাকৈ থাকিব পৰা নাই অভিযুক্ত অপহৰণকাৰীৰ লগতে আৰক্ষীও৷ এই দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে এতিয়া ছ’চিয়েল মিডিয়াত।

তথ্য অনুসৰি ১৪ মাহ পূৰ্বে জয়পুৰত এটা শিশু অপহৰণ হৈছিল। ১৪ মাহৰ পাছত আৰক্ষীয়ে শিশুটিৰ সৈতে অভিযুক্তক আটক কৰিছে৷ যেতিয়া শিশুটিক পৰিয়ালৰ লোকক গতাই দিয়াৰ সময় আহিল তেতিয়া শিশুটিয়ে অপহৰণকাৰীক এৰি যাবলৈ মান্তি হোৱা নাই। এই পৰিস্থিতিত আৰক্ষীয়ে অভিযুক্তৰ লগত থকা শিশুটিক বলপূৰ্বক মুক্ত কৰি পৰিয়ালৰ হাতত গতাই দিয়ে। শিশুটিয়ে কান্দি থকা দেখি অপহৰণকাৰীজনেও কান্দিবলৈ ধৰিলে।

https://x.com/_RishabhRajput/status/1829411365901021254

সমগ্ৰ ঘটনাটো কি?

বিগত বৰ্ষৰ ১৪ জুনত জয়পুৰৰ সংগনেৰৰ পৰা ১১ মহীয়া পৃথ্বী ওৰফে কুকুক অপহৰণ কৰা হৈছিল। ১৪ মাহৰ পাছত আৰক্ষীয়ে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি শিশুটিক উদ্ধাৰ কৰে। এই সময়ছোৱাত যেতিয়া শিশুটিক গতাই দিয়াৰ পাল আহিল, তেতিয়া শিশুটিয়ে অপহৰণকাৰীক জোৰেৰে সাবটি কান্দিবলৈ ধৰে। এই দৃশ্য দেখি আৰক্ষীৰ চকুও সেমেকি উঠিল৷ জানিব পৰা মতে প্ৰায় ১৪ মাহ ধৰি শিশুটি অপহৰণকাৰীৰ জিম্মাত আছিল যদিও শিশুটিৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই। ইয়াৰ বিপৰীতে অভিযুক্তই শিশুটিৰ যত্ন লোৱাৰ লগতে নতুন কাপোৰ আৰু খেলনাও কিনি দিছে। প্ৰতিবেদন অনুসৰি অভিযুক্তৰ নাম তনুজ চহৰ, পূৰ্বে উত্তৰ প্ৰদেশ আৰক্ষীৰ মুখ্য কনিষ্টবল আছিল৷ বৰ্তমান নিলম্বিত হৈ আছে। শিশুটিক অপহৰণ কৰাৰ পিছত তেওঁ চেহেৰা সলনি কৰি দাড়ি গোঁফ গজাই সাধু হিচাপে জীৱন কটায় আছিল৷ শেষত আৰক্ষীয়ে আলিগড়ৰ পৰা শিশুসহিতে তেওঁক গ্ৰেপ্তাৰ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!
অসম

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

September 16, 2026
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড
বিশ্ব

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

September 16, 2026
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?
জীৱনশৈলী

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

September 16, 2026
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?
শিক্ষা

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

September 16, 2026
Next Post
দুটা লোকসভা সমষ্টিত জয়ী হ’বলৈ কিমান কোটি খৰচ কৰিলে কংগ্ৰেছ যুৱৰাজ ৰাহুলে? জানক সবিশেষ তথ্য

দুটা লোকসভা সমষ্টিত জয়ী হ’বলৈ কিমান কোটি খৰচ কৰিলে কংগ্ৰেছ যুৱৰাজ ৰাহুলে? জানক সবিশেষ তথ্য

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত গজকেশৰী যোগ, সৌভাগ্য সোণৰ দৰে চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত গজকেশৰী যোগ, সৌভাগ্য সোণৰ দৰে চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.